ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Chhattisgarh Accident I মৰ্মান্তিক! দুৰ্ঘটনাত নিহত একেটা পৰিয়ালৰে ১১ জন সদস্য

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 24, 2023
Reading Time: 1 min read
A A
0
Chhattisgarh Accident I মৰ্মান্তিক! দুৰ্ঘটনাত নিহত একেটা পৰিয়ালৰে ১১ জন সদস্য

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

এটা পৰিয়ালৰ অনুষ্ঠানত অংশগ্ৰহণৰ পিছত আন এটা পৰিয়ালে পিকআপ ভানত (Pickup Van) ঘৰলৈ উভতি আহিছিল। কিন্তু মাজবাটতে ট্ৰাকে তেওঁলোকক খুন্দা মৰাৰ ফলত পৰিয়ালটোৰ এটা শিশুসহ এঘাৰজন লোক নিহত হয়। আনহাতে, ১০ জনৰো অধিক লোক গুৰুতৰভাৱে আহত হয়। ঘটনাটো বৃহস্পতিবাৰে নিশা ছত্তীশগড়ৰ (Chhattisgarh) বালাদা বজাৰ-ভাটপাৰা জিলাত সংঘটিত হয়।

Chhattisgarh Accident
দুৰ্ঘটনাত নিহত একেটা পৰিয়ালৰে ১১ জন সদস্য:

আৰক্ষীৰ সূত্ৰ অনুসৰি, বৃহস্পতিবাৰে নিশা এটা পাৰিবাৰিক অনুষ্ঠানৰ পিছত ৩০ জনীয়া এটা দলে খিলোৰা গাঁৱৰ পৰা অৰ্জুনীলৈ উভতি আহি আছিল। সেই সময়ত বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকে ভাটপাৰা আৰক্ষী থানা অঞ্চলৰ খামৰিয়া গাঁৱৰ ওচৰত পিকআপ ভানখনত খুন্দা মাৰে।

সংঘৰ্ষ ইমানেই ভয়ংকৰ আছিল যে পিকআপ ভানখনৰ ১১ জন যাত্ৰীৰ ঘটনাস্থলীত মৃত্যু হয়। মৃতসকলৰ মাজত এটা শিশুও আছে। আনহাতে, ১০ জনৰো অধিক লোক গুৰুতৰভাৱে আহত হয়। তেওঁলোকক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কিছুমানক আকৌ ৰায়পুৰলৈ স্থানান্তৰিত কৰা হৈছে, কিয়নো তেওঁলোকৰ অৱস্থা সংকটজনক। আৰক্ষীয়ে জনোৱা মতে, মৃতসকল একেটা পৰিয়ালৰ আছিল।

খামৰিয়া গাঁৱৰ এজন বাসিন্দাই ঘটনা সন্দৰ্ভত কয় যে মাজনিশা সংঘটিত হয় দুৰ্ঘটনাটো। হঠাতে তেওঁ এটা ডাঙৰ শব্দত সাৰ পালে। তেওঁৰ ঘৰ ৰাস্তাৰ কাষত বাবে ওলাই গৈ কেইবাজনো লোকক চাৰিওফালে পৰি থকা দেখা পায়। তেওঁলোক বিষত কাতৰ হৈ আছিল। ৰাস্তাৰ কাষত এখন পিকআপ ভেন আছে। ঘটনাস্থলীলৈ আৰু কেইজনমান গাঁওবাসী আহে।

তেওঁলোক সকলোৱে মিলি উদ্ধাৰ কাৰ্যত হাত দিয়ে। আৰক্ষী আৰু এম্বুলেন্সকো অৱগত কৰা হয়। ঘটনাস্থলীতে কেইবাজনো লোকৰ মৃত্যু হয়। পিছত আৰক্ষীয়ে আহতসকলক উদ্ধাৰ কৰে আৰু তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মৃতদেহবোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।

Tags: Chhattisgarhদুৰ্ঘটনাত নিহত
Share4Tweet3Send

Related Posts

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
National-International

by News Desk
June 16, 2026
50
Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ
National-International

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

by News Desk
June 16, 2026
50
Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎
National-International

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

by News Desk
June 16, 2026
50
Shiv Shivir : ‎পুনৰ বিচ্ছেদৰ পথত উদ্ধৱ থাকৰেৰ ‘শিৱ শিবিৰ’

Five states Election : সময়ৰ আগতেই হোৱাৰ সম্ভাৱনা ৫ ৰাজ্যৰ নিৰ্বাচন : সাজু হ’ল বিজেপি

Caugh Syrup : এতিয়াৰে পৰা কাহৰ চিৰাপ কিনিবলৈ লাগিব প্ৰেছক্ৰিপচন

ADVERTISEMENT
Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
National-International

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

June 16, 2026
50
Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ
National-International

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

June 16, 2026
50
Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎
National-International

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

June 16, 2026
50
Shiv Shivir : ‎পুনৰ বিচ্ছেদৰ পথত উদ্ধৱ থাকৰেৰ ‘শিৱ শিবিৰ’
National-International

Shiv Shivir : ‎পুনৰ বিচ্ছেদৰ পথত উদ্ধৱ থাকৰেৰ ‘শিৱ শিবিৰ’

June 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

June 16, 2026
Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

June 16, 2026
Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

June 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT