ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

IAS-IPS I আইপিএছ ৰূপা বনাম আইএএছ ৰোহিণী! দুই সুন্দৰীৰ যুঁজত অস্বস্তিত কৰ্ণাটক চৰকাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
February 20, 2023
Reading Time: 1 min read
A A
0
IAS-IPS I আইপিএছ ৰূপা বনাম আইএএছ ৰোহিণী! দুই সুন্দৰীৰ যুঁজত অস্বস্তিত কৰ্ণাটক চৰকাৰ

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

এগৰাকী আইপিএছ বিষয়া (IPS Officer)। আনগৰাকী আইএএছ (IAS)। দেওবাৰে ছচিয়েল মিডিয়াত (Social Media) ৰাজ্যৰ উচ্চ পদস্থ মহিলা বিষয়া দুগৰাকীয়ে ইগৰাকীয়ে সিগৰাকীৰ ওপৰত বাক্যবাণ নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে। অৱশেষত কৰ্ণাটক চৰকাৰে (Government of Karnataka) তেওঁলোকক বাধা দিবলৈ হস্তক্ষেপ কৰিবলগীয়া হয়।

IAS-IPS
আইপিএছ ৰূপা বনাম আইএএছ ৰোহিণী:

খবৰ অনুসৰি, চৰকাৰী বিষয়া দুগৰাকীৰ নাম হৈছে ডি ৰূপা আৰু ৰোহিণী সিন্ধুৰী। ইয়াৰ ভিতৰত ৰূপা এগৰাকী আইপিএছ বিষয়া আৰু তেওঁ কৰ্ণাটক ৰাজ্যিক হস্তশিল্প উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক। ৰূপাই আইএএছ বিষয়া ৰোহিণীৰ বিৰুদ্ধে অভিযোগ কৰে যে ৰোহিণীয়ে কেইবাজনো পুৰুষ আইএএছ বিষয়ালৈ নিজৰ এখন ছবি প্ৰেৰণ কৰিছিল।

ৰূপাই লগতে উল্লেখ কৰে যে ৰোহিণীৰ এই ছবিখন বহু লোকৰ লগত শ্বেয়াৰ কৰাটো নিয়মৰ বাহিৰত।ৰূপাই ফেচবুকত লিখিছে, “এই ছবিবোৰ স্বাভাৱিক যেন লাগিব পাৰে। কিন্তু এগৰাকী মহিলা আইএএছ বিষয়াই যদি এনে ছবি আন এজন আইএএছ বিষয়ালৈ প্ৰেৰণ কৰে তেন্তে ইয়াৰ অৰ্থ কি? এতিয়া ই ব্যক্তিগত বিষয় নহয়। এইটো নিয়মৰ বিৰুদ্ধে। চেলুনৰ ছবি বা শুই থকা ছবি পঠোৱাটো স্বাভাৱিক যেন লাগিব পাৰে, কিন্তু এই ছবিবোৰ যি পৰিস্থিতিত পঠোৱা হৈছিল, সেইটোৱে বেলেগ কথা কয়।”

কিন্তু ৰূপাৰ অভিযোগটো ৰোহিণীয়ে একেবাৰে ভালকৈ লোৱা নাছিল। ৰোহিণীয়ে দাবী কৰে যে ৰূপাৰ অভিযোগ ভিত্তিহীন আৰু ছবিৰ সহায়ত ৰূপাৰ বদনাম কৰা হৈছে। ৰোহিণীয়ে দাবী কৰে যে ৰূপাই তেওঁৰ প্ৰতি থকা ‘ব্যক্তিগত ঘৃণাʼৰ বাবেই এই ভুৱা অভিযোগ উত্থাপন কৰিছে। লগতে ৰূপাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে।

ৰোহিণীয়ে ফেচবুকত ৰূপাক প্ৰতি অভিযোগ কৰি লিখিছে, “ৰূপাই সদায় সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে আৰু তেওঁৰ ফেচবুক একাউণ্টেই তাৰ প্ৰমাণ। এই মুহূৰ্তত মোৰ জৰিয়তে দৃষ্টি আকৰ্ষণ কৰাৰ প্ৰয়াস চলি আছে।”

সমগ্ৰ বিষয়টো পোহৰলৈ অহাৰ পিছত কৰ্ণাটকৰ গৃহমন্ত্ৰী আৰগা জ্ঞানেন্দ্ৰই দুয়োগৰাকী বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। লগতে তেওঁ মন্তব্য কৰে যে সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰীৰ পৰ্যবেক্ষণত আছে।

Tags: IP vs IASKarnatakaআইপি বনাম আইএএছ
Share4Tweet3Send

Related Posts

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

by News Desk
July 22, 2026
50
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

by News Desk
July 22, 2026
50
JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত
National-International

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

by News Desk
July 22, 2026
50
CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী
National-International

CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

by News Desk
July 22, 2026
50
SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

by News Desk
July 22, 2026
50
Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত
National-International

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

by Staff Reporter
July 22, 2026
50
ADVERTISEMENT
Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত
Assam

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

July 23, 2026
50
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত
Assam

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

July 23, 2026
50
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
50
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

July 23, 2026
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

July 23, 2026
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx