ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Gang Rape I মহিলাৰ বিৰুদ্ধেও ৰুজু হʼব পাৰে দলবদ্ধ ধৰ্ষণৰ গোচৰ! এলাহাবাদ উচ্চ ন্যায়ালয়

নিউজ ডেস্কঃ

News Desk by News Desk
February 14, 2023
Reading Time: 1 min read
A A
0
Gang Rape I মহিলাৰ বিৰুদ্ধেও ৰুজু হʼব পাৰে দলবদ্ধ ধৰ্ষণৰ গোচৰ! এলাহাবাদ উচ্চ ন্যায়ালয়

RELATED POSTS

Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত

Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

এলাহাবাদ উচ্চ ন্যায়ালয়ে (Allahabad High Court) কয় যে কেৱল পুৰুষৰ বিৰুদ্ধেই নহয় (Not against men), প্ৰয়োজনত মহিলাৰ বিৰুদ্ধেও দলবদ্ধ ধৰ্ষণৰ (Gang rapes against women too) গোচৰ ৰুজু কৰিব পৰা যাব। ন্যায়াধীশ শেখৰকুমাৰ যাদৱৰ একক বিচাৰপীঠে ২০১৩ চনত সংশোধিত ১৮৬০ চনৰ ভাৰতীয় দণ্ডবিধিৰ ১৩ নং আইনৰ উদ্ধৃতি কৰি এই মন্তব্য কৰে।

ধৰ্ষণ
মহিলাৰ বিৰুদ্ধেও ৰুজু হʼব পাৰে দলবদ্ধ ধৰ্ষণৰ:

ন্যায়াধীশ যাদৱে তেওঁৰ পৰ্যবেক্ষণত কয়, “কোনো মহিলাই ধৰ্ষণ কৰিব নোৱাৰে। কিন্তু যদি তেওঁ এদল মানুহৰ সৈতে এই কাৰ্য্য (ধৰ্ষণ) কৰাত সহায় কৰে, তেন্তে তেওঁৰ বিৰুদ্ধেও দলবদ্ধ ধৰ্ষণৰ গোচৰো দাখিল কৰিব পাৰি।”উল্লেখ্য, ভাৰতীয় দণ্ডবিধিৰ ৩৭৫ নং ধাৰাত মহিলাৰ ইচ্ছাৰ বিৰুদ্ধে আৰু বলপূৰ্বক বা ভয় দেখুৱাই যৌন সম্পৰ্ক আইনৰ দৃষ্টিত এক জঘন্য অপৰাধ।

যদি মহিলাগৰাকীৰ বয়স ১৬ বছৰৰ তলৰ হয় তেন্তে ইয়াক ইচ্ছাকৃতভাৱে আৰু অনিচ্ছাকৃতভাৱেই হওক অপৰাধ হিচাপে গণ্য কৰা হʼব। আনহাতে, ২০১২ চনত দিল্লীত নিৰ্ভয়া গোচৰৰ পিছত ফৌজদাৰী দণ্ডবিধিৰ সংশোধন কৰি ৩৭৬ নং অনুচ্ছেদ অন্তৰ্ভুক্ত কৰা হয়, যʼত উল্লেখ কৰা হৈছে যে ধৰ্ষণৰ শাস্তি ‘মৃত্যুৰ পৰ্যন্ত’ হ’ব পাৰে।

ন্যায়াধীশ যাদৱে কয় যে ‘দলবদ্ধ ধৰ্ষণৰ লগত জড়িত ব্যক্তিʼৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ ব্যৱস্থা থকা ফৌজদাৰী দণ্ডবিধিৰ সকলো ধাৰাত মহিলাক অন্তৰ্ভুক্ত কৰিব পাৰি। এই প্ৰসংগত তেওঁৰ মন্তব্য, “ব্যক্তি শব্দটোৰ অৰ্থ কেৱল সংকীৰ্ণ উপায়েৰে পুৰুষ নহয়।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Allahabad High Courtএলাহাবাদএলাহাবাদ উচ্চ ন্যায়ালয়
Share5Tweet3Send

Related Posts

Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত
National-International

by News Desk
August 25, 2026
50
Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ
National-International

Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ

by News Desk
August 25, 2026
50
Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা
National-International

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

by News Desk
August 25, 2026
50
Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ
National-International

Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

by News Desk
August 25, 2026
50
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

by News Desk
August 24, 2026
51
Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো
National-International

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

by News Desk
August 24, 2026
51
ADVERTISEMENT
Nagaland Millet Festival 2026 : ২৬ আগষ্টত নাগালেণ্ডত দ্বিতীয় মিলেট মহোৎসৱ
NORTHEAST

Nagaland Millet Festival 2026 : ২৬ আগষ্টত নাগালেণ্ডত দ্বিতীয় মিলেট মহোৎসৱ

August 25, 2026
50
Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত
National-International

Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত

August 25, 2026
50
Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ
National-International

Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ

August 25, 2026
50
Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ
Assam

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

August 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nagaland Millet Festival 2026 : ২৬ আগষ্টত নাগালেণ্ডত দ্বিতীয় মিলেট মহোৎসৱ

Nagaland Millet Festival 2026 : ২৬ আগষ্টত নাগালেণ্ডত দ্বিতীয় মিলেট মহোৎসৱ

August 25, 2026
Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত

Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত

August 25, 2026
Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ

Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ

August 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d