ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুত পৰিবহন বিভাগৰ সজাগতা সভা, বিনামূলীয়া চকু পৰীক্ষা কাৰ্যসূচীৰে পথ সুৰক্ষা সপ্তাহ আৰম্ভ

ছাইদুল ইছলামঃ ডিফু :

News Desk by News Desk
January 11, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST
সমগ্ৰ ৰাজ্যৰ লগতে কাৰবি আংলং (Karbi Anglong) জিলাতো আজিৰে পৰা পথ সুৰক্ষা সপ্তাহৰ (Road Safety Week) কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়৷ কাৰবি আংলং জিলা পৰিবহন বিষয়াৰ উদ্যোগত আৰু জিলা পৰিবহন সন্থাসমূহৰ সহযোগত ডিফুৰ বেচৰকাৰী বাছ আস্থানত আজি পুৱা ১০ বজাত এই উপলক্ষে এখন সভা অনুষ্ঠিত হৈ যায় ৷

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

কাৰবি আংলং জিলা উপায়ুক্ত মধুমিতা ভাগৱতী আৰু জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া উপস্থিত থকা সভাখনৰ আঁত ধৰে জিলা পৰিবহন বিষয়া বিক্ৰমাদিত্য গগৈয়ে ৷ জিলাখনত পথ সুৰক্ষা সপ্তাহ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি জিলা উপায়ুক্ত ভাগৱতীয়ে কয়যে– এই উপলক্ষে আমি মাহযোৰা কাৰ্যসূচী গ্ৰহণ কৰিছো ৷কেৱল এই সপ্তাহটো আমি উদযাপন কৰিলেই নহ’ব ইয়াক বাস্তৱ ক্ষেত্ৰতো মানি চলিব লাগিব ৷ সকলো সষ্টম হোৱাটোহে আচল কথা ৷ আমি সংকল্পৱদ্ধ হব লাগিব যাতে আগন্তুক বৰ্ষটোত আমাৰ জিলাখনত এটাও পথ দুৰ্ঘটনা সংঘটিত নহয় ৷ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই ভাষণ প্ৰদান কৰি কয়যে–ভাৰতত বিভিন্ন কাৰণতকৈ পথ দুৰ্ঘটনাত সৰ্বাধিক লোকৰ মৃত্যু ঘটে ৷ এই বিষয়টোত সেয়ে চৰকাৰে প্ৰাধান্যতাৰে লৈ ইয়াক ৰোধ কৰাৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী গ্ৰহন কৰিছে ৷

RoadP1 1 1 | ASSAM TIMES POST

২০২১ বৰ্ষত কাৰবি আংলং জিলাত ৯৭ গৰাকী লোকৰ পথ দুৰ্ঘটনাত মৃত্যু ঘটাৰ বিপৰীতে ২০২২ বৰ্ষত এই সংখ্যা হ্ৰাস পাই ৫৭ গৰাকী হোৱা বুলি তেওঁ উল্লেখ কৰি ইয়াক এক সফলতা আখ্যা দিয়ে ৷ আনহাতে পথ দুৰ্ঘটনাৰ কাৰণে তিনিটা কাৰণক মুখ্য কাৰণ বুলি অভিহিত কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ কাৰণ তিনিটা ক্ৰমে,মদ খাই গাড়ী চলোৱা, তীব্ৰ গতিত বাহন চলোৱা, গাড়ী ভালকৈ চলাব নজনাৰ লগতে একেটা পথেৰে বিপৰীত দিশৰ পৰা গাড়ী অহাও দুৰ্ঘটনাৰ এটা অন্যতম কাৰণ বুলি কয় আৰক্ষী অধীক্ষক গৰাকীয়ে ৷’

RoadP 1 | ASSAM TIMES POST

এই কাৰণবোৰ নিয়ন্ত্ৰণ কৰিব পাৰিলে দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পৰা হব বুলিও তেও আশা প্ৰকাশ কৰে ৷ এইক্ষেত্ৰত সকলোকে সংকল্পৱদ্ধ হবলৈ তেওঁ আহ্বান জনায় ৷ পথ সুৰক্ষাৰ ক্ষেত্ৰত পৰিবহন বিভাগে তেওঁলোকৰ দায়িত্ব, আৰক্ষীয়ে আৰক্ষীৰ দায়িত্ব আৰু সাংবাদিকে সজাগতাৰ সৃষ্টিৰে নিজৰ দায়িত্ব পালন কৰিব বুলিও তেওঁ আশা ব্যক্ত কৰে ৷

জিলা পৰিবহন বিষয়া বিক্ৰমাদিত্য গগৈয়ে কয়যে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে,আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছো ৷ আৰু সমগ্ৰ জিলা জুৰি এনে কাৰ্যসূচী গ্ৰহণ কৰা হব ৷ আনহাতে ১৭ জানুৱাৰীত মাঞ্জাৰ মহংদিজুৱাৰ পৰা কাছা খেল পথাৰলৈ প্ৰাইজমনি হাফ মাৰাথান প্ৰতিযোগিতাৰে পথ সুৰক্ষা সপ্তাহ ২০২৩ৰ সামৰণি পৰিব বুলি পৰিবহন বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে ৷

আনহাতে, আজিৰ এই শুভাৰম্ভনি কীৰ্যসূচীৰ সৈতে জিলা পৰিবহন বিভাগে বাণিজ্যিক বাহন চালক আৰু পৰিচালক সকলৰ বাবে বিনামূলীয়া এক চকু পৰীক্ষা কাৰ্যসূচীও অনুষ্ঠিত কৰে ৷ জিলা পৰিবহন বিষয়াই জানিবলৈ দিয়ে যে, এই পৰীক্ষা সম্পূৰ্ণ বিনামূলীয়া হ’ব আৰু ইয়াত অংশ গ্ৰহণ কৰা চালক- পৰিচালক সকল গুৰুতৰ ৰূপে আক্ৰান্ত হ’লে তেওঁলোকৰ চিকিৎসাৰ ব্যৱস্থাও বিভাগে কৰিব বুলিও প্ৰকাশ কৰে ৷ আজিৰ এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰা, কিৰি ৰংহাঙ আৰু জ্যেষ্ট নাগৰিক অশোক ঠাকুৰেও চালক সকলক গ্ৰহণ কৰিবলগীয়া সুৰক্ষা ব্যৱস্থা সম্পৰ্কে ভাষণ প্ৰদান কৰে৷

Tags: Road Safety Weekপথ সুৰক্ষা সপ্তাহ
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

August 1, 2026
50
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু
National-International

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

August 1, 2026
50
Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে
National-International

Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে

August 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

August 2, 2026
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

August 1, 2026
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

August 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx