ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন ড° সৃষ্টিধৰ দত্তৰঃমুখ্যমন্ত্ৰী ড° শৰ্মাই গৃহত গৈ জনালে শেষ শ্ৰদ্ধাঞ্জলি

ষ্টাফ ৰিপ'ৰ্টাৰ:

ASSAM TIMES POST by ASSAM TIMES POST
June 21, 2022
Reading Time: 1 min read
A A
0
ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন ড° সৃষ্টিধৰ দত্তৰঃমুখ্যমন্ত্ৰী ড° শৰ্মাই গৃহত গৈ জনালে শেষ শ্ৰদ্ধাঞ্জলি

New Logo Very Smal 2 | ASSAM TIMES POST

RELATED POSTS

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

অসমৰ অন্যতম প্ৰাচীন ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, গৱেষক,বুৰঞ্জীবিদ, সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক ইতিহাসলৈ অনবদ্য বৰঙণি আগবঢ়াই থৈ যোৱা অসম চুক্তি ৰূপায়ণ সমিতিৰ সদস্য আৰু অৰুণাচল বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ডীন ড° সৃষ্টিধৰ দত্তৰ শেষকৃত্য আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হয়। আৰক্ষী টোপধ্বনিৰে তেখেতৰ পৈতৃক গৃহ হাটখোলা গাঁৱত তেখেতৰ শেষকৃত্য সমাপন হয়।

মুখ্যমন্ত্ৰী ড° শৰ্মাই গৃহত গৈ জনালে শেষ শ্ৰদ্ধাঞ্জলিমুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ বাসগৃহত উপস্থিত হৈ ড° সৃষ্টিধৰ দত্তৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জনাই শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে। তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ অৰ্থে আন বিভিন্ন গৰাকী উচ্চ পদস্থ বিষয়ববীয়া উপস্থিত থাকে।

তেখেতক নশ্বৰ দেহ পুষ্পসজ্জিত বাহনেৰে বিভিন্ন ঠাইলৈ লৈ যোৱা হয়। ঠাই সমূহ হৈছে ক্ৰমেঃ

ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন ড° সৃষ্টিধৰ দত্তৰঃ👉🏻 শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ কণিষ্ঠ মহাবিদ্যালয়
👉🏻 সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা মুখ্য কাৰ্যালয় শ্বহীদ ভৱন
👉🏻 ৰাষ্ট্ৰীয় ঘাইপথেৰে পৈতৃক গৃহ হাটখোলালৈ গায়ন বায়নেৰে এক ৰেলী কৰি লৈ যোৱা হয়
👉🏻 পুনৰ শৱ যাত্ৰা কৰি তেখেতে অধ্যয়ন কৰা শিক্ষানুষ্ঠান মদাৰখাত এছ আৰ চি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ নিয়া হয়

👉🏻 লগতে, তেওঁ পঢ়া এক নম্বৰ মদাৰখাত প্ৰাথমিক বিদ্যালয়লৈ নিয়া হয়

শ্ৰদ্ধাঞ্জলিউক্ত ঠাইসমূহত বিভিন্ন ৰীতি-নীতিৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ইতিহাসবিদ ডঃ সৃষ্টিধৰ দত্তক। ৰাজ্যিক মৰ্যাদাৰৰ লগতে মায়ামৰা ধৰ্মীয় ৰীতি নীতি পৰম্পৰাৰে শোকাকূল পৰিবেশৰ মাজেৰে শেষকৃৎ সম্পন্ন কৰা হয় তেখেতৰ।

Tags: ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন ড° সৃষ্টিধৰ দত্তৰঃ
Share4Tweet3Send

Related Posts

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
ADVERTISEMENT
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
50
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ
National-International

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
50
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026
50
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি
National-International

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx