ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

বৰষুণত বিপর্যস্ত মহাৰাষ্ট্ৰ, মৃত্যুৰ সংখ্যা ১০০ৰ ওচৰ:

নিউজ ডেক্স:

ASSAM TIMES POST by ASSAM TIMES POST
July 15, 2022
Reading Time: 1 min read
A A
0
বৰষুণত বিপর্যস্ত মহাৰাষ্ট্ৰ, মৃত্যুৰ সংখ্যা ১০০ৰ ওচৰ:

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

মহাৰাষ্ট্রত বৰষুণৰ কাৰণে নতুনকৈ পুনৰ চাৰিজনৰ মৃত্যু হৈছে। ইয়াৰ লগতে মৃতকৰ সংখ্যা বৃদ্ধি হৈছে ৯৯ জনলৈ। আকৌ বৰষুণৰ পূর্বাভাস জাৰি কৰা হৈছে।

বৰষুণত বিপর্যস্ত মহাৰাষ্ট্ৰবৰষুণত বিপর্যস্ত মহাৰাষ্ট্রত যোৱা ২৪ ঘণ্টাত পুনৰ চাৰিজনৰ মৃত্যু হৈছে। এই খবৰ জনাইছে মহাৰাষ্ট্রৰ দুৰ্যোগ ব্যৱস্থাপনা বাহিনীয়ে। প্রৱল বৰষুণৰ বাবে ১৮১টা পশুৰো মৃত্যু হৈছে।

বৰষুণত বিপর্যস্ত মহাৰাষ্ট্ৰজানিব পৰা মতে, নতুনকৈ দুর্যোগত যি চাৰিজনৰ মৃত্যু হৈছে, তেওঁলোক পূব মহাৰাষ্ট্রৰ গণ্ডীয়া জিলাৰ বাসিন্দা। সংবাদ সংস্থা পিটিআইৰ সূত্রে মতে, তিনিজনৰ সন্ধান এতিয়ালৈ পোৱা হোৱা নাই। নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছে ৭ হাজাৰ ৯৬৩ জনক।

সংবাদ সংস্থা এএনআইৰ সূত্রৰ খবৰ অনুযায়ী, মুঠ ১৪টা ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনী আৰু ৰাজ্যৰ ছয়টা দুৰ্যোগ ব্যৱস্থাপনা বাহিনীক নিয়োজিত কৰা হৈছে।

আনহাতে, পুনৰ বৰষুণৰ পূর্বাভাস জাৰি কৰিলে বতৰ বিজ্ঞানীয়ে। পালঘৰ, পুণে, চাতাৰাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে মুম্বাই, ঠাণে, ৰায়গড়, ৰত্নাগিৰি, সিন্ধুদুর্গ, নাচিক, কোলাহপুৰ, অমৰাৱতী, নাগপুৰ, ৱার্ধা, গড়চিৰোলিত।

Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026
50
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি
National-International

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
50
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability
National-International

Supreme Court of India I বৃদ্ধ আৰু মৃত্যুমুখী কাৰবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 17, 2026
50
দুবছৰ পিছত ৰথযাত্রা আৰম্ভ পুৰীত, ব্যাপক উৎসাহ ভক্তৰ মাজত
National-International

ISKCON Rath Yatra । নতুন চৰকাৰৰ যুগত বাংলাদেশত নিৰ্বিঘ্নে সম্পন্ন ৰথযাত্ৰা, ঢাকাৰ স্বামীবাগত অগণন ভক্তৰ সমাবেশ

July 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability

Supreme Court of India I বৃদ্ধ আৰু মৃত্যুমুখী কাৰবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx