ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Morphine Seized I ডিলাইত মৰফিনসহ দুই সৰবৰাহকাৰী আটক

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
February 25, 2023
Reading Time: 1 min read
A A
0

RELATED POSTS

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে কাৰবি আংলং (Karbi Anglong) আৰক্ষীয়ে অসম-নাগালেণ্ড সীমান্তত অভিযান (Operation) চলাই লাভ কৰিছে আন এক বৃহৎ সফলতা ৷ বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ চেষ্টা চলোৱাৰ সময়তে বোকাজান (Bokajan) মহকুমাৰ ডিলাই (Dillai)ত প্ৰায় ৮ কোটি (8 crore) টকাৰ সন্দেহযুক্ত মৰফিনসহ (Morphine) আৰক্ষীৰ জালত পৰে দুই সৰবৰাহকাৰী (2 Supplier)৷

মৰফিন
ডিলাইত মৰফিনসহ দুই সৰবৰাহকাৰী আটক:

প্ৰাপ্ত খবৰ অনুসৰি এক গোপন খবৰৰ ভিত্তিত বোকাজান মহকুমাৰ ডিলাই গেটত চিআৰপিএফ চি২০ এফৰ সহকাৰী কামাণ্ডেণ্ট ৰবি গিল আৰু ডিলাই অচিৰ নেতৃত্বত চিআৰপিএফ আৰু আৰক্ষীৰ দলে এক নাকা তালাচী চলাই ডব্লিউবি ০২ বিই ৩৫০৩ পঞ্জীয়ন নম্বৰৰ মহেন্দ্ৰ এনএক্সটি কে ৮ বাহনৰ পৰা চাৰিটা পলিথিনৰ পেকেটত প্ৰায় ২ কেজি ১৩ গ্ৰাম ওজনৰ সন্দেহযুক্ত মৰফিন উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ মৰফিনখিনি কৌশলগতভাবে চালকৰ আসনৰ দৰ্জাৰ ভিতৰত লুকুৱাই আনিছিল সৰবৰাকাৰীয়ে ৷

এই সন্দৰ্ভত আৰক্ষীয়ে দুটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে৷ সৰবৰাহকাৰী দুটা ক্ৰমে পশ্চিমবংগৰ ২৪ পৰাগানা জিলাৰ বনগাওঁ সিদ্ধুনিল বিশ্বাস (২৫) আৰু তুহিন দে (২৩) বুলি চিনাক্ত কৰা হৈছে৷ আৰক্ষীৰ প্ৰাথমিক জেৰাত সৰবৰাহকাৰী দুটাই মৰফিনখিনি ক’হিমাৰ পৰা আনি পশ্চিমবংগৰ শিলিগুৰিৰ এজন লোকক যোগান ধৰাৰ পৰিকল্পনা আছিল বুলি স্বীকাৰোক্তি দিয়ে৷

ড্ৰাগছখিনি কাৰবি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) নয়নমনি বৰ্মণৰ উপস্থিতিত জব্দ কৰা হয় বুলি জানিব পৰা গৈছে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: DillaiMorphineডিলাইমৰফিন
Share6Tweet4Send

Related Posts

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

by News Desk
September 7, 2026
57
কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন
KARBI ANGLONG

কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন

by News Desk
September 7, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !

by News Desk
September 7, 2026
52
শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল
KARBI ANGLONG

শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল

by ASSAM TIMES POST
September 5, 2026
59
Drugs seized : কাৰ্বি আংলঙৰ খাকৰাজনাত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ জব্দ, আটক সৰবৰাহকাৰী
KARBI ANGLONG

Drugs seized : কাৰ্বি আংলঙৰ খাকৰাজনাত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ জব্দ, আটক সৰবৰাহকাৰী

by News Desk
September 4, 2026
61
ADVERTISEMENT
Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে
Assam

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

September 12, 2026
51
Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ
Assam

Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

September 12, 2026
53
Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪
NORTHEAST

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

September 12, 2026
53
JK terrorist encounter : জম্মু-কাশ্মীৰৰ ডোডাত নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযানত জৈছ সন্ত্ৰাসবাদী নিহত
National-International

JK terrorist encounter : জম্মু-কাশ্মীৰৰ ডোডাত নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযানত জৈছ সন্ত্ৰাসবাদী নিহত

September 12, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

September 12, 2026
Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

September 12, 2026
Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

September 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d