আগন্তুক বলীউড ছবি “৮৩” ত ৰণৱীৰ সিঙে ভাৰতৰ জনপ্ৰিয় ক্ৰিকেটাৰ কপিল দেৱৰ চৰিত্ৰ ৰূপায়ন কৰিছে। ছবিখনৰ বাবে অভিনেতা গৰাকীয়ে কেৱল মাত্ৰ কপিল দেৱৰ দৰে দেখাতে নহয় তেওঁৰ দৰে ক্ৰিকেট ফিল্ডত খেলিবলৈও যত্ন কৰা দেখিবলৈ পোৱা গৈছে।
এনেক্ষেত্ৰতে, ৰণৱীৰক কপিল দেৱৰ জনপ্ৰিয় “নটৰাজ শ্বট” ৰ অনুশীলন কৰা দেখিবলৈ পোৱা গৈছে; য’ত অভিনেতাগৰাকীয়ে পূৰ্ণৰূপত ক্ৰিকেটাৰ গৰাকীৰ দৰেই শ্বট দিছে।
https://www.instagram.com/p/B4tdBtcBVn9/?utm_source=ig_web_copy_link
উল্লেখ্য যে, উক্ত শ্বট’টো কপিল দেৱে ১৯৮৩ ত হোৱা ওৱৰ্ল্ড কাপৰ সময়ছোৱাত লগাইছিল আৰু জিম্বাৱেৰ বিৰুদ্ধে খেলা এই খেলখনত ক্ৰিকেটাৰজনে ১৭৫ ৰাণ কৰিবলৈ সক্ষম হৈছিল
ভাৰত তথা জিম্বাৱেৰ মাজত হোৱা এই খেলখনক আটাইতকৈ স্মৰণীয় খেল বুলি কোৱা হৈছিল যদিও ইয়াৰ কোনো ৰেকৰ্ডিং নাছিল লগতে ইয়াৰ প্ৰচাৰিত কৰা হোবা নাছিল।
source ; https://rupaliparda.com/archives/7842