ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

বিশিষ্ট সমাজকৰ্মী মহাবীৰ প্ৰসাদ আগৰৱালালৈ ‘সমাজ গৌৰৱ’ সন্মান

অজন্তা তালুকদাৰঃ বোকাখাত :

News Desk by News Desk
February 4, 2023
Reading Time: 1 min read
A A
0
বিশিষ্ট সমাজকৰ্মী মহাবীৰ প্ৰসাদ আগৰৱালালৈ ‘সমাজ গৌৰৱ’ সন্মান

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

বোকাখাত (Bokakhat)ৰ বিশিষ্ট ব‌্যৱসায়ী, সমাজকৰ্মী মহাবীৰ প্ৰসাদ আগৰৱালা (Social activist Mahavir Prasad Agarwala)লৈ পূৰ্বত্তোৰ প্ৰাদেশিক মাৰোৱাৰী যুব মঞ্চই প্ৰদান কৰিছে ‘সমাজ গৌৰব’ (Society pride) সন্মান। আজি ডিব্ৰুগড়ৰ তিৰুপতি মণ্ডপমত অনুষ্ঠিত পূৰ্বত্তোৰ প্ৰাদেশিক মাৰোৱাৰী যুব মঞ্চৰ প্ৰান্তীয় অধিৱেশন ‘জ্যোতি উৎসৱ’ত আগৰৱালালৈ আগবঢ়োৱা হয় এই সন্মান। অসমৰ সামাজিক সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৰিহণাৰ বাবে আগৰৱালালৈ আগবঢ়োৱা হয় এই সন্মান। উল্লেখ্য যে বোকাখাতৰ সমাজ সংস্কৃতিৰ সৈতে সংপৃক্ত মহাবীৰ প্ৰসাদ আগৰৱালা বোকাখাতৰ আগশাৰীৰ অনুষ্ঠান বোকাখাত নাট্য মন্দিৰ, বোকাখাত সত্যনাৰায়ণ সেৱা সদন, বোকাখাত টাউন হাইস্কুল, বোকাখাত চন্দ্ৰনাথ বেজবৰুৱা বিজ্ঞান মহাবিদ্যালয়, বোকাখাত বাৰোৱাৰী পূজা মণ্ডপকে আদি কৰি বোকাখাতৰ বিভিন্ন অঞ্চলৰ নামঘৰ, শিক্ষানুষ্ঠান আদি বহু অনুষ্ঠানৰ প্ৰতিষ্ঠাৰ সৈতে জড়িত। সমাজৰ প্ৰতি সেৱা আগবঢ়োৱা আগৰৱালাই আজীৱন আৰ্তজনৰ প্ৰতি, অসহায় ৰোগীলৈ, বিশেষকৈ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰীসকললৈ সহায়ৰ হাত আগবঢ়াই আহিছে।

boka s1 1 | ASSAM TIMES POST

বিশেষকৈ বিগত কভিডকালীন পৰিস্থিতিত আৰ্তজনৰ প্ৰতি আগৰৱালাৰ সহায় সহযোগিতা বোকাখাতত উদাহৰণ হৈ ৰ’ব। আগৰৱালাৰ প্ৰচেষ্টাতে কেইবাগৰাকীও মেধাসম্পন্ন শিক্ষাৰ্থীয়ে মেডিকেল, ইঞ্জিনিয়াৰিং আদি বিভাগত শিক্ষা সম্পূৰ্ণ কৰিবলৈ সমৰ্থ হৈছে। আগৰৱালাৰ এই সন্মান প্ৰাপ্তিয়ে বোকাখাতলৈ আনন্দৰ বন্যা নমাইছে। আনহাতে অধিৱেশনত বোকাখাতৰ প্ৰভাত নিমোডিয়া মঞ্চৰ মণ্ডলৰ অধ্যক্ষ নিৰ্বাচিত হৈছে। আগৰৱালা আৰু নিমোডিয়ালৈ বোকাখাত নাট্য মন্দিৰ, অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত বাৰোৱাৰী পূজা মণ্ডপ সমিতি, বোকাখাত মহকুমা সাংবাদিক সংস্থা, ৰূপজ্যোতি সংঘ বোকাখাত, কাজিৰঙা নিউজ নেটৱৰ্ক বোকাখাত, বোকাখাত মহকুমা কবি সন্মিলন, বোকাখাত পুৱতি সাহিত্য সভা, বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতি, সাৰথি নাট্যগোষ্ঠী বোকাখাত আদি বহু দল সংগঠন, ব্যক্তিয়ে অভিনন্দন জনাইছে।

আজিৰ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিধায়কদ্বয় প্ৰশান্ত ফুকন আৰু তেৰশ গোৱালা, বিশিষ্ট সাহিত্যিক নগেন শইকীয়া, অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, মাৰোৱাৰী যুৱ মঞ্চৰ ৰাষ্ট্ৰীয় সভাপতি কপিল লাখতীয়া, প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি অমিত আগৰৱালা, পূৰ্বত্তোৰ প্ৰাদেশিক মঞ্চৰ সভাপতি হিমশিখৰ খান্দেলীয়া, পূৰ্বত্তোৰ প্ৰাদেশিক মঞ্চৰ প্ৰাক্তন সভাপতি মোহিত নাহাতা আদিৰ লগতে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকল।

Tags: Mahavir Prasad AgarwalaSocial Prideমহাবীৰ প্ৰসাদ আগৰৱালাসমাজ গৌৰৱ
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

August 1, 2026
50
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু
National-International

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

August 1, 2026
50
Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে
National-International

Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে

August 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

August 2, 2026
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

August 1, 2026
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

August 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx