ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

ভাৰত এৰিবলৈ ৮১ জন চীনালৈ জাননী, ইতিমধ্যে ১১৭ জনৰ প্ৰত্যাৱৰ্তন

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
August 3, 2022
Reading Time: 1 min read
A A
0
ভাৰত এৰিবলৈ ৮১ জন চীনালৈ জাননী, ইতিমধ্যে ১১৭ জনৰ প্ৰত্যাৱৰ্তন

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

Telegram controversy : টেলিগ্ৰামেই হৈছে নতুন ‘ডাৰ্ক ৱেব’, নিষেধাজ্ঞাৰ সপক্ষে কেন্দ্ৰৰ যুক্তি

Rapist Baba : পুনেত ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ স্বয়ম্ভূ বাবা, গোপন কোঠাত উদ্ধাৰ গৰ্ভনিৰোধক টেবলেট

NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

ভাৰতত বাস কৰা ৮১ জন চীনা লোকক দেশ এৰি যাবলৈ জাননী প্ৰদান কৰা হৈছে। প্ৰমাণ পোৱা গৈছে যে তেওঁলোকৰ প্ৰত্যেকেই কোনো অবৈধ কাৰ্যকলাপত জড়িত আছিল, বা ভিছাৰ চৰ্ত উলংঘা কৰি দেশখনত অবৈধভাৱে আছিল।

ভাৰত এৰিবলৈ ৮১ জন চীনালৈ জাননীমঙলবাৰে লোকসভাত কেন্দ্ৰই জনোৱা মতে, একেধৰণৰ অভিযোগত ২০১৯ চনৰ পৰা ২০২১ চনলৈ আৰু ১১৭ জন চীনা নাগৰিকে ভাৰত এৰি যাবলৈ বাধ্য হৈছে।

মঙলবাৰে লোকসভাত এই তথ্য দিয়ে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে। তেওঁ কয় যে ইয়াৰ উপৰি আন ৭২৬ জন চীনা লোক আইন ভংগ কৰাৰ অভিযোগত অভিযুক্ত হৈছে আৰু তেওঁলোকক সন্দেহজনক তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

নিত্যানন্দই কয় যে বিদেশৰ পৰা ভিছা লৈ এই দেশলৈ অহাসকলৰ ওপৰত কেন্দ্ৰই চকু ৰাখে। বহুক্ষেত্ৰত এই বিদেশীসকলে ভিছাৰ ম্যাদ উকলি যোৱাৰ পিছতো ভাৰতত বাস কৰি আছে। চীনা নাগৰিকৰ লগতে আন দেশৰ নাগৰিককো সতৰ্ক কৰি দিয়া হৈছে।

যদি সেই জাননী প্ৰেৰণ কৰাৰ পিছতো কোনো প্ৰতিক্ৰিয়া নহয়, তেনেহ’লে জাননী প্ৰেৰণ কৰা হ’ব। কিন্তু একে সময়তে নিত্যানন্দই কয় যে, যদি কাৰোবাৰ ভাৰতত থকাৰ সময়ত অসুস্থতাৰ বাবে বা যথাযথ কিবা কাৰণত দীঘলীয়া হৈছে, তেনে ক্ষেত্ৰত সেইসকলৰ কথা বিবেচনা কৰা হ’ব।

Tags: ভাৰত
Share4Tweet3Send

Related Posts

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram controversy : টেলিগ্ৰামেই হৈছে নতুন ‘ডাৰ্ক ৱেব’, নিষেধাজ্ঞাৰ সপক্ষে কেন্দ্ৰৰ যুক্তি

by News Desk
June 18, 2026
50
Rapist Baba : পুনেত ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ স্বয়ম্ভূ বাবা, গোপন কোঠাত উদ্ধাৰ গৰ্ভনিৰোধক টেবলেট
National-International

Rapist Baba : পুনেত ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ স্বয়ম্ভূ বাবা, গোপন কোঠাত উদ্ধাৰ গৰ্ভনিৰোধক টেবলেট

by News Desk
June 18, 2026
50
NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ
National-International

NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

by News Desk
June 18, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Modi Trump meet । মোদী-ট্ৰাম্পৰ বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা

by Staff Reporter
June 18, 2026
50
Akhilesh Yadav । তৃণমূল-উদ্ধৱসেনাৰ পিছত এইবাৰ বিভাজনৰ দিশে সমাজবাদী পাৰ্টি
National-International

Akhilesh Yadav । তৃণমূল-উদ্ধৱসেনাৰ পিছত এইবাৰ বিভাজনৰ দিশে সমাজবাদী পাৰ্টি

by Staff Reporter
June 18, 2026
50
US Iran peace deal I অৱশেষত আমেৰিকা-ইৰাণৰ শান্তি চুক্তি
National-International

US Iran peace deal I অৱশেষত আমেৰিকা-ইৰাণৰ শান্তি চুক্তি

by Staff Reporter
June 18, 2026
50
ADVERTISEMENT
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram controversy : টেলিগ্ৰামেই হৈছে নতুন ‘ডাৰ্ক ৱেব’, নিষেধাজ্ঞাৰ সপক্ষে কেন্দ্ৰৰ যুক্তি

June 18, 2026
50
Rapist Baba : পুনেত ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ স্বয়ম্ভূ বাবা, গোপন কোঠাত উদ্ধাৰ গৰ্ভনিৰোধক টেবলেট
National-International

Rapist Baba : পুনেত ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ স্বয়ম্ভূ বাবা, গোপন কোঠাত উদ্ধাৰ গৰ্ভনিৰোধক টেবলেট

June 18, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

June 18, 2026
50
12 years Modi govt : মোদী চৰকাৰৰ ১২ বছৰ, ডিফুত জন কল্যাণ শিবিৰৰ আয়োজন
DIPHU

12 years Modi govt : মোদী চৰকাৰৰ ১২ বছৰ, ডিফুত জন কল্যাণ শিবিৰৰ আয়োজন

June 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

Telegram controversy : টেলিগ্ৰামেই হৈছে নতুন ‘ডাৰ্ক ৱেব’, নিষেধাজ্ঞাৰ সপক্ষে কেন্দ্ৰৰ যুক্তি

June 18, 2026
Rapist Baba : পুনেত ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ স্বয়ম্ভূ বাবা, গোপন কোঠাত উদ্ধাৰ গৰ্ভনিৰোধক টেবলেট

Rapist Baba : পুনেত ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ স্বয়ম্ভূ বাবা, গোপন কোঠাত উদ্ধাৰ গৰ্ভনিৰোধক টেবলেট

June 18, 2026
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

June 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx