ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Assam Book Fair : ডিফুত অসম গ্ৰন্থমেলাত কাৰবি ভাষাত গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
February 7, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

কালিৰে পৰা আৰম্ভ হোৱা অসম গ্ৰন্থমেলা (Assam Book Fair) আজি দ্বিতীয় দিন৷ দ্বিতীয় দিনত ডিফু (Diphu)ৰ আকাশে-বতাহে কেৱল গ্ৰন্থৰ সুৱাস৷ তৎসত্বেও গ্ৰন্থপ্ৰেমী গ্ৰাহকৰ সেৰেঙা উপস্থিতিয়ে দ্বিতীয় দিনত গ্ৰন্থ বিক্ৰিত কিছু অসুবিধাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত তথা কাৰবি আংলং জিলা প্ৰশাসনৰ সহযোগত ডিফু উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় খেলপথাৰত আয়োজন কৰা এই গ্ৰন্থমেলাত আজি বিয়লি ১ বজাত “ karbi alam-achak, kibi aphuthak kachingvai” শীৰ্ষক এখনি আলোচনা সত্ৰ৷

গ্ৰন্থমেলা
Assam Book Fair at Diphu:

কাৰবি ভাষাৰ মান উন্নত কৰাৰ বিষয়ে কাৰবি ভাষাত অনুষ্ঠিত কৰা এই ব্যতিক্ৰমী আলোচনা সত্ৰখন উদ্বোধন কৰে বিশিষ্ট লেখক, পদ্মশ্ৰী ধনেশ্বৰ ইংতিয়ে৷ তেওঁ বিষয় প্ৰসংগত কয় যে কাৰবি ভাষাক উন্নত ৰূপত লিখা আৰু ব্যৱহাৰ কৰাটো অতি জৰুৰী ৷ নিজৰ ভাষাৰ শৈলী সুন্দৰকৈ ব্যৱহাৰ কৰিলে সেই ভাষাৰ সাহিত্য গণমুখী হয় ৷ কাৰবি ভাষা বৰ শ্ৰুতিমধুৰ ৷

কাৰবি ভাষাত প্ৰথম গ্ৰন্থ ৰচনা কৰিছিল বংলং তেৰাঙে ৷ তেতিয়াৰ পৰাই মৌখিক কাৰবি ভাষাই লিখিত ৰূপত ক্ৰমান্বয়ে প্ৰাণ পাই উঠে ৷ কিন্ত এতিয়ালৈ কাৰবি ভাষা অষ্টম অনুসূচীত অন্তৰ্ভুক্ত নোহোৱা বাবে সাহিত্য একাডেমী আদি বঁটা লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি উল্লেখ কৰি অনাগত সময়ত এই ক্ষেত্ৰতো স্বীকৃতি আহিব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷তেওঁ লগতে কাৰবি ভাষাত এনে এখন গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ অনুষ্ঠিত কৰাৰ বাবে অসম প্ৰকাশন পৰিষদক ধন্যবাদ জ্ঞাপন কৰে৷

bookP1 | ASSAM TIMES POST

ইয়াত আলোচক অতিথিৰূপে অংশগ্ৰহণ কৰি খয়াছিং হাঞ্চেই কয় “ভাষা এটা বিজ্ঞানৰ বিষয়৷ গতিকে কাৰবি ভাষাকো বিজ্ঞান সন্মতভাৱে গঢ়ি তুলিব লাগিব ৷ কিয়নো সাহিত্য বুলি কিবাকিবি লিখিলেই ভাষাৰ উন্নতি নহয়৷ ইয়াৰ এটা বিজ্ঞান সন্মত বৈয়াকৰণিক ৰূপ লাগিবই ৷ এই ক্ষেত্ৰত কাৰবি ভাষাৰ প্ৰচুৰ সম্ভাৱনা আছে৷” আন এগৰাকী আলোচক অতিথি খৰছিং টেৰণে কয় যে কাৰবি ভাষাৰো কামৰূপী ভাষাৰ দৰে স্থান ভেদে বৈচিত্ৰ আছে৷ উচ্চাৰণৰ দিশৰ পৰা এই বৈচিত্ৰ্যই কাৰবি ভাষাকো সমৃদ্ধ কৰিছে ৷ গতিকে এই সকলো সমলক সামৰি লৈ কাৰবি ভাষাও জাতিষ্কাৰ ৰূপত জিলিকি উঠিব৷

bookP3 2 | ASSAM TIMES POST

আলোচক অতিথি চিকাৰী টিছ’ৱে কয় যে কাৰবি ভাষাত উন্নত সাহিত্য লিখিব নোৱাৰি বুলি ভবাটো উচিত নহয় ৷ অন্য যিকোনো ভাষাৰ দৰে কাৰবি ভাষাৰো প্ৰকাশিকা শক্তি আছে ৷ নতুন প্ৰজন্মই ভাষাটোৰ বাবে কাম কৰিবলৈ আগবাঢ়ি আহিলে কাৰবি ভাষাও চহকী হ’ব৷

ইয়াত আংশগ্ৰহণ কৰি আলোচক অতিথি জয়ছিং টক্‌বিয়ে এই বিষয়ে কয়—“কাৰবি ভাষা সুন্দৰ আৰু চহকী ৷ গতিকে নিজৰ ভাষাটোক মৰ্যাদাপূৰ্ণভাৱে স্থান দিয়া প্ৰয়োজন ৷ কাৰবি সমাজ-সংস্কৃতিক ভাষাটোৱে প্ৰতিফলিত কৰে ৷ নতুন প্ৰজন্ম এই ক্ষেত্ৰত উদ্বুদ্ধ হ’লে ভাষাৰ ভৱিষ্যত নিশ্চয় সুৰক্ষিত হ’ব ৷” আলোচনা সত্ৰখনৰ আঁত ধৰে লংছিং টেৰণে ৷ আদৰণি ভাষণ আগ বঢ়ায় অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৷ সন্ধিয়া মনপৰশা সাংস্কৃতিক কাৰ্যসূচীৰ আঁত ধৰে প্ৰবোধ দাসে৷

Tags: Assam Book Fair at Diphu:ডিফুত অসম গ্ৰন্থমেলা
Share4Tweet3Send

Related Posts

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

by News Desk
July 30, 2026
50
Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন
KARBI ANGLONG

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

by Staff Reporter
July 30, 2026
50
শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ
KARBI ANGLONG

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

by Staff Reporter
July 30, 2026
50
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

by ASSAM TIMES POST
July 27, 2026
50
Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ
KARBI ANGLONG

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

by Staff Reporter
July 26, 2026
50
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

by Staff Reporter
July 26, 2026
50
ADVERTISEMENT
One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

July 30, 2026
50
Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি
Dima Hasao

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

July 30, 2026
50
Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়
National-International

Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়

July 30, 2026
50
Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ
National-International

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

July 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

July 30, 2026
Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

July 30, 2026
Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়

Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়

July 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx