ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

ইজিপ্তৰ ৰাষ্ট্ৰপতিৰ সৈতে কেইবাখনো চুক্তিত স্বাক্ষৰ মোদীৰ:

নিউজ ডেস্কঃ

News Desk by News Desk
January 26, 2023
Reading Time: 1 min read
A A
0
ইজিপ্তৰ ৰাষ্ট্ৰপতিৰ সৈতে কেইবাখনো চুক্তিত স্বাক্ষৰ মোদীৰ:

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

ইজিপ্তৰ ৰাষ্ট্ৰপতি (President of Egypt) আব্দেল ফাত্তাহ আল চিচিয়ে (আব্দেল ফাত্তাহ আল চিচি) আজি গণৰাজ্য দিৱসৰ বিশেষ অতিথি (Republic Day Special Guest ) হিচাপে ভাৰতত উপস্থিত আছে। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ সৈতে সাক্ষাৎ কৰে।

চুক্তিত স্বাক্ষৰ মোদীৰ
Modi signs deal :

দিল্লীৰ হায়দৰাবাদ ভৱনত এই শীৰ্ষ দ্বিপাক্ষিক বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দুয়োখন দেশে প্ৰতিৰক্ষা খণ্ডত সহযোগিতা বৃদ্ধি কৰাৰ লগতে সন্ত্ৰাসবাদ বিৰোধী তথ্যৰ আদান-প্ৰদান শক্তিশালী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ উপৰি দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ বৃদ্ধিৰ বিষয়েও আলোচনা কৰা হয়।

মোদীয়ে কয় যে আগন্তুক পাঁচ বছৰত ইজিপ্তৰ সৈতে বাণিজ্য ১২ বিলিয়ন ডলাৰলৈ বৃদ্ধি (Trade grows to $12 billion) কৰাৰ পৰিকল্পনা আছে। ইজিপ্তৰ ৰাষ্ট্ৰপতিৰ মতে, বৈঠকত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বাণিজ্য আৰু নিৰাপত্তাকে ধৰি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বিষয়ত আলোচনা কৰা হয়।

ইজিপ্তৰ ৰাষ্ট্ৰপতিগৰাকীৰ আগমন আৰু বৈঠক সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে টুইট কৰি কয় যে ইজিপ্তৰ সৈতে আমাৰ বন্ধুত্ব গভীৰ। ইজিপ্ত হৈছে আফ্ৰিকাক এছিয়াৰ সৈতে সংযোগ কৰা প্ৰাকৃতিক দলং। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি আল চিচিয়ে ভাৰত আৰু ইজিপ্তৰ মাজত সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে আলোচনাত মিলিত হয়।

সভ্যতা, সাংস্কৃতিক আৰু অৰ্থনৈতিক সম্পৰ্কত বান্ধ খাই আছে দুয়োখন দেশ। ইয়াকে লৈ তৃতীয়বাৰৰ বাবে আল-চিচি ভাৰতলৈ আহিছে। ইয়াৰ পূৰ্বে ২০১৫ আৰু ২০১৬ চনত আহিছিল।আজি দুয়োখন দেশৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰিত ( Several agreements were signed) হৈছে।

যুৱ বিকাশৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা, সাংস্কৃতিক বিনিময়, প্ৰযুক্তিৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সম্প্ৰচাৰত পাৰস্পৰিক সহযোগিতা আৰু চাইবাৰ নিৰাপত্তাৰ ক্ষেত্ৰত দুয়োখন দেশে চুক্তি স্বাক্ষৰ কৰে। কাকতলীয়াকৈ কʼবলৈ গʼলে ইজিপ্ত আফ্ৰিকা আৰু ইউৰোপৰ বজাৰৰ অন্যতম মূল প্ৰৱেশদ্বাৰ। এই পৰিস্থিতিত ভাৰতে ইজিপ্তৰ সৈতে সম্পৰ্কৰ পৰিসৰ বৃদ্ধি কৰিবলৈ আগ্ৰহী।

Tags: Modi signs dealচুক্তিত স্বাক্ষৰ মোদীৰ
Share4Tweet3Send

Related Posts

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

by News Desk
June 30, 2026
50
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’
National-International

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

by News Desk
June 30, 2026
50
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

by News Desk
June 30, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত

ADVERTISEMENT
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
50
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’
National-International

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
50
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

June 30, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি
National-International

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT