ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Corona I কৰোনাৰ ভয়ত গৃহবন্দী পুত্ৰসহ মাতৃ, ৩ বছৰ পাছত আৰক্ষীয়ে খুলিলে দুৱাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
February 22, 2023
Reading Time: 1 min read
A A
0
Corona I কৰোনাৰ ভয়ত গৃহবন্দী পুত্ৰসহ মাতৃ, ৩ বছৰ পাছত আৰক্ষীয়ে খুলিলে দুৱাৰ

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ

Bengal new CM : বংগত বিজেপিৰ প্ৰথম মুখ্যমন্ত্ৰী ৰূপে কাইলৈ শপত গ্ৰহণ কৰিব শুভেন্দু অধিকাৰীয়ে

Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ

মুনমুন মাঝিতকৈ (Munmun Majhi) কৰোনা (Corona)ৰ ভয় কোনে ভালকৈ বুজিব পাৰে। তিনি বছৰ (Three years) ধৰি নিজকে এটা কোঠাত আবদ্ধ (Locked in the room) কৰি ৰাখি তেওঁ এতিয়া মাত্ৰ ওলাই আহিছে। জানিব পৰা মতে, মুনমুনে কৰোনা হোৱাৰ আশংকাত ১০ বছৰীয়া পুত্ৰৰ (10-year-old son) সৈতে ঘৰৰ দুৱাৰ বন্ধ (door of the house is closed) কৰি ভিতৰত আছিল। তাৰ পিছত তেনেদৰেই তিনিটা বছৰ পাৰ হৈ যায়। অৱশেষত আৰক্ষী আহি মহিলাগৰাকী আৰু তেওঁৰ পুত্ৰক ঘৰৰ ভিতৰৰ পৰা উলিয়াই আনে।

কৰোনা
কৰোনাৰ ভয়ত গৃহবন্দী পুত্ৰসহ মাতৃ:

২০২০ চনত যেতিয়া কৰোনাৰ প্ৰাদুৰ্ভাৱ ভয়ংকৰ আছিল, তেতিয়া মুনমুনে নিজৰ ১০ বছৰীয়া পুত্ৰক লৈ ঘৰত প্ৰৱেশ কৰি সংক্ৰমণৰ পৰা হাত সাৰিবলৈ দুৱাৰখন বন্ধ কৰি দিয়ে। সেই সময়ত স্বামী সুজান লগত আছিল। দৰাচলতে সেই সময়ত আন বহুতেই এনে কাম কৰিবলৈ বাধ্য হৈছিল। ইয়াৰ পিছত ক্ৰমান্বয়ে কৰোনা পাৰ হৈ গʼল। জনজীৱন স্বাভাৱিক হৈ পৰিল। কিন্তু মুনমুনৰ কথা হৈছে, বাহিৰৰ পৰা কাকো ঘৰত সোমাবলৈ নিদিয়ে।

প্ৰথম দিনাই স্বামীয়ে কামলৈ ওলাই গʼল যদিও ঘৰলৈ উভতি যাব নোৱাৰিলে। ওচৰতে ঘৰ ভাড়াত লʼবলগা হয়। ঘৈণীয়েকলৈ বাৰে বাৰে বিভিন্ন ধৰণে মেছেজ পঠিয়াইছিল, কৰোনা নাই, এইবাৰ স্বাভাৱিক জীৱনলৈ উভতি যাওঁ। কিন্তু একো কামত নাহিল। সুজানে শহুৰেক, শাহুৱেকক কʼলেও সেইটোৱো কামত নাহিল। এনেদৰেই তিনি বছৰ পাৰ হৈ গ’ল। অৱশেষত সুজান আৰক্ষীৰ কাষ চাপিল। আৰক্ষী আহিহে দুৱাৰ খুলি মহিলাগৰাকী আৰু তেওঁৰ সন্তানক উলিয়াই আনিলে।

চক্কৰপুৰ (Chakarpur) আৰক্ষী থানাৰ উপ-পৰিদৰ্শক প্ৰবীণ কুমাৰে কয়, “প্ৰথমে বিষয়টোত মই বিশেষ গুৰুত্ব দিয়া নাছিলোঁ বুলি স্বীকাৰ কৰিবলৈ মোৰ কোনো সংকোচ নাই। কিন্তু যেতিয়া মই বুজিলোঁ যে সুজান সঁচাকৈয়ে এটা অদ্ভুত সমস্যাত পৰিছে, তেতিয়া মই সকলো সহায় দিলোঁ। পত্নীৰ সৈতে হোৱা ভিডিঅ’ কলটোৰ কথা সুজানে মোক কʼলে। বাৰে বাৰে কথা পাতি মুনমুনক বুজাটো সম্ভৱ হয়। সৰু লʼৰাটোৰ লগতো কথা পাতে। কিমান দিনৰ পৰা যে সি সূৰ্য্যৰ পোহৰ দেখা নাই।”

Tags: #coronaMunmun Majhiকৰোনামুনমুন মাঝি
Share4Tweet3Send

Related Posts

TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ
National-International

by News Desk
May 8, 2026
50
Bengal new CM : বংগত বিজেপিৰ প্ৰথম মুখ্যমন্ত্ৰী ৰূপে কাইলৈ শপত গ্ৰহণ কৰিব শুভেন্দু অধিকাৰীয়ে
National-International

Bengal new CM : বংগত বিজেপিৰ প্ৰথম মুখ্যমন্ত্ৰী ৰূপে কাইলৈ শপত গ্ৰহণ কৰিব শুভেন্দু অধিকাৰীয়ে

by News Desk
May 8, 2026
50
Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ
National-International

Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ

by News Desk
May 8, 2026
50
Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল

Dhubri Police Constable I ধুবুৰীত আৰক্ষীৰ কনিষ্টবলক মাৰপিট: মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ
National-International

‎অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত ম্যানমাৰৰ নাগৰিকক সন্দেহজনক আফিং আৰু নগদ ধনৰ সৈতে গ্ৰেপ্তাৰ

by Staff Reporter
May 8, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

‎ট্ৰাম্পৰ শুল্কৰ সন্দৰ্ভত আদালতৰ মন্তব্য I বিভিন্ন দেশৰ ওপৰত আৰোপ কৰা ১০ শতাংশ শুল্ক অবৈধ আৰু আইন বিৰুদ্ধ 

by Staff Reporter
May 8, 2026
50
ADVERTISEMENT
TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ
National-International

TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ

May 8, 2026
50
Bengal new CM : বংগত বিজেপিৰ প্ৰথম মুখ্যমন্ত্ৰী ৰূপে কাইলৈ শপত গ্ৰহণ কৰিব শুভেন্দু অধিকাৰীয়ে
National-International

Bengal new CM : বংগত বিজেপিৰ প্ৰথম মুখ্যমন্ত্ৰী ৰূপে কাইলৈ শপত গ্ৰহণ কৰিব শুভেন্দু অধিকাৰীয়ে

May 8, 2026
50
Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ
National-International

Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ

May 8, 2026
50
Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল
National-International

Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল

May 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ

TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ

May 8, 2026
Bengal new CM : বংগত বিজেপিৰ প্ৰথম মুখ্যমন্ত্ৰী ৰূপে কাইলৈ শপত গ্ৰহণ কৰিব শুভেন্দু অধিকাৰীয়ে

Bengal new CM : বংগত বিজেপিৰ প্ৰথম মুখ্যমন্ত্ৰী ৰূপে কাইলৈ শপত গ্ৰহণ কৰিব শুভেন্দু অধিকাৰীয়ে

May 8, 2026
Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ

Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ

May 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT