ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

অনুমতি অবিহনে জধে-মধে মহানগৰীত চলা নিৰ্মাণ কাৰ্যত প্ৰশাসনে চলাব অভিযান : মন্ত্ৰী অশোক সিংঘাল

নিউজ ডেক্স:

ASSAM TIMES POST by ASSAM TIMES POST
January 4, 2023
Reading Time: 1 min read
A A
0
অনুমতি অবিহনে জধে-মধে মহানগৰীত চলা নিৰ্মাণ কাৰ্যত প্ৰশাসনে চলাব অভিযান : মন্ত্ৰী অশোক সিংঘাল

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

মন্ত্ৰী গৰাকীয়ে কয় যে, প্ৰশাসনে অভিযান চলাই ইতিমধ্যে বেদখল কৰা স্থান মুক্ত কৰাৰ লগতে বেদখলকৃত ভূমিত হোৱা নিৰ্মাণৰো উচ্ছেদ কৰিব। উল্লেখ্যযোগ্য যে, মন্ত্ৰী অশোক সিংঘালে (Assam minister Ashok Singhal)পূৰ্বেও মহানগৰীৰ বেদখলৰ বিষয়ে উল্লেখ কৰিছিল ।

মহানগৰীত চলা নিৰ্মাণ কাৰ্যত প্ৰশাসনে চলাব অভিযান
মন্ত্ৰী অশোক সিংঘাল:

তেখেতে বেদখল আৰু এনে নিৰ্মাণৰ বাবেই গুৱাহাটীত কৃত্ৰিম বানৰ লগতে অন্যান্য সমস্যাৰ সৃষ্টি হোৱা বুলিও মন্তব্য কৰিছিল। সেয়েহে, মন্ত্ৰী সিংঘালে পুনৰ মহানগৰীৰ বেদখল আৰু অবৈধ নিৰ্মাণৰ বিৰুদ্ধে অভিযান চলাই উচ্ছেদ কৰিব বুলি কৰা মন্তব্যই যে বহুতৰে টোপনি কাঢ়িব সেয়া নিশ্চিত।

অৱশ্যে এই কথা সময়েহে ক’ব যে, মন্ত্ৰী সিংঘালৰ এই মন্তব্য কিমানদূৰ বাস্তৱায়িত হয় অথবা প্ৰশাসনৰ অভিযানে পুঁজিপতি বণিকগোষ্ঠীয়ে চলোৱা বেদখল আৰু অবৈধ নিৰ্মাণ কাৰ্যক স্পৰ্শ কৰিব পাৰিব নে নাই ।

যদিও ইয়াৰ পূৰ্বে মহানগৰীৰ বিভিন্ন স্থানত প্ৰশাসনে অবৈধ বেদখল আৰু নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে অভিযান চলাইছিল কিন্তু বহিৰাগত পুঁজিপতিয়ে দখল কৰা ভূমি বেদখল মুক্ত কৰা অথবা তেওঁলোকৰ অবৈধ নিৰ্মাণত বুলড’জাৰ চলোৱাৰ পৰা বিৰত আছিল।

অন্যহাতে, এবাৰ উচ্ছেদ কৰাৰ পিছত পৰৱৰ্তী সময়ত উচ্ছেদিত স্থানত পুনৰ নিৰ্মাণ কাৰ্য চলাৰ ঘটনাও এতিয়া সুলভ এইখন মহানগৰীত। গতিকে মন্ত্ৰী অশোক সিংঘালে কৰা মন্তব্য যদি সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হয় অথবা বাস্তৱায়িত হয় তেনে গুৱাহাটীৰ বাবেই এয়া হ’ব মংগলজনক।পিছে সময়েহে ক’ব মন্ত্ৰী সিংঘালৰ এই হুংকাৰে কাক স্পৰ্শ কৰে, কাৰ অবৈধ নিৰ্মাণত চলে প্ৰশাসনৰ বুলড’জাৰ।

Share4Tweet3Send

Related Posts

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

by News Desk
June 10, 2026
50
ADVERTISEMENT
Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল
National-International

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
50
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬
National-International

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026
50
NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ
National-International

NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ

July 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx