ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

Amir Khan Birthday! চহৰৰ পৰা আঁতৰত নীৰৱে জন্মদিন উদযাপন আমিৰ খানৰ

মনোৰঞ্জনঃ

Staff Reporter by Staff Reporter
March 14, 2023
Reading Time: 1 min read
A A
0
Amir Khan Birthday! চহৰৰ পৰা আঁতৰত নীৰৱে জন্মদিন উদযাপন আমিৰ খানৰ

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

আমিৰ খানৰ (Amir Khan) জন্মদিন। আজি ১৪ মাৰ্চত তেওঁৰ বয়স ৫৭ বছৰ। প্ৰতি বছৰে এই দিনটোৰ বাবে অপেক্ষা কৰে ‘মি: পাৰফেক্সনিষ্ট’ (Mr. Perfectionist)। এইবাৰ ইয়াৰ ব্যতিক্ৰম। খবৰ অনুযায়ী, তেওঁ জন্মদিন পালন নকৰে।

Amir Khan
Amir Khan Birthday Celebration

বলীউডতো শুনা গৈছে যে ‘লাল সিং চাদা’ (Lal Singh Chaddha) ৰ ব্যৰ্থতাই তেওঁক এতিয়াও খেদি ফুৰিছে। তেওঁ একো পাহৰিব পৰা নাই। যাৰ বাবেই চাগে এইবাৰৰ জন্মদিন উদযাপনহীন। উদযাপনৰ পৰা আঁতৰি থাকিবলৈ তেওঁ চহৰৰ বাহিৰলৈ যোৱাৰ কথাও জনা যায়। জন্মদিনৰ পিছত ঘূৰি আহিব।

প্ৰতি বছৰে ১৪ মাৰ্চৰ ছবিখন বেলেগ হয়। আমিৰে নিজৰ জন্মদিনটো ঘনিষ্ঠ মানুহৰ লগত উদযাপন কৰি ভালপায়। মাতৃৰ ৰন্ধা খাই ভালপায়। আজিৰ দিনটোত তেওঁ কৰ্মৰ পৰা ছুটী লয়। মাকৰ ওচৰলৈ গৈ খোৱা-লোৱা কৰি ঘৰলৈ উভতি আহে।

তাৰ পিছত কেক কটাৰ পৰ্যায়। আজিৰ দিনটোতে অভিনেতাগৰাকীয়ে সকলোৰে লগত দেখা কৰে। কেক কাটি তেওঁ নিজ হাতেৰে সকলোকে কেক পৰিবেশনো কৰে। সেই সকলোবোৰ এই বছৰ বন্ধ।

Tags: Amir Khan
Share4Tweet3Send

Related Posts

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে
Entertainment

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

by News Desk
January 19, 2026
50
Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ
Entertainment

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

by News Desk
March 21, 2025
50
Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ
Entertainment

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

by News Desk
March 21, 2025
50
Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে
Entertainment

Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে

by News Desk
January 2, 2025
50
Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ
Entertainment

Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ

by News Desk
December 13, 2024
50
Allu Arjun Arrested : ‘পুষ্পা ২’ প্ৰিমিয়াৰত পদপিষ্টৰ ঘটনাত গ্ৰেপ্তাৰ আল্লু অৰ্জুন
Entertainment

Allu Arjun Arrested : ‘পুষ্পা ২’ প্ৰিমিয়াৰত পদপিষ্টৰ ঘটনাত গ্ৰেপ্তাৰ আল্লু অৰ্জুন

by News Desk
December 13, 2024
50
ADVERTISEMENT
Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে
National-International

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
50
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ
National-International

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
50
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎
National-International

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

‎আত্মৰক্ষা আৰু আক্ৰমণ দুয়োটাৰে বাবে সাজু ইজৰাইল

June 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx