ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

গুজৰাট বিধানসভা নিৰ্বাচন : আহমেদাবাদৰ অটোচালকৰ ঘৰত নৈশ আহাৰ গ্ৰহণ অৰবিন্দ কেজৰিৱালৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
September 13, 2022
Reading Time: 1 min read
A A
0
গুজৰাট বিধানসভা নিৰ্বাচন : আহমেদাবাদৰ অটোচালকৰ ঘৰত নৈশ আহাৰ গ্ৰহণ অৰবিন্দ কেজৰিৱালৰ

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

আপ প্ৰধান তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গুজৰাটৰ এজন অটোচালকৰ ঘৰত নৈশ আহাৰ গ্ৰহণ। জানিব পৰা মতে, আহমেদাবাদৰ এজন অটোচালকে কেজৰিৱালক নিশাৰ আহাৰ গ্ৰহণৰ বাবে আমন্ত্ৰণ জনায়। কেজৰিৱালে নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ অটোত উঠি তেওঁৰ ঘৰলৈ যায়। কিন্তু গুজৰাট আৰক্ষীয়ে বাধা দিয়ে আৰু নিৰাপত্তাৰ স্বাৰ্থত এই কাম কৰা হৈছে বুলি কয়।

গুজৰাট বিধানসভা নিৰ্বাচনঅৱশ্যে অৱশেষত আৰক্ষীয়ে কেজৰিৱালক যাবলৈ দিয়ে। উল্লেখ্য, চলিত বৰ্ষৰ শেষৰ ফালে গুজৰাট বিধানসভা নিৰ্বাচন। আৰু সেইবাবেই কেজৰিৱালে প্ৰচাৰ চলাবলৈ গুজৰাটলৈ যায়। সোমবাৰে বিয়লি আহমেদাবাদত অটোচালকৰ ৰেলীত অংশগ্ৰহণ কৰে কেজৰিৱালে। তাতেই তেওঁক বিক্ৰম দন্তনী নামৰ এজন অটোচালকে নিমন্ত্ৰণ জনায়।

তেওঁৰ ঘৰ ঘালোদিয়া অঞ্চলত। সোমবাৰে ৰেলীৰ অন্তত অটোচালকজনে কেজৰিৱালক কয়, “মই আপোনাৰ অনুৰাগী। ভিডিঅ’ত দেখিছিলো যে আপুনি পঞ্জাবৰ এজন অটো ড্ৰাইভাৰৰ ঘৰত খাদ্য খাইছিল। আজি ৰাতি মোৰ ঘৰলৈ নিশাৰ আহাৰ খাবলৈ আহিবনে?” কেজৰিৱালে এই প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰে।

তেওঁ কয়, “পঞ্জাব আৰু গুজৰাটৰ অটো চালকসকলে মোক বহুত ভালপায়। আজি ৰাতি ৮ বজাত তোমাৰ ঘৰলৈ আহিম!” সোমবাৰে সন্ধিয়া প্ৰায় ৭.৩০ বজাত হোটেলৰ পৰা ওলাই কেজৰিৱালে অটোত উঠে। বাটত আৰক্ষীয়ে তেওঁক ৰখাই দিয়ে। অৱশ্যে শেষত সিদ্ধান্ত হয়, অটোত এজন আৰক্ষী বিষয়া লৈ অটোচালকৰ ঘৰলৈ যোৱাটো।

Tags: অৰবিন্দ কেজৰিৱাল
Share4Tweet3Send

Related Posts

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
National-International

by News Desk
June 16, 2026
50
Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ
National-International

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

by News Desk
June 16, 2026
50
Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎
National-International

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

by News Desk
June 16, 2026
50
Shiv Shivir : ‎পুনৰ বিচ্ছেদৰ পথত উদ্ধৱ থাকৰেৰ ‘শিৱ শিবিৰ’

Five states Election : সময়ৰ আগতেই হোৱাৰ সম্ভাৱনা ৫ ৰাজ্যৰ নিৰ্বাচন : সাজু হ’ল বিজেপি

Caugh Syrup : এতিয়াৰে পৰা কাহৰ চিৰাপ কিনিবলৈ লাগিব প্ৰেছক্ৰিপচন

ADVERTISEMENT
Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
National-International

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

June 16, 2026
50
Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ
National-International

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

June 16, 2026
50
Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎
National-International

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

June 16, 2026
50
Shiv Shivir : ‎পুনৰ বিচ্ছেদৰ পথত উদ্ধৱ থাকৰেৰ ‘শিৱ শিবিৰ’
National-International

Shiv Shivir : ‎পুনৰ বিচ্ছেদৰ পথত উদ্ধৱ থাকৰেৰ ‘শিৱ শিবিৰ’

June 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

June 16, 2026
Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

June 16, 2026
Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

June 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT