ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুত বিজেপিৰ বিজয় উৎসৱ:১৬৬২ জনৰ বিজেপিত যোগদান

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
July 6, 2022
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

যোৱা 8 জুনত অনুষ্ঠিত হোৱা কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত 26 খন আসনৰ আটাইকেইখনতে জয়লাভ কৰি কাৰ্বি আংলঙৰ ৰাজনীতিত একপ্ৰকাৰ ইতিহাসৰ সূচনা কৰি পৰিষদৰ চৰকাৰ গঠনৰ পিছত জিলাখনৰ সদৰ চহৰ ডিফুত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে বিজেপি দলে বিজয়োৎসৱ পালন কৰে।

তুলিৰাম ৰংহাঙে ৰাইজক উদ্দেশ্যি মঞ্চৰ ওপৰতে আঠুকাঢ়ি সেৱাকাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ প্ৰতিটো সমষ্টিৰে সকলো পৰ্যায়ৰ সমিতিসমূহৰ নেতৃবৰ্গৰ উপস্থিতিত ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত বিশাল সভাখনত সদ্যসমাপ্ত পৰিষদীয় নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াই পৰাজয় বৰণ কৰা কেইবাগৰাকীও প্ৰাৰ্থীৰ লগতে এই পি এইচ এল চি, এএছডিচি, কংগ্ৰেছ আদি দলৰ পৰা আহি ১৬৬২ জনে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে।

ডিফুত বিজেপিৰ বিজয় উৎসৱআজি বিজেপিত যোগদান কৰা সকলৰ ভিতৰত প্ৰাক্তন কাৰ্যবাহী সদস্য বাজং তিচʼ, কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ছিমিয়ন ৰংফাৰ, ৰাংছিনা হাঞ্চে, কাংবুৰা হাঞ্চে, চিকাৰী কাথাৰ, লংকিৰি তিচʼ, ক্লিৰদাপ তেৰাং, মহেন বেʼ, ৰূপেশ বেʼ, কাৰেং ফাংছʼপী আদি বিশেষভাৱে উল্লেখযোগ্য। জনাকীৰ্ণ সভাখনত ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদানৰ পূৰ্বে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৰাইজক উদ্দেশ্যি মঞ্চৰ ওপৰতে আঠুকাঢ়ি সেৱা লৈ পৰৱৰ্তী কাৰ্যকালৰ বাবে ৰাইজৰ আশীষ গ্ৰহণ কৰে।

বিজেপিৰ বিজয় উৎসৱৰাইজক সম্বোধন কৰি প্ৰদান কৰা ভাষণত মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে নিবনুৱা সমস্যা সমাধানৰ বাবে নিযুক্তি প্ৰদানৰ ব্যৱস্থা লোৱা বুলি মন্তব্য কৰে। কাৰ্বি আংলঙৰ স্থায়ী শান্তি স্থাপনৰ বাবে চৰকাৰখনে কাম কৰা বুলি উল্লেখ কৰি সকলো জাতি-জনগোষ্ঠীৰ মাজত সমিলমিলেৰে এখন নতুন কাৰ্বি আংলং গঢ়াৰ কথা উল্লেখ কৰে।

১৬৬২ জনৰ বিজেপিত যোগদানএইক্ষেত্ৰত জিলাখনৰ‌ সকলো ৰাইজৰে আশীৰ্বাদ আৰু দিহা পৰামৰ্শ কামনা কৰে মুখ্য কাৰ্যবাহী গৰাকীয়ে। দলত নতুনকৈ যোগদান কৰা‌ সকলোকে দলৰ মজিয়ালৈ আদৰণি জনাই মুখ্য কাৰ্যবাহী গৰাকীয়ে টীম কাৰ্বি আংলঙে সকলোকে লগত লৈ ঐক্যবদ্ধভাৱে কাম কৰি যাব বুলি কয়।

ডিফুত বিজেপিৰ বিজয় উৎসৱসাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্য কাৰ্যবাহী ৰংহাঙে এইবাৰৰ নিৰ্বাচনত কাৰ্বি আংলঙৰ ৰাইজে দেখুওৱা মৰম আৰু আশীৰ্বাদৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জনাই নতুন চৰকাৰখনে আন্তঃৰাজ্যিক সমস্যা, নিবনুৱা সমস্যাকে ধৰি সকলো সমস্যা সমাধানৰ ক্ষেত্ৰত আলাপ আলোচনাৰ মাজেৰে আগবাঢ়ি যাব বুলি উল্লেখ কৰে।

দল আৰু চৰকাৰক একেলগে কাম কৰি যোৱাৰ বাবে আহ্বান জনাই মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে এখন নতুন কাৰ্বি আংলং গঢ়াৰ স্বাৰ্থত সকলো দল-সংগঠনকে প্ৰয়োজনীয় দিহা পৰামৰ্শ আগবঢ়াই সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনায়।

আনহাতে, এই পি এইচ এল চি দলৰ সভাপতি জন ইংতি কাথাৰে অলপতে অনুষ্ঠিত হৈ যোৱা কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন অবৈধ বুলি অভিযোগ কৰি পৰিষদৰ নিৰ্বাচন পুনৰ অনুষ্ঠিত কৰাৰ বাবে জনোৱা দাবী সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্য কাৰ্যবাহী গৰাকীয়ে কয় যে দলটোৰ এনে অভিযোগ থাকিলে নিৰ্বাচনৰ ভোট গণনাৰ পূৰ্বেই ৰাজ্যিক নিৰ্বাচনী আয়োগক লিখিতভাৱে জনোৱা প্ৰয়োজন আছিল যদিও দলটোৱে তেনে‌ কোনো পদক্ষেপ গ্ৰহণ নকৰিলে।

আজিৰ সভাত বিধায়ক বিদ্যাছিং ইংলেং আৰু ৰূপছিং টেৰণে প্ৰদান কৰা ভাষণতো এ‌পি এইচ এল চিৰ সভাপতি জন ইংতি কাথাৰক কঠোৰ ভাষাৰে সমালোচনাৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হয়। দলটোৰ সভাপতিগৰাকীৰ কাৰ্যকলাপৰ কঠোৰ সমালোচনা কৰি এনে কাৰ্যকলাপে জনজাতীয় আৰু অজনজাতীয় লোকসকলৰ মাজত সংঘাতৰ সৃষ্টি কৰিব বুলি আশংকা প্ৰকাশ কৰে। সাংসদ হৰেণছিং বেʼই ভাষণ প্ৰসংগত এ পি এইচ এল চিৰ সভাপতি জন ইংতি কাথাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে।

Tags: ডিফুত বিজেপিৰ বিজয় উৎসৱ
Share4Tweet3Send

Related Posts

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
ADVERTISEMENT
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
50
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ
National-International

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
50
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026
50
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি
National-International

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx