ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

সীমান্ত সমস্যকলৈ উদ্বিগ্ন : ডিফুত ASDC, KNCA আৰু KSA-ৰ সংবাদমেল

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
November 28, 2022
Reading Time: 1 min read
A A
0

RELATED POSTS

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

কাৰ্বি আংলং-মেঘালয় সীমান্ত (Karbi Anglong-Meghalaya border)ৰ মুক্র (Mucro)ত সংঘটিত ভয়ংকৰ আক্ৰমণৰ পিছত উদ্বিগ্ন হৈ পৰিছে ASDC,KNCA আৰু KSAআজি তিনিটা সংগঠনে ডিফু (Diphu) ASDC-ৰ কাৰ্যালয়ত এক সংবাদমেল (Press Meet)ৰ আয়োজন কৰি সদৰি কৰে এই কথা

সীমান্ত সমস্যকলৈ উদ্বিগ্ন
Press Conferences of ASDC:

সংগঠন কেইটাৰ হৈ ASDC-ৰ প্ৰচাৰ সম্পাদক ডেনিয়েল টেৰনে (Denial Trang) কয় যে, ইতিমধ্যে সীমান্ত বিষয় লৈ সংগঠন তিনিটাৰ এক সঁজাতি দল নতুন দিল্লী (New Delhi)ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah) আৰু কেন্দ্ৰীয় জাহাজ-বন্দৰ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sorbanandan Sonowal)-ক সাক্ষাৎ কৰিবলৈ বাহৰ পাতি থকা সময়তে সংঘটিত হয় সীমান্তৰ এই দুৰ্ঘটনা ।এই লৈ কলাখাৰ সঁজাতিদলটোৱে সাংসদ হৰেনসিং বে’ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈতে সাক্ষাৎ কৰি এক স্মাৰক পত্ৰ অৰ্পণ কৰে ।

মুক্ৰৰ ঘটনা আন্তঃৰাজ্যিক সীমা বিবাদ হোৱাৰ বাবে বিষয়টোত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰি দাবী জনায় সঁজাতি দলটোৱে ।এই ক্ষেত্ৰত চৰকাৰৰ ১৯৫১ চনৰ সীমা নিৰূপনৰ নীতি মানি লবলৈ আৰু শ্ৰদ্ধা জনাবলৈ সকলো পক্ষক আহ্বান জনাইছে দলটোৱে ।

সাংসদ হৰেনসিং বে’ আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দৃঢ়তাৰে সঁজাতী দলটোৰ কথা শুনিছে বুলি জানিবলৈ দিছে ।সীমান্তত বেদখল আৰু অন্যান্য বিষয়কলৈ বিৰুদ্ধে হামৰেণত ২৯ নবেম্বৰত প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰা হব বুলিও জানিবলৈ দিছে নেতা গৰাকিয়ে।

প্ৰতিবাদী কাৰ্যসূচীৰ পিছত পুণৰ যুটীয়া সুঁজাতি দলটোৱে ১০ৰ পৰা ১৫ ডিচেম্বৰৰ ভিতৰত নতুন দিল্লীলৈ গৈ ৰাষ্ট্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব বুলি জনায়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ASDCKNCA and KSAKNCA আৰু KSA-ৰ সংবাদমেলPress Conferences of ASDC
Share5Tweet3Send

Related Posts

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
50
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

by News Desk
September 7, 2026
57
কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন
KARBI ANGLONG

কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন

by News Desk
September 7, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !

by News Desk
September 7, 2026
52
শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল
KARBI ANGLONG

শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল

by ASSAM TIMES POST
September 5, 2026
59
ADVERTISEMENT
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

September 13, 2026
50
চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ
crime

চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

September 13, 2026
50
ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক
Assam

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

September 13, 2026
50
Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে
Assam

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

September 12, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

September 13, 2026
চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

September 13, 2026
ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

September 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d