ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

‘ৰাজতিলক কা কৰো তৈয়াৰী’ ! বিহাৰত নতুন চৰকাৰ গঠনৰ বাৰ্তা লালু আৰু কন্যা ৰোহিনীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
August 9, 2022
Reading Time: 1 min read
A A
0
‘ৰাজতিলক কা কৰো তৈয়াৰী’ ! বিহাৰত নতুন চৰকাৰ গঠনৰ বাৰ্তা লালু আৰু কন্যা ৰোহিনীৰ

RELATED POSTS

PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প

Rahul Gandhi : অনুমতি অবিহনে আকাশবাণী ভৱনত প্ৰৱেশ, ৰাহুল গান্ধীসহ কেইবাজনৰ বিৰুদ্ধে এফআইআৰ

Nagaland girl harassed : দিল্লীত নাগালেণ্ডৰ মহিলাক নিৰ্যাতন, হোটেলৰ পৰা উঠাই নিয়াৰ চেষ্টা

New Logo Very Smal | ASSAM TIMES POST

নীতিশ কুমাৰে পাটনাত জেডি(ইউ)ৰ সাংসদ-বিধায়ক-নেতাসকলৰ সৈতে বৈঠকত মিলিত হৈ এনডিএ ত্যাগৰ সিদ্ধান্ত লয়। লালু-কন্যা ৰোহিনী আৰ্য্যৰ হঠাৎ টুইট — ‘ৰাজতিলক কা কৰো তৈয়াৰী, আ ৰহে হায় লন্থনধাৰী’।

উক্ত টুইটত ৰোহিণীয়ে লেম্প হাতত লৈ আৰজেডি সমৰ্থকৰ এটা ভিডিঅ’ও পোষ্ট কৰে। তাত তেওঁলোকে ভোজপুৰী গীত গোৱা দেখা যায়- ‘লালু বিন চালু এ বিহাৰ না হয়’ (লালু অবিহনে বিহাৰ চলিব নোৱাৰিব)। লালুৰ লগতে তেজস্বীৰ ছবিও আছে তাত।

lalu 3 | ASSAM TIMES POST

ৰোহিনীৰ এই বক্তব্যত স্পষ্ট- পাঁচ বছৰৰ পাছত লালুৰ দল আৰজেডি পুনৰ পাটনাত ক্ষমতাৰ অংশীদাৰ হʼবলৈ গৈ আছে। যাৰ প্ৰতীক লেম্প। ইতিমধ্যে লালু-পুত্ৰই জেডি(ইউ) আৰজেডি-কংগ্ৰেছ-বাওঁপন্থী ‘মহা জোটবন্ধন’ চৰকাৰত গুৰুত্বপূৰ্ণ পদ লাভ কৰিব পাৰে বুলি জল্পনা-কল্পনা চলিছে। আৰজেডিৰ এক সূত্ৰ অনুসৰি এইবাৰ গৃহ বিভাগৰ দায়িত্ব লাভ কৰিব পাৰে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বীয়ে।

উল্লেখ্য, ২০০২ চনত লালুৰ বন্ধু এজন আয়কৰ বিষয়াৰ পুত্ৰ ৰাও সমৰেশ সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হয় ৰোহিনীয়ে। কিন্তু সক্ৰিয় ৰাজনীতিত তেওঁক তেনেদৰে দেখা পোৱা নগʼল। লালুৰ আন এগৰাকী কন্যা মিছা ভাৰতীয়ে ইয়াৰ পূৰ্বে ৰাজনীতিত প্ৰৱেশ কৰিছিল। ২০১৪ চনত পাটনাৰ লোকসভা নিৰ্বাচনত পৰাস্ত হোৱাত ৰাজ্যসভালৈ পঠোৱা হৈছিল। এইবাৰ ৰোহিনীয়ে সক্ৰিয় ৰাজনীতিত ভৰি দিব নেকি? তাক লৈও চলিছে চৰ্চা।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: daughter Rohini's message to form a new governmentLaluনতুন চৰকাৰ গঠনৰ বাৰ্তা লালু আৰু কন্যা ৰোহিনীৰ
Share5Tweet3Send

Related Posts

PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প
National-International

PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প

by News Desk
October 7, 2026
50
Rahul Gandhi : অনুমতি অবিহনে আকাশবাণী ভৱনত প্ৰৱেশ, ৰাহুল গান্ধীসহ কেইবাজনৰ বিৰুদ্ধে এফআইআৰ
National-International

