ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Child marriage I বাল্য বিবাহ বিৰোধী অভিযান : অসম আৰক্ষীৰ ২৭৬৩ জনক গ্ৰেপ্তাৰ, ৪১৩৫টা গোচৰ পঞ্জীয়ন

নিউজ ডেস্কঃ

News Desk by News Desk
February 10, 2023
Reading Time: 1 min read
A A
0
Child marriage I বাল্য বিবাহ বিৰোধী অভিযান : অসম আৰক্ষীৰ ২৭৬৩ জনক গ্ৰেপ্তাৰ, ৪১৩৫টা গোচৰ পঞ্জীয়ন

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

অসমত নাবালিকাৰ বিবাহ ৰোধ (Minor marriages prevented in Assam) কৰাৰ ক্ষেত্ৰত সক্ৰিয় ৰাজ্যৰ বিজেপি চৰকাৰ। অসম আৰক্ষীয়ে এই পৰ্যন্ত ২,৭৬৩ জন লোকক গ্ৰেপ্তাৰ (People arrested) কৰিছে। মুঠ ৪১৩৫টা গোচৰ ৰুজু হৈছে।

বাল্য বিবাহ
বাল্য বিবাহ বিৰোধী অভিযান:

অসম আৰক্ষীৰ তথ্য অনুসৰি, হোজাইত ২১৬ জন, নগাঁৱত ১৮৪ জন, ধুবুৰীত ১৮৩ জন, বাক্সাত ১৫৮ জন, বৰপেটাত ১৪৬ জন, বিশ্বনাথত ১৪০ জন, মৰিগাঁৱত ১২৮ জন, বঙাইগাঁৱত ১২১ জন, হাইলাকান্দিত ১১৮ জন, কৰিমগঞ্জ ১০৭ জন, কোকৰাঝাৰত ১০৮ জন, কামৰূপত ১০২ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য, বিয়া হৈ যোৱা নাবালিকাৰ বাবে অসম চৰকাৰে শীঘ্ৰে পুনৰ্বাসন নীতি প্ৰৱৰ্তন কৰিব। স্বামীক গ্ৰেপ্তাৰ কৰা নাবালিকাসকলৰ বাবেও ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ওলাইছে। পুনৰ সংস্থাপনৰ বাবে তিনিজনীয়া কেবিনেট কমিটিও গঠন কৰা হৈছে। উক্ত সমিতিত আছে মন্ত্ৰী ৰানোজ পেগু, কেশৱ মহন্ত, অজন্তা নেওগ। এই কমিটীয়ে প্ৰতিবেদন দাখিল কৰাৰ পিছতহে অসম চৰকাৰে শিশু কইনাৰ পুনৰ্বাসনৰ নীতি আৰম্ভ কৰিব।

ইফালে বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই টুইটযোগে আৰক্ষীক অভিনন্দন জনায়। তেওঁ লিখিছে, ” নাবালিকাৰ বিবাহ ৰোধ কৰাৰ বাবে অসম আৰক্ষীৰ প্ৰচেষ্টাক প্ৰশংসা কৰিছোঁ। এই গ্ৰেপ্তাৰ অব্যাহত ৰাখিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে। বিবাহিত নাবালিকাৰ পুনৰ্বাসনৰ নীতি নিৰ্ধাৰণৰ বাবে গঠন কৰা হৈছে এখন কমিটী। এই সমিতিয়ে ১৫ দিনৰ ভিতৰত চূড়ান্ত পুনৰ্বাসন নীতি প্ৰণয়ন কৰিব।”

যোৱা সোমবাৰেও মুখ্যমন্ত্ৰীয়ে অসমৰ নাবালিকাৰ মাতৃত্বক লৈ উদ্বেগ প্ৰকাশ কৰিছিল। সমগ্ৰ ৰাজ্যৰ ভিতৰতে নাবালিকাৰ ভিতৰত মাতৃত্বৰ হাৰ সৰ্বাধিক বৰপেটা জিলাত। ২০২২ চনত নতুন মাতৃৰ ২৮.৭ শতাংশ নাবালিকা।

Tags: Child marriageবাল্য বিবাহ
Share4Tweet3Send

Related Posts

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day
Assam

Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day

by Staff Reporter
June 12, 2026
50
Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?
Assam

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

by News Desk
June 10, 2026
50
ADVERTISEMENT
Punjab CM Mann I পঞ্জাবৰ মুখ্যমন্ত্ৰী মানক ‘গুৰুবিৰোধী’ ঘোষণা, শিখসকলক তেওঁৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ নিৰ্দেশ
National-International

Punjab CM Mann I পঞ্জাবৰ মুখ্যমন্ত্ৰী মানক ‘গুৰুবিৰোধী’ ঘোষণা, শিখসকলক তেওঁৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ নিৰ্দেশ

June 16, 2026
50
Russian aircraft crash I চাইবেৰিয়াত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়াৰ বোমাৰু বিমান
National-International

Russian aircraft crash I চাইবেৰিয়াত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়াৰ বোমাৰু বিমান

June 16, 2026
50
TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল
National-International

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

June 15, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

June 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Punjab CM Mann I পঞ্জাবৰ মুখ্যমন্ত্ৰী মানক ‘গুৰুবিৰোধী’ ঘোষণা, শিখসকলক তেওঁৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ নিৰ্দেশ

Punjab CM Mann I পঞ্জাবৰ মুখ্যমন্ত্ৰী মানক ‘গুৰুবিৰোধী’ ঘোষণা, শিখসকলক তেওঁৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ নিৰ্দেশ

June 16, 2026
Russian aircraft crash I চাইবেৰিয়াত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়াৰ বোমাৰু বিমান

Russian aircraft crash I চাইবেৰিয়াত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়াৰ বোমাৰু বিমান

June 16, 2026
TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

June 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx