সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি আজি ডিফু আদালত চৌহদত জিলা ন্যায় সেৱা প্ৰাধিকৰণ আৰু জিলা ন্যায়িক মহলৰ যৌথ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱসটি উদযাপন কৰা হয় ৷
ইয়াৰোপৰি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত জিলা কাৰাগাৰতো আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰা হয় ৷

© 2020 Assam Times Post. | Powered By Webx