ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

ক্ষুধাৰ বাবে হোৱা মৃত্যুক লৈ উদ্বেগ প্ৰকাশ উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 22, 2022
Reading Time: 1 min read
A A
0
ক্ষুধাৰ বাবে হোৱা মৃত্যুক লৈ উদ্বেগ প্ৰকাশ উচ্চতম ন্যায়ালয়ৰ

RELATED POSTS

Golaghat Police seized illegal weapons in Nagaland

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

দেশত প্ৰব্ৰজিত শ্ৰমিকৰ দুৰ্বল অৱস্থা আৰু অনাহাৰে মৃত্যু হোৱাক লৈ উচ্চতম ন্যায়ালয়ে উদ্বেগ প্ৰকাশ কৰিছে।

এই সন্দৰ্ভত ন্যায়াধীশ এম আৰ শ্বাহ আৰু ন্যায়াধীশ বি ভি নাগৰত্নৰ এখন বিচাৰপীঠে কয় যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন কাৰ্যকৰী হোৱাৰ পাছতো অনাহাৰ অৱস্থা এক চিন্তাৰ বিষয়। এতিয়াও মানুহে পেটত কাপোৰ বান্ধি, পানী খাই ভোক নিবাৰণ কৰিবলৈ বাধ্য হৈছে।

দেশৰ সকলো শ্ৰমিকক ৰেচন কাৰ্ড দিব লাগে বুলি আদালতে মত প্ৰকাশ কৰি কয় যাতে তেওঁলোকে কম টকাত বা বিনামূলীয়াকৈ ৰেচন লাভ কৰিব পাৰে। দৰাচলতে কৰোনা কালত প্ৰব্ৰজিত শ্ৰমিকৰ দুৰৱস্থাৰ বিষয়ে উচ্চতম ন্যায়ালয়ে নিজেই জ্ঞাত হৈছিল। আদালতত হাজিৰ হোৱা ন্যায় মিত্ৰই যে কয় যে এতিয়াও ভোকৰ বাবে প্ৰব্ৰজিত শ্ৰমিকৰ মৃত্যুৰ গোচৰ আহি আছে।

মজুৰি নোপোৱা সময়ত পেটত কাপোৰ বান্ধি পানী খাই গাঁৱে-ভূঞে ভোক সহ্য কৰি থাকিব লগি হয় । এই সন্দৰ্ভত ন্যায়াধীশ শ্বাহে কয়, ‘আমি আগতেও কৈছো যে কোনো নাগৰিক ভোকত মৰিব নালাগে। চৰকাৰী দাবীৰ পিছতো জনসাধাৰণ ভোকত পৰিছে।’ একে সময়তে অতিৰিক্ত ছলিচিটৰ জেনেৰেল ঐশ্বৰ্য ভাটীয়ে কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সকলো সম্ভৱপৰ সহায় আগবঢ়াইছে।

আদালতে কয় যে দেশৰ কৃষক আৰু শ্ৰমিকসকল আটাইতকৈ গুৰুত্বপূৰ্ণ। দেশ গঠনত কৃষক, খাদ্যদাতা, শ্ৰমিকৰ ভূমিকা আছে। তেওঁলোকক আওকাণ কৰিব নোৱাৰি। কিছুমান ৰাজ্য এই বিষয়ত পিছ পৰি আছে। কিছুমান ৰাজ্যই লক্ষ্যৰ আধাও অতিক্ৰম কৰিব পৰা নাই ৷ ইয়াক সংশোধন কৰিব লাগিব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: উচ্চতম ন্যায়ালয়
Share5Tweet3Send

Related Posts

Golaghat Police seized illegal weapons in Nagaland
ALL NEWS

Golaghat Police seized illegal weapons in Nagaland

by ASSAM TIMES POST
September 29, 2026
50
Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping
ALL NEWS

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

by News Desk
September 15, 2026
52
Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ
ALL NEWS

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

by News Desk
September 10, 2026
52
Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ
ALL NEWS

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

by News Desk
September 10, 2026
51
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
ADVERTISEMENT
Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান
DIPHU

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

October 5, 2026
50
Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট
Assam

Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

October 5, 2026
50
SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে
National-International

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

October 5, 2026
50
Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়
National-International

Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়

October 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

October 5, 2026
Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

October 5, 2026
SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

October 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d