ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, ৭খন চুক্তিত স্বাক্ষৰ সম্ভাৱনা

নিউজ ডেস্কঃ

News Desk by News Desk
September 5, 2022
Reading Time: 1 min read
A A
0
চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, ৭খন চুক্তিত স্বাক্ষৰ সম্ভাৱনা

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ প্ৰায় তিনি বছৰৰ মূৰত ভাৰত ভ্ৰমণ। চাৰিদিনীয়া ভ্ৰমণসূচীত দুয়োখন দেশৰ মাজত ৭টা চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে।সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, জল আবণ্টন, ৰে’ল, বিজ্ঞান প্ৰযুক্তিকে ধৰি সাতখন চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে।

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাবাংলাদেশৰ বৈদেশিক মন্ত্ৰী এ কে আব্দুল মোমেনে দেওবাৰে এইদৰে কয়। তেওঁ কয়,” শ্বেখ হাছিনাৰ ভ্ৰমণ সফল হʼব বুলি আশা কৰিছো। এই ভ্ৰমণে আমাক আমাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব।” বাংলাদেশৰ বৈদেশিক মন্ত্ৰীয়ে কয় যে দুয়োখন দেশৰ ৰাজ্যিক নেতাসকলৰ সৈতেও শক্তিৰ বিষয়ে আলোচনা কৰিব পাৰে। দুয়োখন দেশৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ সন্দৰ্ভত মোমেনে লগতে কয় যে আলোচনা চলি আছে। চুক্তিৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে।

উল্লেখ্য, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত সোমবাৰে ভাৰতলৈ আহিছে হাছিনা। দৰাচলতে মোদী আৰু হাছিনাৰ মাজত সদায় ভাল সম্পৰ্ক আছে। ইয়াৰ পূৰ্বে ২০১৯ চনৰ অক্টোবৰ মাহত ভাৰতলৈ আহিছিল হাছিনা।

ভাৰত ভ্ৰমণৰ পূৰ্বে সংবাদ সংস্থা এ এন আইক দিয়া এক সাক্ষাৎকাৰত হাছিনাই পানী বিতৰণৰ বিষয়ে কয়। তেওঁ কয়, “মই ভাবো এই সমস্যা সমাধান কৰা উচিত। এইটো এটা দীৰ্ঘদিনীয়া সমস্যা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও এই সমস্যা সমাধানৰ বাবে আগ্ৰহী।”

উল্লেখ্য, চাৰিদিনীয়া ভ্ৰমণৰ অন্তত অহা ৮ ছেপ্টেম্বৰত বাংলাদেশলৈ উভতি যোৱাৰ কথা হাছিনাৰ। তেওঁৰ ভ্ৰমণৰ প্ৰথমদিনাই দিল্লীৰ হজৰত নিজামুদ্দিন আউলিয়া দৰগাহলৈ যোৱাৰ কথা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হʼব দ্বিপাক্ষিক বৈঠক।

বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু বৈদেশিক মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ কৰাৰ কথা। ভ্ৰমণৰ শেষৰ দিনা ৰাজস্থানৰ আজমিৰ ভ্ৰমণ কৰিব। তাৰ পৰা বাংলাদেশলৈ উভতি যোৱাৰ কথা।

Tags: Bangladesh Prime Minister Sheikh Hasina in Indiaভাৰতত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা
Share4Tweet3Send

Related Posts

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক
National-International

by News Desk
August 6, 2026
50
Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড
National-International

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

by News Desk
August 6, 2026
50
Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

by News Desk
August 6, 2026
50
Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা
National-International

Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা

by News Desk
August 6, 2026
50
Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ
National-International

Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ

by News Desk
August 6, 2026
50
India slams Pakistan : ৩৭০ অনুচ্ছেদ বাতিলত হস্তক্ষেপ, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ
National-International

India slams Pakistan : ৩৭০ অনুচ্ছেদ বাতিলত হস্তক্ষেপ, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

by News Desk
August 6, 2026
50
ADVERTISEMENT
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
DIPHU

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

August 6, 2026
50
Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক
National-International

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

August 6, 2026
50
Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড
National-International

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

August 6, 2026
50
Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

August 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

August 6, 2026
Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

August 6, 2026
Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

August 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT