ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Suicide I ব্যৱসায়ী ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড শ্বাহ আলমৰ আত্মহত্যাৰ চেষ্টাঃ

নিউজ ডেক্স:

ASSAM TIMES POST by ASSAM TIMES POST
February 10, 2023
Reading Time: 1 min read
A A
0
Suicide I ব্যৱসায়ী ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড শ্বাহ আলমৰ আত্মহত্যাৰ চেষ্টাঃ

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

পাঞ্জাবাৰীৰ ৰাজপথত ২১ নৱেম্বৰ তাৰিখে দিন-দুপৰতে গুলীয়াই হত্যা(shot dead) কৰা হৈছিল ব্যৱসায়ী ৰঞ্জিত বৰাক। এই হত্যাকাণ্ডৰ সৈতে জড়িত ৫ অভিযুক্ত মহানগৰ ক্ৰাইম ব্ৰাঞ্চ, নলবাৰী আৰক্ষী তথা কামৰূপ গ্ৰাম্য আৰক্ষী আৰু দিছপুৰ আৰক্ষীয়ে (Dispur Police) দেওবাৰে গ্ৰেপ্তাৰ কৰে।

আত্মহত্যা
মাষ্টাৰ মাইণ্ড শ্বাহ আলমৰ আত্মহত্যাৰ চেষ্টাঃ

ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ মূল মাষ্টাৰমাইণ্ড শ্বাহ আলম বুলি প্ৰকাশ কৰি আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয় যে, শ্বাহ আলমে শূণ্য দূৰত্বৰ পৰা ৰঞ্জিত বৰাক গুলীয়াই হত্যা কৰে। পৰৱৰ্তী সময়ত, কামৰূপ গ্ৰাম্য আৰক্ষীৰ জালত পৰা শ্বাহ আলমক ৫ দিনৰ জিম্মাত লৈছিল দিছপুৰ আৰক্ষীয়ে।

উল্লেখ্য যে, শুকুৰবাৰে পুৱা থানাৰ শৌচাগাৰত হাত কাটি আত্মহত্যাৰ চেষ্টা কৰে শ্বাহ আলম তালুকদাৰে।বহুকেইটা ডকাইতি আৰু হত্যাকাণ্ডৰে জড়িত থকা দুৰ্ধৰ্ষ ডকাইত শ্বাহ আলম তালুকদাৰৰ গ্ৰেপ্তাৰৰ পূৰ্বে সমাজত উচ্চ স্থানত আছিল। কিন্তু শ্বাহ আলমৰ প্ৰকৃত পৰিচয় ৰাজহুৱা হোৱাৰ পিছতে যথেষ্ট লাজ পাই শুকুৰবাৰে থানাৰ শৌচাগাৰতে মগ ভাঙি হাত কাটি লয় শ্বাহ আলমে।

গুৰুত্বৰভাৱে আহত শ্বাহ আলমক দিছপুৰ হাস্পতালত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত দিছপুৰ থানালৈ লৈ আনি পুনৰ লকআপত ভৰাই সোধা–পোছা অব্যাহত ৰাখিছে৷

Tags: আত্মহত্যাৰ চেষ্টা
Share4Tweet3Send

Related Posts

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

by News Desk
June 10, 2026
50
ADVERTISEMENT
Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল
National-International

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
50
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬
National-International

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026
50
NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ
National-International

NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ

July 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx