ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

লোকসভাত নতুন বেশত প্ৰধানমন্ত্ৰী! কিন্তু তেওঁৰ এই পোছাক কিহেৰে নিৰ্মিত?

নিউজ ডেস্কঃ

News Desk by News Desk
February 8, 2023
Reading Time: 1 min read
A A
0
লোকসভাত নতুন বেশত প্ৰধানমন্ত্ৰী! কিন্তু তেওঁৰ এই পোছাক কিহেৰে নিৰ্মিত?

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

ৰাষ্ট্ৰপতিৰ ভাষণত (President’s Address) ধন্যবাদ জ্ঞাপনক লৈ বিতৰ্কত আদানীৰ সৈতে তেওঁৰ সম্পৰ্কক লৈ বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰে। বুধবাৰে এই বিষয়ত বিৰোধীক কি কয় সকলোৱে অপেক্ষাত আছিল। এই সকলোবোৰৰ মাজতে প্ৰধানমন্ত্ৰীয়ে )Prime Minisert) অভিজাত্যপূৰ্ণ কাপোৰ পিন্ধি সংসদলৈ আহি সকলোকে আচৰিত কৰি তোলে।

বুধবাৰে নৰেন্দ্ৰ মোদীক নীলা জেকেট পিন্ধি সংসদত উপস্থিত হোৱা দেখা গʼল। পোছাক দেখাত আড়ম্বৰপূৰ্ণ যেন নালাগিব পাৰে যদিও আচল আচৰিত কথাটো ইয়াৰ সামগ্ৰীত নিহিত হৈ আছে। জানিব পৰা মতে, প্ৰধানমন্ত্ৰীৰ আকাশী নীলা জেকেটটো পুনঃব্যৱহৃত প্লাষ্টিকৰ।

modi1 1 | ASSAM TIMES POST

সোমবাৰে বেংগালুৰুত ভাৰত শক্তি সপ্তাহৰ কাৰ্যসূচী উদ্বোধন কৰে মোদীয়ে। জি-২০ গ্ৰুপৰ দেশৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব লোৱাৰ পিছত ভাৰতে প্ৰথমবাৰৰ বাবে এনে কাৰ্যসূচী হাতত লৈছে। ভাৰতে কাৰ্বন নিৰ্গমন শূন্যলৈ হ্ৰাস কৰাৰ লক্ষ্যৰে শক্তি পুনঃব্যৱহাৰৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ লক্ষ্য লৈছে। ইয়াৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীয়ে পুনৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ জেকেট পিন্ধি আনকো সজাগ কৰিব বিচাৰিছে।

চৰকাৰী তেল কোম্পানী ইণ্ডিয়ান অইলে একক ব্যৱহাৰৰ (single used) প্লাষ্টিকৰ ব্যৱহাৰ ৰোধ কৰিবলৈ কৰ্মচাৰীসকলক পুনঃব্যৱহৃত প্লাষ্টিক আৰু পাটেৰে নিৰ্মিত কাপোৰ পিন্ধিবলৈ আহ্বান জনায়।

Tags: Garments madeNarendra Modiনৰেন্দ্ৰ মোদীপোছাক নিৰ্মিত
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

July 30, 2026
50
Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি
Dima Hasao

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

July 30, 2026
50
Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়
National-International

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ
National-International

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

July 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

July 30, 2026
Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

July 30, 2026
Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়

Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়

July 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT