ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

অসম–মেঘালয় সীমান্তত উত্তেজনা বৃদ্ধি : গুলীচালনাত নিহতৰ সংখ্যা ৬জনলৈ বৃদ্ধি

বিশেষ প্ৰতিবেদন:বৈঠালাংছ

News Desk by News Desk
November 22, 2022
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলং জিলা (West KarbiAnglong District)ৰ জিৰিকিংডেং থানা (Jirikingdeng Thana)ৰ অন্তৰ্গত মূক্ৰং (Mukrong) অঞ্চলত এই উত্তেজনা । অসমৰ বনকৰ্মী (Foresters in Assam) আৰু মেঘালয়ৰ খাচী লোক (Khasi people of Meghalaya)ৰ মাজত চলিছে এই উত্তেজনা । অসমৰ বনকৰ্মী আৰু আৰক্ষীৰ গাড়ী ঘেৰাও মেঘালয়ৰ খাচী লোকৰ। অসমৰ বনকৰ্মীয়ে জব্দ (Seized) কৰিছিল চোৰাং কাঠ কঢ়িয়াই নিয়া মেঘালয়ৰ এখন ট্ৰাক। 

অসম–মেঘালয় সীমান্তত উত্তেজনা
Tension at Assam-Meghalaya border :

ট্ৰাকখন জব্দ কৰাত দুই শতাধিক খাচী লোকে আহি ঘেৰাও কৰে অসমৰ বনকৰ্মী আৰু আৰক্ষীৰ দল দুটাক।পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বনকৰ্মী তথা আৰক্ষীয়ে কৰিছিল গুলীচালনা। গুলীচালনাত নিহত ৪ জন (4 killed in firing)। নিহত তিনিজন খাছী দুৰ্বৃত্তৰ লগতে এজন বনকৰ্মী বিদ্যাছিং লেকথে বুলি চিনাক্ত।

RELATED POSTS

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

ঘটনা খবৰ শুনাৰ পিছতেই তৎকালীনভাৱে কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাতো আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেনে আৰক্ষী বাহিনী লৈ দিগৰখাল এলেকাত উপস্থিত হয়।ঘটনাৰ পিছত সতৰ্কতা মূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে ইতিমধ্যে আৰক্ষী অধীক্ষক নোমাল মাহাতোৱে প্ৰকাশ কৰে।

লগতে তেওঁ কয়, উক্ত ঠাইলৈ মেঘালয়ৰ যানবাহনৰ বাহিৰে আন যানবাহন যাবলৈ দিয়া হোৱা নাই। কেৱল মেঘালয়ৰ যাত্ৰীসকলক যাবলৈ দিয়া হৈছে। ইয়াৰোপৰি দিন আৰু ৰাতি মেঘালয় হৈ যোৱা সকলো যানবাহন যাতায়ত বন্ধ ৰখা হৈছে‌ বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে মন্তব্য কৰাৰ লগতে ঘটনা সন্দৰ্ভত ম মেঘালয় আৰক্ষীৰ সৈতে যোগাযোগ কৰা হৈছে বুলিও তেওঁ কয়।

অসম-মেঘালয় সীমান্তত সংঘটিত এনে সংঘৰ্ষৰ ঘটনাই ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো পিনে ট্ৰাক-লৰি সহ বিভিন্ন ধৰণৰ যানবাহনৰ দীৰ্ঘ লাইন পৰিছে। তদুপৰি চুবুৰীয়া অঞ্চলৰ স্বাভাৱিক জীৱনযাপনত ব্যাপক প্ৰভাৱ পেলাইছে।

আনহাতে ইয়াৰ পিছতে মেঘালয়ে ৰাজ্যখনৰ সাতখন জিলাত ৪৮ ঘণ্টাৰ বাবে মোবাইল ইণ্টাৰনেট সেৱা স্থগিত ৰাখিছে। মেঘালয় চৰকাৰৰ গৃহ (আৰক্ষী) বিভাগে জাৰি কৰা এক জাননীত কোৱা হৈছে যে মঙলবাৰে পুৱা ১০.৩০ বজাৰ পৰা মেঘালয়ৰ সাতখন জিলাত মোবাইল ইণ্টাৰনেট/ডাটা সেৱা স্থগিত ৰখা হৈছে। অন্যহাতে অসমৰ ফালৰ পৰা যোৱা বাহন সমূহল প্ৰৱেশতো বাধা দিয়া হৈছে।

মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয় যে এই ঘটনাত মেঘালয়ৰ ৫ জন আৰু অসমৰ এজন বনকৰ্মীৰ মৃত্যু হয়। অন্যহাতে ঘটনাত আহত সকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছে।এই সন্দৰ্ভত মেঘালয়ৰ তৰফৰ পৰা এক সংবাদ বিবৃতিও জাৰি কৰা হৈছে। য’ত ঘটনাৰ বিৱৰণী দি ৭ খন জিলাৰ নিষেধাজ্ঞাৰ কথা জনায়।

Tags: Tension at Assam-Meghalaya borderঅসম-মেঘালয় সীমান্তত উত্তেজনা
Share4Tweet3Send

Related Posts

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

by ASSAM TIMES POST
June 30, 2026
50
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

by ASSAM TIMES POST
June 30, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

by ASSAM TIMES POST
June 26, 2026
50
ADVERTISEMENT
মাৰাডোনাৰ পূৰ্বৰ ক্লাবত যোগদান কৰিব ৰোনাল্ডোৱে!
National-International

Christiano Ronaldo I ভেনিজুৱেলা ভূমিকম্পত ভৰি হেৰুওৱা অনুৰাগীৰলৈ ভিডিঅ’ বাৰ্তা প্ৰেৰণ ৰোনাল্ডোৰ, স্বাক্ষৰিত জাৰ্চি প্ৰেৰণ

July 4, 2026
50
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?
National-International

Ayatollah Khamenei funeral । অশ্ৰুসিক্ত নয়নেৰে খামেইনীক অন্তিম বিদায় ইৰাণৰ; পাক প্ৰধানমন্ত্ৰী-সেনাপ্ৰধান, দিল্লীৰ দুই প্ৰতিনিধি উপস্থিত

July 4, 2026
50
Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
50
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ
National-International

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

মাৰাডোনাৰ পূৰ্বৰ ক্লাবত যোগদান কৰিব ৰোনাল্ডোৱে!

Christiano Ronaldo I ভেনিজুৱেলা ভূমিকম্পত ভৰি হেৰুওৱা অনুৰাগীৰলৈ ভিডিঅ’ বাৰ্তা প্ৰেৰণ ৰোনাল্ডোৰ, স্বাক্ষৰিত জাৰ্চি প্ৰেৰণ

July 4, 2026
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

Ayatollah Khamenei funeral । অশ্ৰুসিক্ত নয়নেৰে খামেইনীক অন্তিম বিদায় ইৰাণৰ; পাক প্ৰধানমন্ত্ৰী-সেনাপ্ৰধান, দিল্লীৰ দুই প্ৰতিনিধি উপস্থিত

July 4, 2026
Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx