ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

বিশ্বনাথৰ চাঞ্চল্যকৰ ঘটনা, ব্যৱসায়ীৰ পুত্ৰৰ চিনেমা সদৃশ গুলীচালনাঃ

ষ্টাফ ৰিপ'ৰ্টাৰ:

ASSAM TIMES POST by ASSAM TIMES POST
August 7, 2022
Reading Time: 1 min read
A A
0
বিশ্বনাথৰ চাঞ্চল্যকৰ ঘটনা, ব্যৱসায়ীৰ পুত্ৰৰ চিনেমা সদৃশ গুলীচালনাঃ

RELATED POSTS

BIG BREAKING:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত চাঞ্চল্যকৰ গুলীচালনা,দুই আৰক্ষী জোৱান নিহত

BREAKING : শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ দিন ঘোষণা

Girl kidnapped in Moriani : মৰিয়নীত ৯ বছৰীয়া কন্যা অপহৰণ, ৬০ লাখ টকা মুক্তিপণ দাবী

New Logo Very Smal | ASSAM TIMES POST

বিশ্বনাথৰ সূৰ্যপুৰ বালিপুখুৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী ব্যৱসায়ীৰ নাতিয়েকৰ অন্নপ্ৰসন্নত বিলনীয়া হিচাবে যোৱা কেইগৰাকীমান যুৱকক ব্যৱসায়ীৰ পুত্ৰৰ মোবাইল চুৰিৰ অপৰাধত প্ৰহাৰ কৰাৰ লগতে চিনেমা সদৃশ গুলীয়াই হত্যাৰ চেষ্টা কৰে।

বিশ্বনাথৰ চাঞ্চল্যকৰ ঘটনাজানিব পৰা মতে, বিলনীয়া ল’ৰা এজনে মনে মনে ব্যৱসায়ীৰ পৰিয়ালৰ লোকৰ পৰা এটা মোবাইল ফোন মনে মনে লৈ আনিছিল যদিও পিছত ফোনটো উভতাবলৈ যোৱাত ব্যৱসায়ী অকণ শইকীয়াৰ পুত্ৰ ভৱেনে নিজৰ ৯-১০ জনীয়া গুণ্ডা বাহিনীৰ এটা দলৰ সৈতে যুৱক দুজনক পথৰ ওপৰতে ৰ’ডেৰে প্ৰহাৰ কৰে।

আনহাতে, সেই সময়ত ভৱেন শইকীয়াই তেওঁৰ অনুজ্ঞাপত্ৰ থকা বন্দুকেৰে যুৱক দুজনলৈ লক্ষ্য কৰি দুই জাঁই গুলীচালনা কৰা বুলিও অভিযোগ উত্থাপন হৈছে।অৱশ্যে এই গুলীত আঘাতপ্ৰাপ্ত হোৱাৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষা পৰে দুয়োজনযুৱক।

কিন্তু ব্যৱসায়ীৰ পুত্ৰ আৰু তেওঁৰ গুণ্ডা বাহিনীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হয় যুৱক দুজন। আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ভৱেনক। এই ঘটনা পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ অঞ্চলটোত।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: বিশ্বনাথৰ চাঞ্চল্যকৰ ঘটনা
Share5Tweet3Send

Related Posts

BIG BREAKING:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত চাঞ্চল্যকৰ গুলীচালনা,দুই আৰক্ষী জোৱান নিহত
Assam

BIG BREAKING:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত চাঞ্চল্যকৰ গুলীচালনা,দুই আৰক্ষী জোৱান নিহত

by ASSAM TIMES POST
September 3, 2026
50
BREAKING : শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ দিন ঘোষণা
Assam

BREAKING : শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ দিন ঘোষণা

by News Desk
September 2, 2026
51
Girl kidnapped in Moriani : মৰিয়নীত ৯ বছৰীয়া কন্যা অপহৰণ, ৬০ লাখ টকা মুক্তিপণ দাবী
Assam

Girl kidnapped in Moriani : মৰিয়নীত ৯ বছৰীয়া কন্যা অপহৰণ, ৬০ লাখ টকা মুক্তিপণ দাবী

by News Desk
September 2, 2026
56
Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike
Assam

Jonai murder : জোনাইত পিতৃয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে তিনি সন্তানক, পত্নীকো হত্যা

by News Desk
September 2, 2026
57
JONAI FAMILY TRAGEDY : THREE KILLED, MINOR GIRL CRITICALLY INJURED
Assam

JONAI FAMILY TRAGEDY : THREE KILLED, MINOR GIRL CRITICALLY INJURED

by News Desk
September 2, 2026
61
বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত
Assam

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

by News Desk
August 31, 2026
67
ADVERTISEMENT
BIG BREAKING:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত চাঞ্চল্যকৰ গুলীচালনা,দুই আৰক্ষী জোৱান নিহত
Assam

BIG BREAKING:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত চাঞ্চল্যকৰ গুলীচালনা,দুই আৰক্ষী জোৱান নিহত

September 3, 2026
50
SONAPUR BREAKING | মৰকদলাত আৰক্ষী-গাড়ী চোৰৰ গুলীয়াগুলী, দুজন নিহত
BREAKING NEWS

SONAPUR BREAKING | মৰকদলাত আৰক্ষী-গাড়ী চোৰৰ গুলীয়াগুলী, দুজন নিহত

September 3, 2026
50
West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা
KARBI ANGLONG

West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা

September 2, 2026
58
Ram Mandir : ৰাম মন্দিৰ ট্ৰাষ্টৰ প্রথম চিইঅ’ হিচাপে ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন বিষয়া জিতেন্দ্ৰ সিঙক দায়িত্ব
National-International

Ram Mandir : ৰাম মন্দিৰ ট্ৰাষ্টৰ প্রথম চিইঅ’ হিচাপে ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন বিষয়া জিতেন্দ্ৰ সিঙক দায়িত্ব

September 2, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BIG BREAKING:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত চাঞ্চল্যকৰ গুলীচালনা,দুই আৰক্ষী জোৱান নিহত

BIG BREAKING:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত চাঞ্চল্যকৰ গুলীচালনা,দুই আৰক্ষী জোৱান নিহত

September 3, 2026
SONAPUR BREAKING | মৰকদলাত আৰক্ষী-গাড়ী চোৰৰ গুলীয়াগুলী, দুজন নিহত

SONAPUR BREAKING | মৰকদলাত আৰক্ষী-গাড়ী চোৰৰ গুলীয়াগুলী, দুজন নিহত

September 3, 2026
West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা

West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা

September 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d