ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

কামাখ্যা দেৱালয়ত অম্বুবাচীত এইবাৰ কি কি থাকিব, পঢ়ক

ষ্টাফ ৰিপ'ৰ্টাৰঃ

News Desk by News Desk
June 16, 2022
Reading Time: 1 min read
A A
0
কামাখ্যা দেৱালয়ত অম্বুবাচীত এইবাৰ কি কি থাকিব, পঢ়ক

New Logo Very Smal | ASSAM TIMES POST
কোভিড পৰিস্থিতি পিছত এইবাৰ নীলাচলৰ বুকুত অনুষ্ঠিত হব অম্বুবাচী মেলা। ২২জুনৰ পৰা শক্তিপীঠ কামাখ্যা ধামত আৰম্ভ হ’ব অম্বুবাচী মেলা। অম্বুবাচী মেলাক লৈ ইতিমধ্যে প্ৰস্তুতি তুংগত উঠিছে কামাখ্যা দেৱালয়ত।অম্বুবাচী মেলালৈ আহিবলগা ভক্তৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণত ব্যস্ত হৈ পৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসন।

কামাখ্যা দেৱালয়ত অম্বুবাচীউল্লেখ্য যে এইবাৰ অম্বুবাচী মেলাৰ প্ৰাৰম্ভিক বাজেট ২.৫ কোটি টকা। ২২জুনৰ নিশা হ’ব অম্বুবাচীৰ প্রবৃত্তি আৰম্ভ হৈ ২৬জুনৰ পুৱা হ’ব নিবৃত্তি।

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

ইফালে কোভিড পৰিস্থিতি পিছত অনুষ্ঠিত হব লগা এইবাৰো অম্বুবাচী মেলাতো পূৰ্বৰ দৰে নাথাকিব জাক-জমকতা।উদ্বোধনী অনুষ্ঠান, ভি আই পি, ভি ভি আই পি আদি প্ৰৱেশ পত্ৰ নাথাকিব।

অম্বুবাচীতাপৰ্যপূৰ্ণ কথা অম্বুবাচী মেলা উপলক্ষে ফাঁচীবজাৰত নিৰ্মাণ কৰা হৈছে অস্থায়ী আবাস।ফাঁচী বজাৰৰ পুৰণি কাৰাগাৰত ভক্তৰ বাবে নিৰ্মাণ হৈছে আবাস। ভক্তৰ বাবে থকা আৰু পাৰ্কিঙৰ সকলো দিশৰ ব্যৱস্থা কৰা হৈছে।

ইফালে প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি পাহাৰৰ ওপৰত এইবাৰ নহ’ব কোনো কেম্প। ৩০ হাজাৰ লোকৰ থকাৰ টাৰ্গেট কৰি ব্যবস্থা কৰিছে প্ৰশাসনে।সোণাৰাম ফিল্ডত থকা আৰু পাৰ্কিং দুয়োটা ব্যবস্থা কৰাৰো চিন্তা চৰ্চা কৰা বুলি জানিব দিয়ে প্ৰশাসনে।

ইফালে ভক্ত সুবিধা হোৱাকৈ গুৱাহাটীৰ আই এছ বি টি, গুৱাহাটী ৰে’লৱে ষ্টেচন, কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰাৰ বাছৰ ব্যৱস্থা কৰিছে।প্ৰথম পৰ্যায়ত প্ৰশাসনে ৮০খনকৈ বাছৰ ব্যৱস্থা কৰিব।ভক্ত আগমন বৃদ্ধি পালে বাছ বৃদ্ধি বৃদ্ধি কৰা হব বুলি জানিব দিয়ে।

Tags: ambubachiঅম্বুবাচী
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত
National-International

June 24, 2026
50
Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

June 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

June 24, 2026
Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব

Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব

June 24, 2026
Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

June 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT