ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটত আহত কৰ্মৰত বিদ্যুত কৰ্মী

ASSAM TIMES POST by ASSAM TIMES POST
November 18, 2019
Reading Time: 1 min read
A A
0

logo atp 199x300 | ASSAM TIMES POSTASSAM TIMES POST
ডিফুঃ বিদ্যুত বিভাগৰ চৰম গাফিলতিৰ বাবে আজি পুৱাতে ডিফু চহৰত সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা ৷ বিদ্যুতৰ মেইন লাইনৰ কামত কৰ্মৰত এজন শ্ৰমিকৰ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটহৈ দগ্ধ হৈ আহত হৈ সম্প্ৰতি ডিফু অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন ৷

RELATED POSTS

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

প্ৰাপ্ত খবৰ অনুসৰি ডিফুত বিদ্যুত বিভাগৰ এনকে পাৱাৰ কোম্পানীৰ অধীনত আইপিডিএছৰ ১১ কেভি বিদ্যুতৰ কাম চলি থকাৰ বাবে কোম্পানীটোৰ প্ৰায় ১৫ জনীয়া দল এটাই পুৱাতেই ডিফু বেচৰকাৰী বাছ আস্থানৰ তিনি নং পুলিছ পইণ্টৰ কাষৰ এটি বৈদ্যুতিক পষ্টৰ কাম কৰিবলৈ যো-যা চলায় ৷ সেই মৰ্মে মেইন লাইনৰ কাম কৰিবলৈ ডিফু তাৰালাংছ’ নিবাসী শ’ভা গৌড়ৰ পুত্ৰ ৰাজেন গৌড় (২৬) প্ৰায় ৮ মিটাৰ উচ্চতাৰ পষ্টত বগাই মেইন লাইন ঠিক কৰাত লাগে ৷ অলপ সময় কাম কৰাৰ পিছত ৭-০৫ বজাত হঠাত মেইন লাইনত বন্ধ হৈ থকা বিদ্যুত সৰবৰাহ হবলৈ ধৰে ফলত ৰাজেন গৌড়ৰ শৰীৰত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিট হৈ অৰ্দ্ধ দগ্ধ হৈ ওপৰতেই ওলমি ৰয় ৷

তৎক্ষণাত সহকৰ্মী সকলে ৰাজেন গৌড়ক ওপৰৰ পৰা নমাই আনি সংকট জনক অৱস্থাত ডিফু অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ৷ আহত ৰাজেন গৌড়ে সাংবাদিকক জানিবলৈ দিয়া অনুসৰি কামটোৰ বাবে পুৱা ৬ বজাৰ পৰা ৯ বজালৈ সংশ্লিষ্ট লাইনৰ বিদ্যুত সৰবৰাহ কৰ্তন কৰা হৈছিল যদিও হঠাত ডিফুস্থিত পাৱাৰ হাউচৰ নিয়ন্ত্ৰণ কক্ষৰ পৰা কোনো লোকে বিত্যুতৰ সৰবৰাহ চালু কৰি দিয়াত এনে দূৰ্ঘটনা সংঘটিত হবলৈ পালে ৷ বিদ্যুত বিভাগৰ এনে গাফিলতিৰ বাবে হোৱা দূৰ্ঘটনাত সচেতন মহল আচৰ্য প্ৰকাশ কৰিছে ৷

Tags: Featuredkarbi anglong
Share4Tweet3Send

Related Posts

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized
Assam

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

by News Desk
August 1, 2026
50
Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন
Assam

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

by Staff Reporter
July 31, 2026
50
Assam Flood Situations : এতিয়াও বানৰ কবলত ২৭ জিলা, বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৫ জনৰ
Assam

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

by Staff Reporter
July 31, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam CM flood relief I বানপীড়িত জিলাৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

by Staff Reporter
July 31, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood I ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৮০ জনলৈ বৃদ্ধি, ক্ষতিগ্ৰস্ত ২ লক্ষাধিক লোক

by Staff Reporter
July 31, 2026
50
One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

by News Desk
July 30, 2026
50
ADVERTISEMENT
Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ
National-International

Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ

August 1, 2026
50
JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক
National-International

JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক

August 1, 2026
50
PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা
National-International

PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

August 1, 2026
50
India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব
National-International

India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব

August 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ

Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ

August 1, 2026
JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক

JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক

August 1, 2026
PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

August 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx