![]()
পশ্চিম কাৰ্বিআংলঙৰ টুম্প্ৰেঙত ভয়াবহ অগ্নিকাণ্ড।আজি পূৱতি নিশা সংঘতিত হয় এই অগ্নিকাণ্ড ।অগ্নিকাণ্ডত ভষ্মীভূত হয় টুম্প্ৰেং বজাৰৰ ছয়খনকৈ দূকান।বৈদ্যুতিক শ্বৰ্টচাৰ্কিতৰ ফলতেই এই অগ্নিকাণ্ডৰ সুত্ৰপাতৰ আশংকা ।
অগ্নিকাণ্ডত এটা চিলিণ্ডাৰ বিষ্ফোৰন হৈ অধিক বিয়পি পৰে জুই।
স্থানীয় লোকৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হয় ।
অগ্নিকাণ্ডত জাহ যায় ১০লক্ষাধিক মূল্যৰ সা-সামগ্ৰী।













