ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মাজত মাত্ৰ কেইটামান দিন বাকীঃ আহি আছে বৃহত্তম ফেশ্বন শ্ব’ “নৰ্থ-ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইক”-

Staff Reporter by Staff Reporter
November 6, 2019
Reading Time: 1 min read
A A
0
মাজত মাত্ৰ কেইটামান দিন বাকীঃ আহি আছে বৃহত্তম ফেশ্বন শ্ব’ “নৰ্থ-ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইক”-

RELATED POSTS

Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ

ECI row : ভোটাৰ তালিকাত ৯৭টা নাম পঞ্জীয়ন কৰিবলৈ ৭ দিনত ৮টা ইমেইল গোৱাৰ চিইঅ’ৰ, উত্তৰ নিদিয়াৰ অভিযোগ

Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?

আপুনিও ফেশ্বনৰ প্ৰতি আকৰ্ষিত নেকি?? আপুনিও বিচাৰিছে নেকি আপোনাৰ “ফেশ্বন টেলেন্টক” সকলো ৰাইজৰ আগত প্ৰদৰ্শন কৰিবলৈ?? তেন্তে আৰু চিন্তাৰ কাৰণ নাই; অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বৃহত্তম ফেশ্বন শ্ব’ “নৰ্থ ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইক” বৰ্তমান আপোনাৰ সমুখত।

72780346 2406584349438749 3096845834742923264 n 1 | ASSAM TIMES POST

“নৰ্থ ইষ্ট ফেশ্বন উইক ” চমুকৈ “NEIFW” ৰ ২০১৯-২০ বৰ্ষৰ পঞ্চমটো সংস্কৰণ অনুষ্ঠিত কৰা হ’বচলিত বৰ্ষৰ নৱেম্বৰ মাহৰ ১০ তাৰিখে গুৱাহাটীৰ খানাপাৰাস্থিত লিলি হোটেলত। দুপৰীয়া ১২ বজাৰ পৰা ৩ বজালৈ লোৱা হ’ব অনুষ্ঠানটিৰ বাবে অডিশ্বন।

73413226 2413940932036424 4717358362986020864 n 1 | ASSAM TIMES POST

ল’ৰা-ছোৱালীকে ধৰি শিশু তথা বিবাহিত মহিলাও অংশগ্ৰহণ কৰিব পাৰিব উক্ত অডিশ্বনত। আদিতক্স ভেনছ্যুৰৰ (Aditaksh Venture) সৌজন্যত অনুষ্ঠিত উক্ত অ’ডিশ্বনটোত অংশগ্ৰহণৰ বাবে থাকিব নিৰ্দ্দিষ্ট ড্ৰেছকোড।

52353323 565417313935497 5834121774878425088 n 1 2 | ASSAM TIMES POST

অংশগ্ৰহণৰ বাবে ছোৱালীয়ে পৰিধান কৰিব লাগিব বিঝ অথবা ব্লেক ষ্টিলেটোৰ সৈতে চৰ্টচ আৰু শ্লিভলেচ টপ। লগতে ল’ৰাই ব্লু জিনছৰ সৈতে হুৱাইট টি-চাৰ্ট আৰু লগত ফৰ্মেল শ্বু।

KIDS AUDITION | ASSAM TIMES POST

ইয়াৰ লগতে যদিহে কোনোৱে ফেশ্বন ডিজাইন লগতে জুৱেলাৰী ডিজাইনাৰে “নৰ্থ-ইষ্ট ফেশ্বন উইক ২০১৯-২০” ত অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভা দাঙি ধৰিব খুজিছে তেনেহ’লে ৯৭০৬০০১২২০ ত ফোন অথবা ওৱাটচ আপত মেছেজ কৰি নিজৰ নাম ভৰ্তি কৰিব পাৰে।

WhatsApp Image 2019 10 31 at 1.22.55 PM 2 | ASSAM TIMES POST

বিগত ২০১৮ বৰ্ষত অনুষ্ঠিত উক্ত ফেশ্বন উইকটোত বলীউড ডিজাইনাৰ Kern Ferns ৰ বিভিন্ন ডিজাইন দৰ্শকৰ মাজত দাঙি ধৰা হৈছিল। চাওঁ আহক ইয়াৰ এক ভিডিঅ’-https://youtu.be/XNDuY8zRZBY

source ; https://rupaliparda.com/archives/7616

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Assamese Fashion DesignerFashion
Share5Tweet3Send

Related Posts

Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ
National-International

by News Desk
September 24, 2026
50
ECI row : ভোটাৰ তালিকাত ৯৭টা নাম পঞ্জীয়ন কৰিবলৈ ৭ দিনত ৮টা ইমেইল গোৱাৰ চিইঅ’ৰ, উত্তৰ নিদিয়াৰ অভিযোগ
National-International

ECI row : ভোটাৰ তালিকাত ৯৭টা নাম পঞ্জীয়ন কৰিবলৈ ৭ দিনত ৮টা ইমেইল গোৱাৰ চিইঅ’ৰ, উত্তৰ নিদিয়াৰ অভিযোগ

by News Desk
September 24, 2026
50
Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?
National-International

Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?

by News Desk
September 24, 2026
50
Bus fire : চলন্ত বাছত অগ্নিকাণ্ড, শুই থকা অৱস্থাত কমেও ৯ যাত্ৰীৰ মৃত্যু

BJP election expenditure : ২০২৬ চনত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ খৰচ ৫২৯ কোটি, অসমৰ বাবে ৯৬.২৬ কোটি

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur

September 23, 2026
55
ADVERTISEMENT
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
Assam

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

September 24, 2026
50
Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ
National-International

Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ

September 24, 2026
50
ECI row : ভোটাৰ তালিকাত ৯৭টা নাম পঞ্জীয়ন কৰিবলৈ ৭ দিনত ৮টা ইমেইল গোৱাৰ চিইঅ’ৰ, উত্তৰ নিদিয়াৰ অভিযোগ
National-International

ECI row : ভোটাৰ তালিকাত ৯৭টা নাম পঞ্জীয়ন কৰিবলৈ ৭ দিনত ৮টা ইমেইল গোৱাৰ চিইঅ’ৰ, উত্তৰ নিদিয়াৰ অভিযোগ

September 24, 2026
50
Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?
National-International

Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?

September 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

September 24, 2026
Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ

Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ

September 24, 2026
ECI row : ভোটাৰ তালিকাত ৯৭টা নাম পঞ্জীয়ন কৰিবলৈ ৭ দিনত ৮টা ইমেইল গোৱাৰ চিইঅ’ৰ, উত্তৰ নিদিয়াৰ অভিযোগ

ECI row : ভোটাৰ তালিকাত ৯৭টা নাম পঞ্জীয়ন কৰিবলৈ ৭ দিনত ৮টা ইমেইল গোৱাৰ চিইঅ’ৰ, উত্তৰ নিদিয়াৰ অভিযোগ

September 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d