ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

অসমৰ পিছত এইবাৰ ছিকিমতো ভূমিকম্প

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 13, 2023
Reading Time: 1 min read
A A
0
অসমৰ পিছত এইবাৰ ছিকিমতো ভূমিকম্প

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

তুৰস্ক (Turkey) আৰু ছিৰিয়াত (Syria) ভয়ংকৰ ভূমিকম্পৰ (Earthquake) প্ৰভাৱ এতিয়াও মাৰ যোৱা নাই। তাৰ মাজতে এইবাৰ কঁপি উঠিল ছিকিম (Sikkim)। সোমবাৰে পুৱা প্ৰায় ৪.১৫ বজাত ছিকিমৰ যুকছাম চহৰত অনুভূত হয় এই কম্পন। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.৩।

Sikkim Earthquake
পুৱা প্ৰায় ৪.১৫ বজাত ছিকিমৰ যুকছাম চহৰত ভূমিকম্প

ভূমিকম্পৰ উৎপত্তি ১০ কিলোমিটাৰ তলত আছিল। ইউকছাম চহৰৰ পৰা ৭০ কিলোমিটাৰ উত্তৰ-পশ্চিমে সংঘটিত হয় এই ভূমিকম্প। এটা বৃহৎ অঞ্চল কঁপি উঠে ভূমিকম্পৰ ফলত। ছিকিমৰ ৰাজধানী গেংটকৰ (Gangtok) পৰা ১২০ কিলোমিটাৰ দূৰত্বত যুকছাম চহৰ। প্ৰশাসনৰ মতে, ভূমিকম্পত বিশেষ ক্ষতি বা প্ৰাণ হেৰুৱাবলগীয়া হোৱা নাই।

অৱশ্যে সমগ্ৰ অঞ্চলটোত কোনো ধৰণৰ ক্ষতি হৈছেনে নাই সেয়া নিৰীক্ষণ কৰা হʼব। ইফালে ভূমিকম্প অনুভৱ কৰাৰ লগে লগে সাধাৰণ মানুহ আতংকিত হৈ পৰে। ভূমিকম্পৰ খবৰ পাই আতংকিত হৈ পৰে পৰ্যটকসকলো। ইয়াৰ পূৰ্বে দেওবাৰে বিয়লি অসমৰ নগাঁৱত মৃদু কঁম্পনৰ সৃষ্টি হৈছিল। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৪।

Tags: ভূমিকম্প
Share4Tweet3Send

Related Posts

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured
NORTHEAST

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

by News Desk
July 14, 2026
50
Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack
NORTHEAST

Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

by Staff Reporter
July 6, 2026
50
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 
NORTHEAST

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

by Staff Reporter
July 5, 2026
50
Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ
NORTHEAST

Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ

by News Desk
July 5, 2026
50
Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade
NORTHEAST

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

by News Desk
July 2, 2026
50
Manipur Panchayat Election : মণিপুৰ পঞ্চায়ত নিৰ্বাচনৰ সময়সীমা অক্টোবৰলৈকে বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে
NORTHEAST

Manipur Panchayat Election : মণিপুৰ পঞ্চায়ত নিৰ্বাচনৰ সময়সীমা অক্টোবৰলৈকে বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

by News Desk
July 2, 2026
50
ADVERTISEMENT
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

July 14, 2026
50
Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
National-International

Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

July 14, 2026
50
Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ
National-International

Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ

July 14, 2026
50
Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ
National-International

Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ

July 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

July 14, 2026
Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

July 14, 2026
Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ

Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ

July 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx