ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Enforcement Director I লালুৰ পৰিয়ালৰ ঘৰৰ পৰা উদ্ধাৰ ৭০ লাখ টকা, দুই কিলো সোণ, ৯০০ ডলাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
March 11, 2023
Reading Time: 1 min read
A A
0
Enforcement Director I লালুৰ পৰিয়ালৰ ঘৰৰ পৰা উদ্ধাৰ ৭০ লাখ টকা, দুই কিলো সোণ, ৯০০ ডলাৰ

RELATED POSTS

Nagaland girl harassed : দিল্লীত নাগালেণ্ডৰ মহিলাক নিৰ্যাতন, হোটেলৰ পৰা উঠাই নিয়াৰ চেষ্টা

Adult daughter : অভিভাৱকে প্ৰাপ্তবয়স্ক কন্যাক নিজৰ ইচ্ছাৰ বিৰুদ্ধে লগত থাকিবলৈ বাধ্য কৰিব নোৱাৰে: উচ্চ ন্যায়ালয়

Pak spy : পাকিস্তানলৈ তথ্য সৰবৰাহ, ১৩ নৌসেনাৰ জোৱানসহ ১৮ জন সন্দেহৰ তালিকাত; দেশৰ ১০ ৰাজ্যত অভিযান

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

তেজস্বী যাদৱৰ (Tejashwi Yadav) দিল্লী বাসগৃহ (Delhi residence)কে ধৰি দেশৰ বিভিন্ন চহৰত (Different cities in the country) শুকুৰবাৰে চলোৱা অভিযানৰ সময়ত ইডিয়ে (Enforcement Director) হিচাপহীন স্থাৱৰ সম্পত্তি উদ্ধাৰ (Recover) কৰে। এই খবৰ শনিবাৰে কেন্দ্ৰীয় সংগঠনটোৰ এক সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা হৈছে।

লালুৰ পৰিয়াল
লালুৰ পৰিয়ালৰ ঘৰৰ পৰা উদ্ধাৰ ৭০ লাখ টকা:

লালুৰ পুত্ৰ-কন্যাৰ ঘৰৰ পৰা নগদ ৭০ লাখ, ডেৰ কিলোগ্ৰাম সোণৰ গহনা, ৫৪০ গ্ৰাম সোণৰ বাৰ আৰু ৯০০ ডলাৰ (প্ৰায় ৭৩,৮১৬ টকা) উদ্ধাৰ হোৱা বুলি ইডিৰ সূত্ৰৰ উদ্ধৃতি দি এক প্ৰেছ বিজ্ঞপ্তিযোগে দাবী কৰিছে। উল্লেখ্য, দিল্লীত থকা তেজস্বীৰ ঘৰৰ বাহিৰেও শুকুৰবাৰে পাটনা, মুম্বাই, ৰাঞ্চিৰ লালু পৰিয়ালৰ সদস্য আৰু আত্মীয়ৰ ২৪টা ঠিকনাত তালাচী অভিযান চলোৱা বুলি ইডিয়ে প্ৰকাশ কৰে।

উল্লেখ্য, ‘মাটিৰ বিনিময়ত চাকৰি’ (Jobs in exchange for land) গোচৰত সোধা-পোছাৰ বাবে শনিবাৰে চিবিআয়ে আৰজেডি নেতা তথা বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱলৈ জাননী প্ৰেৰণ কৰে। প্ৰথম ইউ পি এ চৰকাৰত (২০০৪-০৯) লালুৱে ৰেʼল মন্ত্ৰী হিচাপে থকা কালত বিহাৰৰ বহু যুৱকক ভূমিৰ বিনিময়ত ৰেʼলৱেৰ ‘গ্ৰুপ ডি’ পদত নিযুক্তি দিয়া বুলি অভিযোগ উঠিছে। এই ঘটনাত লালুৰ পত্নী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাৱৰি দেৱী আৰু তেওঁলোকৰ দুই কন্যা মিছা আৰু হেমা অভিযুক্ত।

২২ অক্টোবৰত চিবিআয়ে লালু প্ৰসাদ, ৰাৱৰি আৰু তেওঁলোকৰ দুই কন্যা মিছা ভাৰতী আৰু হেমা যাদৱৰ বিৰুদ্ধে ‘কৰ্মৰ বাবে মাটি’ দুৰ্নীতিৰ গোচৰত অভিযোগনামা দাখিল কৰে। সেই চাৰ্জ শ্বীটত লালুৰ ঘনিষ্ঠ আন ১২ জন লোকৰ নাম আছে। অৱশ্যে আৰজেডি, কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে নৰেন্দ্ৰ মোদী চৰকাৰে কেন্দ্ৰীয় সংস্থাসমূহ ব্যৱহাৰ কৰি লালুৰ পৰিয়ালক হাৰাশাস্তি কৰা বুলি অভিযোগ উত্থাপন কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: LaluRaidঅভিযানলালু
Share4Tweet3Send

Related Posts

Nagaland girl harassed : দিল্লীত নাগালেণ্ডৰ মহিলাক নিৰ্যাতন, হোটেলৰ পৰা উঠাই নিয়াৰ চেষ্টা
National-International

by News Desk
October 7, 2026
50
Adult daughter : অভিভাৱকে প্ৰাপ্তবয়স্ক কন্যাক নিজৰ ইচ্ছাৰ বিৰুদ্ধে লগত থাকিবলৈ বাধ্য কৰিব নোৱাৰে: উচ্চ ন্যায়ালয়
National-International

Adult daughter : অভিভাৱকে প্ৰাপ্তবয়স্ক কন্যাক নিজৰ ইচ্ছাৰ বিৰুদ্ধে লগত থাকিবলৈ বাধ্য কৰিব নোৱাৰে: উচ্চ ন্যায়ালয়

by News Desk
October 7, 2026
50
Pak spy : পাকিস্তানলৈ তথ্য সৰবৰাহ, ১৩ নৌসেনাৰ জোৱানসহ ১৮ জন সন্দেহৰ তালিকাত; দেশৰ ১০ ৰাজ্যত অভিযান
National-International

Pak spy : পাকিস্তানলৈ তথ্য সৰবৰাহ, ১৩ নৌসেনাৰ জোৱানসহ ১৮ জন সন্দেহৰ তালিকাত; দেশৰ ১০ ৰাজ্যত অভিযান

by News Desk
October 7, 2026
50
Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
National-International

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

by News Desk
October 6, 2026
51
Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক
Artificial Intelligence

Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক

by News Desk
October 6, 2026
51
Delhi Police controversy : যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত কৰিলে দিল্লী চৰকাৰে
National-International

Delhi Police controversy : যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত কৰিলে দিল্লী চৰকাৰে

by News Desk
October 6, 2026
51
ADVERTISEMENT
Nagaland girl harassed : দিল্লীত নাগালেণ্ডৰ মহিলাক নিৰ্যাতন, হোটেলৰ পৰা উঠাই নিয়াৰ চেষ্টা
National-International

Nagaland girl harassed : দিল্লীত নাগালেণ্ডৰ মহিলাক নিৰ্যাতন, হোটেলৰ পৰা উঠাই নিয়াৰ চেষ্টা

October 7, 2026
50
Lovlina Borgohain : লাভলীনালৈ অসম চৰকাৰৰ উপহাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি
Guwahati

Bharat Sankalp Seva : ডিফুত বিজেপি’ৰ বিকশিত ভাৰত সংকল্প সেৱা জ্যোতি কলহ যাত্ৰা
DIPHU

Bharat Sankalp Seva : ডিফুত বিজেপি’ৰ বিকশিত ভাৰত সংকল্প সেৱা জ্যোতি কলহ যাত্ৰা

October 7, 2026
50
Adult daughter : অভিভাৱকে প্ৰাপ্তবয়স্ক কন্যাক নিজৰ ইচ্ছাৰ বিৰুদ্ধে লগত থাকিবলৈ বাধ্য কৰিব নোৱাৰে: উচ্চ ন্যায়ালয়
National-International

Adult daughter : অভিভাৱকে প্ৰাপ্তবয়স্ক কন্যাক নিজৰ ইচ্ছাৰ বিৰুদ্ধে লগত থাকিবলৈ বাধ্য কৰিব নোৱাৰে: উচ্চ ন্যায়ালয়

October 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nagaland girl harassed : দিল্লীত নাগালেণ্ডৰ মহিলাক নিৰ্যাতন, হোটেলৰ পৰা উঠাই নিয়াৰ চেষ্টা

Nagaland girl harassed : দিল্লীত নাগালেণ্ডৰ মহিলাক নিৰ্যাতন, হোটেলৰ পৰা উঠাই নিয়াৰ চেষ্টা

October 7, 2026
Lovlina Borgohain : লাভলীনালৈ অসম চৰকাৰৰ উপহাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি

Lovlina Borgohain : লাভলীনালৈ অসম চৰকাৰৰ উপহাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি

October 7, 2026
Bharat Sankalp Seva : ডিফুত বিজেপি’ৰ বিকশিত ভাৰত সংকল্প সেৱা জ্যোতি কলহ যাত্ৰা

Bharat Sankalp Seva : ডিফুত বিজেপি’ৰ বিকশিত ভাৰত সংকল্প সেৱা জ্যোতি কলহ যাত্ৰা

October 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d