ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Forest Department I কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ বনবিভাগত বিয়াগোম নিয়োগ কেলেংকাৰী

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
March 11, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ (Karbi Anglong Autonomous Council) বনবিভাগত (Forest Department) বিয়াগোম নিযুক্তি কেলেংকাৰী (Recruitment scam) সংঘটিত হৈছে৷ এই নিযুক্ত কেলেংকাৰীৰ সৈতে নাম সাঙুৰ খাইছে বনকৰ্মী সাধনা তিমুঙপী আৰু এলড্ৰিন পাটৰ নামৰ এগৰাকী ব্যক্তিৰ ৷ 

বনবিভাগ
বনবিভাগত বিয়াগোম নিয়োগ কেলেংকাৰী:

মাষ্টাৰ ৰোল, কেজুৱেল আৰু ফৰেষ্ট গাৰ্ড পদৰ নিযুক্তিৰ ক্ষেত্ৰত এই কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তুলিছে ১৬৪ গৰাকী প্ৰতাৰিত প্ৰাৰ্থীয়ে।২০২১ চনৰ ২৯ জুনত জিলা মুখ্য বন সংৰক্ষকৰ কাৰ্যালয়ৰ পৰা এম আৰ, কেজুৱেল আৰু ফৰেষ্ট গাৰ্ড পদৰ বাবে মুঠ ১৬৩ গৰাকী চাকৰি প্ৰাৰ্থীক দুয়োখন পাৰ্বত্য জিলাৰ বিভিন্ন স্থানত নিযুক্তি প্ৰদান কৰা হৈছিল ৷

চাকৰি প্ৰাৰ্থীসকলে নিজ নিজ কৰ্মস্থলীত যোগদান কৰিবলৈ গৈ এই নিযুক্তি পত্ৰ ভুৱা বুলি গম পায়৷ ইয়াৰ পিছতেই হাহাকাৰ লাগে এই ১৬৩ গৰাকী নিবনুৱা যুৱক-যুৱতীৰ মাজত ৷কাৰণ অভিযোগ অনুসৰি নিযুক্তি পোৱা প্ৰতি গৰাকী চাকৰি প্ৰাৰ্থীয়েই ১ৰ পৰা, ৭ লাখলৈকে মধ্যভোগীক প্ৰদান কৰিছিল ধনৰ টোপোলা ৷

এই প্ৰাৰ্থীসকলৰ পৰা ধন সংগ্ৰহ কৰা মধ্যভোগী (Middileman) কেইগৰাকীৰ নাম চাকৰি প্ৰাৰ্থীসকলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে৷ ইয়াৰে মূল অভিযুক্ত ৰূপে এলড্ৰিণ পাটৰ (Aldrin Patar) নামৰ লোকজনক চিহ্নিত কৰিছে৷

ForestP3 | ASSAM TIMES POST

এই এলড্ৰিণ পাটৰে বিগত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ধনশিৰি পৰিষদীয় সমষ্টিৰ পৰা নিৰ্দলীয়ৰূপে অৱতীৰ্ণ হৈ পৰাজিত হৈছিল ৷ আনহাতে সাধনা তিমুঙপী নামৰ এগৰাকী ফৰেষ্টাৰৰ বিৰুদ্ধেও ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে৷ সেয়ে প্ৰতাৰিত প্ৰাৰ্থীসকলে শীঘ্ৰে নিযুক্তি দিয়া অন্যথা তেওঁলোকৰ পৰা লোৱা ধন ঘূৰাই দিবলৈ দাবী জনাইছে ৷

উল্লেখযোগ্য যে এইলৈ যোৱা ১২ জানুৱাৰীত কাৰবি আংলং বনবিভাগৰ মুখ্য বন সংৰক্ষক এছ এছ ৰাওৰ কাৰ্যালয়ত প্ৰতাৰিত প্ৰাৰ্থীসকলে মুখ্য বন সংৰক্ষকক এক স্মাৰক পত্ৰও অৰ্পন কৰিছিল৷

Tags: KAACscamকাৰবি আংলং স্বায়ত্তশাসিত পৰিষদকেলেংকাৰী
Share4Tweet3Send

Related Posts

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

by Staff Reporter
June 11, 2026
50
Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান
KARBI ANGLONG

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

by News Desk
June 10, 2026
50
ADVERTISEMENT
Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে
National-International

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
50
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ
National-International

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
50
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎
National-International

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

‎আত্মৰক্ষা আৰু আক্ৰমণ দুয়োটাৰে বাবে সাজু ইজৰাইল

June 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx