
আজি সন্ধিয়া চাংসাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপিত বন্যাক্ৰান্তৰ আশ্ৰয় শিবিৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তাত তেওঁ আশ্ৰয় শিবিৰটো পৰিদৰ্শন কৰোঁ।
শিবিৰটোত থকা কেইবাগৰাকী আই-মাতৃসহ অন্যান্য বান আক্ৰান্ত লোকৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকৰ অৱস্থাৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে৷