Rahul Gandhi : অনুমতি অবিহনে আকাশবাণী ভৱনত প্ৰৱেশ, ৰাহুল গান্ধীসহ কেইবাজনৰ বিৰুদ্ধে এফআইআৰ

by News Desk
October 7, 2026
50
Nagaland girl harassed : দিল্লীত নাগালেণ্ডৰ মহিলাক নিৰ্যাতন, হোটেলৰ পৰা উঠাই নিয়াৰ চেষ্টা
National-International

Nagaland girl harassed : দিল্লীত নাগালেণ্ডৰ মহিলাক নিৰ্যাতন, হোটেলৰ পৰা উঠাই নিয়াৰ চেষ্টা

by News Desk
October 7, 2026
50
Adult daughter : অভিভাৱকে প্ৰাপ্তবয়স্ক কন্যাক নিজৰ ইচ্ছাৰ বিৰুদ্ধে লগত থাকিবলৈ বাধ্য কৰিব নোৱাৰে: উচ্চ ন্যায়ালয়
National-International

Adult daughter : অভিভাৱকে প্ৰাপ্তবয়স্ক কন্যাক নিজৰ ইচ্ছাৰ বিৰুদ্ধে লগত থাকিবলৈ বাধ্য কৰিব নোৱাৰে: উচ্চ ন্যায়ালয়

by News Desk
October 7, 2026
50
Pak spy : পাকিস্তানলৈ তথ্য সৰবৰাহ, ১৩ নৌসেনাৰ জোৱানসহ ১৮ জন সন্দেহৰ তালিকাত; দেশৰ ১০ ৰাজ্যত অভিযান
National-International

Pak spy : পাকিস্তানলৈ তথ্য সৰবৰাহ, ১৩ নৌসেনাৰ জোৱানসহ ১৮ জন সন্দেহৰ তালিকাত; দেশৰ ১০ ৰাজ্যত অভিযান

by News Desk
October 7, 2026
50
Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
National-International

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

by News Desk
October 6, 2026
51
ADVERTISEMENT
PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প
National-International

PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প

October 7, 2026
50
Rahul Gandhi : অনুমতি অবিহনে আকাশবাণী ভৱনত প্ৰৱেশ, ৰাহুল গান্ধীসহ কেইবাজনৰ বিৰুদ্ধে এফআইআৰ
National-International

Rahul Gandhi : অনুমতি অবিহনে আকাশবাণী ভৱনত প্ৰৱেশ, ৰাহুল গান্ধীসহ কেইবাজনৰ বিৰুদ্ধে এফআইআৰ

October 7, 2026
50
Nagaland girl harassed : দিল্লীত নাগালেণ্ডৰ মহিলাক নিৰ্যাতন, হোটেলৰ পৰা উঠাই নিয়াৰ চেষ্টা
National-International

Nagaland girl harassed : দিল্লীত নাগালেণ্ডৰ মহিলাক নিৰ্যাতন, হোটেলৰ পৰা উঠাই নিয়াৰ চেষ্টা

October 7, 2026
50
Lovlina Borgohain : লাভলীনালৈ অসম চৰকাৰৰ উপহাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি
Guwahati

Lovlina Borgohain : লাভলীনালৈ অসম চৰকাৰৰ উপহাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি

October 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প

PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প

October 7, 2026
Rahul Gandhi : অনুমতি অবিহনে আকাশবাণী ভৱনত প্ৰৱেশ, ৰাহুল গান্ধীসহ কেইবাজনৰ বিৰুদ্ধে এফআইআৰ

Rahul Gandhi : অনুমতি অবিহনে আকাশবাণী ভৱনত প্ৰৱেশ, ৰাহুল গান্ধীসহ কেইবাজনৰ বিৰুদ্ধে এফআইআৰ

October 7, 2026
Nagaland girl harassed : দিল্লীত নাগালেণ্ডৰ মহিলাক নিৰ্যাতন, হোটেলৰ পৰা উঠাই নিয়াৰ চেষ্টা

Nagaland girl harassed : দিল্লীত নাগালেণ্ডৰ মহিলাক নিৰ্যাতন, হোটেলৰ পৰা উঠাই নিয়াৰ চেষ্টা

October 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d