ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Political

চুৰাট, গুৱাহাটী ৰেডিছন ব্লুৰ পৰা গোৱাৰ সমুদ্র তীৰ! মহাৰাষ্ট্ৰৰ চৰকাৰ বগৰাবলৈ ভাৰত ভ্রমণত বিদ্রোহী বিধায়ক

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 29, 2022
Reading Time: 1 min read
A A
0
চুৰাট, গুৱাহাটী ৰেডিছন ব্লুৰ পৰা গোৱাৰ সমুদ্র তীৰ! মহাৰাষ্ট্ৰৰ চৰকাৰ বগৰাবলৈ ভাৰত ভ্রমণত বিদ্রোহী বিধায়ক

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

Political Crossroads: India’s Vice Presidential Election Amid Boycotts and Controversies

Will the Andhra Governor Become the New Vice President? Find Out!

Assam Assembly in Chaos: BJP MLA’s Uncontrollable Outburst Sparks Outrage

মহাৰাষ্ট্ৰত চৰকাৰ উৎখাত কৰিবলৈ ভাৰত ভ্ৰমণ কৰিছে শিৱসেনাৰ বিদ্ৰোহী বিধায়কসকলে। জানিব পৰা মতে, বুধবাৰে বিয়লি দামোলিম বিমানবন্দৰত শ্বিণ্ডে বাহিনীৰ এখন চাৰ্টাৰ্ড বিমানে অৱতৰণ কৰিবলৈ ওলাইছে। বৃহস্পতিবাৰে মহাৰাষ্ট্ৰ বিধানসভাত অনাস্থা ভোটৰ বাবে বিশেষ অধিবেশনৰ আয়োজন কৰা হয় ৷

বিধায়কসকল গোৱাৰ পৰা পোনপটীয়াকৈ মুম্বাইত উপস্থিত হ’ব বুলি ধাৰণা কৰা হৈছে। আন এক সূত্ৰই দাবী কৰিছে যে বিধায়কসকলে দুপৰীয়া গুৱাহাটীৰ হোটেলখনতে থাকিব। বিয়লি উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পিছতেই গোৱালৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

মহাৰাষ্ট্ৰৰ পৰা প্ৰথমে গুজৰাটলৈ, তাৰ পিছত দেশৰ একেবাৰে পূব সীমালৈ। মহাৰাষ্ট্ৰৰ উদ্ধৱ চৰকাৰৰ প্ৰতি অবিশ্বাস প্ৰকাশ কৰি গুৱাহাটীৰ এখন বিলাসী হোটেলত ঘাটি স্থাপন কৰিছে শিৱসেনাৰ বিদ্ৰোহী বিধায়কসকলে।

গুৱাহাটীৰ হোটেলৰ কোঠাটো ৫ জুলাইলৈ দুবাৰকৈ ভাড়াত দিয়া হৈছিল। কিন্তু পৰিৱৰ্তিত পৰিস্থিতিত মহাৰাষ্ট্ৰ বিধানসভাত আস্থা ভোটৰ সন্মুখীন হৈছে উদ্ধৱ চৰকাৰ। ফলস্বৰূপে কিছুদিন থকাৰ পাছত তেওঁলোক গুৱাহাটীৰ পৰা উভতিছে। কিন্তু প্ৰত্যক্ষভাৱে মহাৰাষ্ট্ৰলৈ নহয়।

দল বান্ধি গোৱালৈ। আন এক সূত্ৰই দাবী কৰা মতে, বিয়লি ৫ বজাত উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পিছত গুৱাহাটীৰ হোটেলৰ পৰা ওলাই অহাৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব শ্বিণ্ডেয়ে। সেয়ে এতিয়াও তেওঁলোক গুৱাহাটীৰ হোটেলখনতে আছে।

Tags: মহাৰাষ্ট্র চৰকাৰশিৱসেনা
Share4Tweet3Send

Related Posts

Why Three Parties Chose to Abstain from Vice Presidential Voting
Political

Political Crossroads: India’s Vice Presidential Election Amid Boycotts and Controversies

by ASSAM TIMES POST
September 9, 2025
50
Will the Andhra Governor Become the New Vice President? Find Out!
Political

Will the Andhra Governor Become the New Vice President? Find Out!

by ASSAM TIMES POST
August 7, 2025
50
Assam Assembly in Chaos: BJP MLA’s Uncontrollable Outburst Sparks Outrage
Political

Assam Assembly in Chaos: BJP MLA’s Uncontrollable Outburst Sparks Outrage

by ASSAM TIMES POST
March 21, 2025
50
Manipur CM’s Resignation Sparks Controversy Amidst Climate Concerns, Jairam Ramesh Calls It ‘Belated’
Political

Manipur CM’s Resignation Sparks Controversy Amidst Climate Concerns, Jairam Ramesh Calls It ‘Belated’

by ASSAM TIMES POST
February 9, 2025
50
Triumphant Comeback: BJP’s Historic Victory in Delhi After 27 Years as AAP Struggles
Political

Triumphant Comeback: BJP’s Historic Victory in Delhi After 27 Years as AAP Struggles

by ASSAM TIMES POST
February 8, 2025
50
Navigating the Path to ‘One Nation One Election’: Understanding the Legislative Journey and Implications for Indian Democracy
Political

Navigating the Path to ‘One Nation One Election’: Understanding the Legislative Journey and Implications for Indian Democracy

by ASSAM TIMES POST
December 17, 2024
50
ADVERTISEMENT
Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
50
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক
National-International

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
50
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু
National-International

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026
50
Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান
DIPHU

Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান

July 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx