ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Fashion Entertrainment

Jawan I শ্বাহৰুখৰ ‘জৱানʼত বিশেষ চৰিত্ৰত আল্লু অৰ্জুন!

নিউজ ডেস্কঃ

News Desk by News Desk
March 2, 2023
Reading Time: 1 min read
A A
0
Jawan I শ্বাহৰুখৰ ‘জৱানʼত বিশেষ চৰিত্ৰত আল্লু অৰ্জুন!

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

শ্বাহৰুখ খানৰ (Shah Rukh Khan) ব্লকবাষ্টাৰ হিট ছবি ‘পাঠান’। সিদ্ধাৰ্থ আনন্দৰ ছবিখনে (Film) বক্স অফিচ (Box Office) এতিয়াও কঁপাই আছে। তাৰ মাজতে স্বাভাৱিকতে কিং খানৰ আগন্তুক ছবি ‘জৱানʼ (Jawan)লৈ দৰ্শকে আগ্ৰহেৰে বাট চাই আছে। শুনা গৈছে যে দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনক (Allu Arjun) ছবিখনত কেমিঅʼ ৰোলৰ প্ৰস্তাৱ দিয়া হৈছে।

‘জৱানʼ
শ্বাহৰুখৰ ‘জৱানʼ:

কিন্তু এই সন্দৰ্ভত ছবি নির্মাতাই কি কয়? যদি আল্লু অৰ্জুনে সন্মতি দিয়ে তেন্তে এইবাৰ প্ৰথমবাৰৰ বাবে শ্বাহৰুখ আৰু আল্লু অৰ্জুনে একেলগে কাম কৰা দেখা যাব।

‘জৱান’ ছবিত শ্বাহৰুখক লগ কৰিব আল্লু অৰ্জুনে?

চলিত বৰ্ষত মুক্তি পোৱাৰ কথা আছে কিং খানৰ তিনিখন ছবি। তাৰ ভিতৰত ‘পাঠান’ মুক্তি লাভ কৰিছিল জানুৱাৰী মাহত। এই ছবিখনে বক্স অফিচত বিপুল সফলতা লাভ কৰিছে। এতিয়া তেওঁ ‘জৱান’ত ব্যস্ত। দক্ষিণৰ পৰিচালক আটলীৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত কিং খানৰ সৈতে নয়নতৰা আৰু বিজয় ছেঠুপাঠীকো দেখা যাব।

শেহতীয়াকৈ শুনা গৈছিল যে ছাউথৰ তাৰকা আল্লু অৰ্জুনক ‘জৱান’ ছবিত বিশেষ চৰিত্ৰৰ প্ৰস্তাৱ দিয়া হৈছিল। স্বাভাৱিকতে তাৰকা দুগৰাকীৰ অনুৰাগী উত্তেজিত হৈ পৰিছিল। কিন্তু সেই উত্তেজনাত পানী পৰিল!

শেহতীয়া খবৰ অনুসৰি, এই ভূমিকাৰ বাবে আল্লু অৰ্জুনে নাকচ কৰিছে। ঘনিষ্ঠ সূত্ৰৰ মতে, আল্লু অৰ্জুনক এই চৰিত্ৰটোৰ বাবে যোগাযোগ কৰা হৈছিল যদিও তেওঁৰ ব্যস্ততাৰ বাবে তেওঁ এই প্ৰস্তাৱ নাকচ কৰে। শুনা গৈছে যে আল্লু অৰ্জুন বৰ্তমান অতি ব্যস্ত আৰু তেওঁৰ ‘পুষ্পা : দ্য ৰুলʼৰ বাবে সাজু হৈছে। ছবিখনৰ শ্বুটিং চলি আছে। তাৰ লগতে তেওঁ আৰু দুখন ডাঙৰ ছবিৰ শ্বুটিং সম্পূৰ্ণ কৰিব লাগিব বুলিও খবৰ। সূত্ৰ অনুসৰি, তেওঁ ‘জৱানʼৰ চৰিত্ৰটোৰ বিষয়ে কিছু সময় চিন্তা কৰিছিল যদিও সময়ৰ অভাৱত প্ৰস্তাৱটো ঘূৰাই দিয়ে। ফলত এই খবৰে হাজাৰ হাজাৰ অনুৰাগীৰ হৃদয় ভাঙি পেলায়।

ভাইৰেল শ্বাহৰুখৰ ‘জৱান’ লুক

আনহাতে, ‘পাঠান’ ছবিখনৰ সফলতাৰ পিছত কিং খানে পৰৱৰ্তী ছবিখনৰ শ্বুটিঙত নিজৰ দৃষ্টি নিবদ্ধ কৰিছে। চলি আছে ‘জৱানʼৰ শ্বুটিং। গোটেই মুখত বেণ্ডেজ লগোৱা পোষ্টাৰ আগতেই উন্মোচিত হৈছিল। কিছুদিন পূৰ্বে সেই লুকত শ্বুটিং চেটৰ পৰা অভিনেতাজনৰ এখন ছবি ভাইৰেল হৈছিল। ছবিখনত শ্বাহৰুখ খানৰ সমগ্ৰ মুখখন বেণ্ডেজেৰে ঢাকি থোৱা আছে। চকু মেলি, চুলি দীঘল ‘লুকছ’ ওলাইছে।

ছবিখন ভাইৰেল হোৱাৰ লগে লগে অনুৰাগীৰ কমেন্টৰ বন্যা বৈ গৈছে। সকলোৱে উত্তেজিত হৈ পৰিছে। এজন নেটিজেনে মন্তব্য কৰে, ‘কিং এতিয়া ৰৈ নাথাকিব। তেওঁ শ্ৰেষ্ঠ।’
আন এজনে লিখিছে, ‘বাহ পাঠান… এতিয়া জৱান।’

Tags: Allu ArjunJawanShah Rukh Khanআল্লু অৰ্জুনজৱানশ্বাহৰুখ
Share4Tweet3Send

Related Posts

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
50
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
50
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
50
ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :
Entertrainment

ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :

by ASSAM TIMES POST
February 12, 2025
50
ADVERTISEMENT
‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬
National-International

‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

April 26, 2026
50
‎’গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই’I  হোৱাইট হাউচৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ ‎
National-International

‎’গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই’I  হোৱাইট হাউচৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ ‎

April 26, 2026
50
‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?
National-International

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

April 25, 2026
50
Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব
National-International

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

April 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

April 26, 2026
‎’গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই’I  হোৱাইট হাউচৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ ‎

‎’গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই’I  হোৱাইট হাউচৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ ‎

April 26, 2026
‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

April 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx