ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

হস্ততাঁত-বস্ত্ৰ বিভাগৰ ‘স্বনির্ভৰ নাৰী’ আঁচনিৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ:

নিউজ ডেস্কঃ

News Desk by News Desk
January 13, 2023
Reading Time: 1 min read
A A
0
হস্ততাঁত-বস্ত্ৰ বিভাগৰ ‘স্বনির্ভৰ নাৰী’ আঁচনিৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ:

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

আজি গুৱাহাটীৰ আমবাৰীস্থিত অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ উদ্যোগত (Industries of The Department of Handlooms and Textiles, Government of Assam) এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়। ৰাজ্যৰ শিপিনীসকলক উৎসাহিত কৰিবৰ বাবে ‘স্বনির্ভৰ নাৰী’ শীৰ্ষক এক আঁচনি হাতত লৈছে ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰ বিভাগে।

'স্বনির্ভৰ নাৰী' আঁচনিৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
‘স্বনির্ভৰ নাৰী’ আঁচনিৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ:

ৰাজ্যৰ হস্ততাঁত খণ্ডক উৎসাহিত কৰাৰ লক্ষ্যৰে হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ দ্বাৰা আয়োজিত এই ‘স্বনির্ভৰ নাৰী’ আঁচনিৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। আচঁনিখন উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয়, “এই পদক্ষেপৰ জৰিয়তে আমাৰ চৰকাৰে স্থাপন কৰা ১০০টা ক্ৰয় কেন্দ্ৰত অসমৰ ৪.৮ লাখ শিপিনীৰ পৰা গামোচা/আৰনাই আৰু অন্যান্য একে ধৰণৰ হস্ততাঁত সামগ্ৰী ক্ৰয় কৰিব।

আমাৰ থলুৱা শিপিনীসকলক অৰ্থনৈতিক সুৰক্ষা প্ৰদানৰ লগতে পাৱাৰলুমৰ আগ্রাসনৰ পৰা অসমৰ হস্ততাঁত পৰম্পৰাৰ সংৰক্ষণতো যথেষ্ট সহায় কৰিব।”উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ উপৰি মন্ত্ৰী ইউ জি ব্ৰহ্ম, নন্দিতা গাৰ্লোছা, অজন্তা নেওগ, পৰিমল শুক্লবৈদ্য, অতুল বৰা, যোগেন মোহন, সঞ্জয় কিষাণ, সাংসদ কুইন ওজা আৰু বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Tags: Launch of schemeআঁচনিৰ শুভাৰম্ভ
Share4Tweet3Send

Related Posts

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

by News Desk
June 10, 2026
50
ADVERTISEMENT
Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ
National-International

Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ

August 1, 2026
50
JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক
National-International

JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক

August 1, 2026
50
PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা
National-International

PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

August 1, 2026
50
India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব
National-International

India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব

August 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ

Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ

August 1, 2026
JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক

JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক

August 1, 2026
PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

August 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx