ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সফলতা:নৱগঠিত কাৰ্বি উগ্ৰপন্থী সংগঠন ‘কুলা’ৰ অধ্যক্ষ গ্ৰেপ্তাৰ

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
August 3, 2022
Reading Time: 1 min read
A A
0
কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সফলতা:নৱগঠিত কাৰ্বি উগ্ৰপন্থী সংগঠন ‘কুলা’ৰ অধ্যক্ষ গ্ৰেপ্তাৰ

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

কাৰ্বি ইউনাইটেড লিবাৰেচন আৰ্মি (কুলা) 2022 নামৰ নৱগঠিত উগ্ৰপন্থী সংগঠন এটাৰ নামত ফোনযোগে আৰু ধনদাবী পত্ৰৰে বিভিন্ন লোকৰ পৰা ধন দাবী কৰাৰ এক তথ্য লাভ কৰে বকলিয়া আৰক্ষী থানাই।

অভিযানত  মাৰণাস্ত্ৰসমূহ জব্দউক্ত তথ্যৰ ভিত্তিত কাৰিকৰী বিশ্লেষণ আৰু মানুহৰ পৰা লাভ কৰা বিভিন্ন তথ্যৰ ভিত্তিত কেইটামান সন্দেহজনক ফোন নম্বৰ আৰক্ষীয়ে ট্ৰেচ কৰিবলৈ সক্ষম হয়। তাৰে সহায়ত ডিফু থানাৰ অধীনৰ চাৰ হানছে গাঁৱৰ ঠেংতম হাঞ্চে ওৰফে আৰাক এজাং নামৰ এজন উগ্ৰপন্থীৰ সন্ধান লাভ কৰা হয় আৰু আৰক্ষীয়ে তেওঁক ধৰিবলৈ সক্ষম হয়।

পিছত তেওঁ স্বীকাৰ কৰে যে তেওঁ কুলাৰ বিত্ত সম্পাদক আৰু তেওঁক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ পিছত তেওঁৰ তথ্যৰ ভিত্তিতে ২ নং বালিজান গাঁৱৰ প্ৰণৱ টিমুং ওৰফে ছেদাং টুনগান নামৰ কুলাৰ সাধাৰণ সম্পাদকজনক গ্ৰেপ্তাৰ কৰা হয়।

আনহাতে, ২ আগষ্টৰ মাজনিশা আৰু ৩ আগষ্টত গতিবিধি লক্ষ্য কৰি লাভ কৰা তথ্যৰ পিছত কুলাৰ অধ্যক্ষ ডেনিয়েল টেৰণ ডি পি ক্ৰনজাং আৰু অন্যান্য সদস্যসকলৰ সন্ধানত মাঞ্জা আৰক্ষীয়ে লাংভুকু অঞ্চলত অভিযান আৰম্ভ কৰে।

তাৰ পিছত কুলাৰ সদস্য আৰু আৰক্ষীৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয়। এই সংঘৰ্ষত কুলাৰ ডেনিয়েল টেৰণ ওৰফে ডি পি ক্ৰনজাং আঘাতপ্ৰাপ্ত হয় আৰু তেওঁক লগে লগে ডিফুৰ ডিএমচিএইচলৈ স্থানান্তৰিত কৰা হয়।

উক্ত অভিযানত তলৰ মাৰণাস্ত্ৰসমূহ জব্দ কৰা হয়-

১. গুলী সহিতে এটা .২২ পিষ্টল।

২. গুলী সহিতে এটা এ কে মেগজিন

৩. এখন খুকুৰী

৪. কুলাৰ নামত ধন দাবী কৰা পেড

৫. কুলাৰ ছিল, অধ্যক্ষৰ ছিল, বিত্ত সম্পাদকৰ ছিল

৬. সামৰিক সাজ-পোছাক

৭. ধনদাবীৰ বাবে ব্যৱহাৰ কৰা মোবাইল ফোন আৰু চিম কাৰ্ড

৮. অন্যান্য নথিপত্ৰ

সমগ্ৰ অভিযানটোত নেতৃত্ব দিয়ে কাৰ্বি আংলঙৰ উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা, তেওঁক সংগ দিয়ে হাওৰাঘাট আৰক্ষী থানাৰ অ’চি মঞ্জিত টেৰাঙ, মাঞ্জা থানাৰ অ’চি ৰমেন বৰদলৈ আৰু বকলিয়া থানাৰ অ’চি নৱজিত দাসে।আনহাতে, প্ৰযুক্তিগত দিশ বিশ্লেষণ কৰে ৰমেশ ছেত্ৰী আৰু কাৰ্বি আংলঙৰ চাইবাৰ চেলে।

Tags: achievementof karbi anglong policeকাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সফলতা
Share4Tweet3Send

Related Posts

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

by ASSAM TIMES POST
June 30, 2026
50
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

by ASSAM TIMES POST
June 30, 2026
50
ADVERTISEMENT
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

July 4, 2026
50
Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ
National-International

Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ

July 4, 2026
50
Indus Water Treaty : পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন কৰা বন্ধ নকৰালৈকে সিন্ধু জল চুক্তি স্থগিত থাকিব : নতুন দিল্লী
National-International

Indus Water Treaty I সিন্ধু জলচুক্তি স্থগিত হৈয়েই থাকিব, পাকিস্তানৰ ভাবুকিৰ পিছতে ভাৰতৰ স্পষ্ট স্থিতি

July 4, 2026
50
মাৰাডোনাৰ পূৰ্বৰ ক্লাবত যোগদান কৰিব ৰোনাল্ডোৱে!
National-International

Christiano Ronaldo I ভেনিজুৱেলা ভূমিকম্পত ভৰি হেৰুওৱা অনুৰাগীৰলৈ ভিডিঅ’ বাৰ্তা প্ৰেৰণ ৰোনাল্ডোৰ, স্বাক্ষৰিত জাৰ্চি প্ৰেৰণ

July 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

July 4, 2026
Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ

Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ

July 4, 2026
Indus Water Treaty : পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন কৰা বন্ধ নকৰালৈকে সিন্ধু জল চুক্তি স্থগিত থাকিব : নতুন দিল্লী

Indus Water Treaty I সিন্ধু জলচুক্তি স্থগিত হৈয়েই থাকিব, পাকিস্তানৰ ভাবুকিৰ পিছতে ভাৰতৰ স্পষ্ট স্থিতি

July 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx