ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Earthquake I ভূমিকম্পৰ ৯ দিন পিছত আৰু ৯ জনক জীৱন্তে উদ্ধাৰ, মৃত্যুৰ সংখ্যা ৪১ হাজাৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 15, 2023
Reading Time: 1 min read
A A
0
Earthquake I  ভূমিকম্পৰ ৯ দিন পিছত আৰু ৯ জনক জীৱন্তে উদ্ধাৰ, মৃত্যুৰ সংখ্যা ৪১ হাজাৰ

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ

Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ

তুৰস্ক-ছিৰিয়াত (Turkey-Syria) ভয়ংকৰ ভূমিকম্পৰ(Earthquake) ৯ দিনৰ মূৰত আৰু ৯ জন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়। মঙলবাৰে জীৱিত অৱস্থাত উদ্ধাৰ হোৱা ১৭ আৰু ২১ বছৰীয়া দুজন ভাতৃও আছিল। তুৰস্কৰ কাহৰামানমাৰাছ প্ৰদেশৰ এটা এপাৰ্টমেণ্ট ব্লকৰ পৰা উদ্ধাৰ কৰা হয় তেওঁলোকক। ইফালে ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ৪১ হাজাৰ অতিক্ৰম কৰিছে। এই খবৰ ৰয়টাৰ্ছৰ।

তুৰ্কী-ছিৰিয়াত ভূমিকম্পৰ
ভূমিকম্পৰ ৯ দিন পিছত আৰু ৯ জনক জীৱন্তে উদ্ধাৰ:

ভূমিকম্পৰ ২০০ ঘণ্টাৰো অধিক সময়ৰ পাছতে ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় দুয়োকে। এজন উদ্ধাৰকাৰীয়ে কয় যে ধ্বংসাৱশেষৰ পৰা আৰু অধিক জীৱিত লোকক উদ্ধাৰ কৰাৰ সম্ভাৱনা আছে।

IMG 20230215 WA0015 | ASSAM TIMES POSTতুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইপ এৰদোগানে (Recep Tayyip Erdoğan)  স্বীকাৰ কৰে যে প্ৰাৰম্ভিক উদ্ধাৰ অভিযানত সমস্যাৰ সৃষ্টি হৈছে। কিন্তু তেওঁ কয়, “পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণত। আমি কেৱল আমাৰ দেশতে নহয়, মানৱতাৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিছো।”

এই সন্দৰ্ভত ৰাষ্ট্ৰসংঘই কৈছে যে দুয়োখন দেশৰ ভূমিকম্পৰ ফলত সত্তৰ নিযুততকৈও অধিক শিশু ক্ষতিগ্ৰস্ত হৈছে। ৰাষ্ট্ৰসংঘৰ শিশু সংস্থা ইউনিচেফৰ (UNICEF) মুখপাত্ৰ জেমছ ইল্ডাৰে (James Elder) জেনেভাত সাংবাদিকৰ আগত কয়, “তুৰস্কত ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ১০খন প্ৰদেশত ৪৬ লাখ লোক আছে, ছিৰিয়াত ২৫ লাখ।”

তেওঁ লগতে কয়, “ইউনিচেফে বিশ্বাস কৰে যে ইয়াৰ মাজতে হাজাৰ হাজাৰ শিশুৰ মৃত্যু হৈছে। এতিয়াৰে পৰা মৃতকৰ সংখ্যা বৃদ্ধি পাই থাকিব। এই সংখ্যা আৰু যে বাঢ়িব তাত কোনো সন্দেহ নাই।”

Tags: ভূমিকম্প
Share4Tweet3Send

Related Posts

Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
National-International

by News Desk
July 14, 2026
50
Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ
National-International

Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ

by News Desk
July 14, 2026
50
Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ
National-International

Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ

by Staff Reporter
July 14, 2026
50
Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ

Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য
National-International

Ram Mandir controversy । ৰাম মন্দিৰৰ চুৰিকাণ্ডত উত্তৰ প্ৰদেশ চৰকাৰ আৰু ট্ৰাষ্টলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ, এছআইটিৰ পৰা ৰিপ’ৰ্ট তলব

by Staff Reporter
July 14, 2026
50
Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক
National-International

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

by Staff Reporter
July 14, 2026
50
ADVERTISEMENT
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

July 14, 2026
50
Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
National-International

Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

July 14, 2026
50
Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ
National-International

Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ

July 14, 2026
50
Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ
National-International

Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ

July 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

July 14, 2026
Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

July 14, 2026
Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ

Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ

July 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT