![]()
বিৰলা সংঘটিত দুৰ্ঘটনাৰ নিহত সকল একে পৰিয়ালৰ৷ডিফুৰ শশুৰৰ ফুৰিবলৈ আহি ডিমাপুৰৰ ঘৰলৈ উভতি যাওঁতেই হৈছিল শোকাৱহ দুৰ্ঘটনাটোবিৰলাৰ এফচিআই তিনিআলিত মটৰ চাইকেলেৰে হাফজান দিশ পথেৰে মটৰ চাইকেল ঘুৰাওতেই পিছফালৰ মহটিয়াই ঘটনাস্থলীত নিহত কৰে ১০ চকীয়া ট্ৰাকে ৷
উক্ত শোকাৱহ দুৰ্ঘটনাটোত পিতৃ ৫০ বছৰীয়া ৰেনছিং ৰংহি, ৩০ বছৰীয়া মাতৃ কাছাং ফাংচপি আৰু ৭ বছৰীয়া শিশু কণ্যা জেলিনা ৰংহিপী নিহত হয়আজি পুৱা মৃতদেহ চিনাক্ত কৰি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৰেণছিং ইংহিৰ ভিনদেউ খনছিং বে’ই ৷
ডিফুৰ মেইনটিলাৰ মখিম ইংতি গাঁৱৰ শশুৰ ঘৰৰ পৰা পৰিয়াল সহ ওভতি যাওঁতে সংঘটিত হৈছিল উক্ত দুৰ্ঘটনানিহত ৰেণছিং ৰংহি পৰিয়াল সহ ডিমাপুৰৰ নাহৰবাৰীৰৰ ল’থা বস্তিত থাকি দিন হাজিৰা কৰি জীৱিকা নিৰ্বাহ কৰে ৷












