ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Road Accident I মুগকুছি চ’কত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাঃ কথমপি ৰক্ষা ৬ বছৰীয়া এটি শিশু, থিতাতে নিহত পিতৃ-মাতৃ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 27, 2023
Reading Time: 1 min read
A A
0
Road Accident I মুগকুছি চ’কত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাঃ কথমপি ৰক্ষা ৬ বছৰীয়া এটি শিশু, থিতাতে নিহত পিতৃ-মাতৃ

RELATED POSTS

Assam 30th October blast : অভিশপ্ত ৩০ অক্টোবৰ, ১৮ বছৰ পাছতো সজীৱ শোকৰ ছাঁ, আজিও কঁপি উঠে অসমীয়াৰ বুকু

Silchar-Guwahati passenger : শিলচৰ-গুৱাহাটী পেচেঞ্জাৰ ৰে’লৰ ইঞ্জিন লাইনচ্যুত

Human-elephant conflict : তামুলপুৰ ভূটান সীমান্তত ভয়ংকৰ ৰূপত হাতী-মানুহৰ সংঘাত

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

যোৱা নিশা হাজো-নলবাৰী (Hajo-Nalbari) পথস্থিত মুগকুছি চ’কত (Mugkuchi Chowk) সংঘটিত এক পথ দুৰ্ঘটনাত (Road Accident) থিতাতে নিহয় এহাল দম্পতী। দৈৱক্ৰমে বাচি যায় যদিও গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় এটি ৬ বছৰীয়া শিশু।

Road Accident
মুগকুছি চ’কত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা:

জানিব পৰা মতে, নলবাৰী চহৰৰ পৰা গুৱাহাটী অভিমুখী AS 01EZ 4055 নম্বৰৰ বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই বালাকুছি চ’কৰ এডাল প্ৰকাণ্ড গছত খুন্দা মাৰে যাৰ ফলত সঞ্জয় শৰ্মা আৰু তেওঁৰ পত্নী মানসী শৰ্মাৰ থিতাতে মৃত্যু হয়।

নলবাৰীৰ বগলচৰোড চ’ক সমীপৰ অময়াপুৰ গাঁৱৰ নিবাসী সঞ্জয় শৰ্মাই পত্নী, শিশু পুত্ৰ সহিতে নিজৰ চাৰিচকীয়া বাহন খনেৰে নলবাৰীত ভাড়াতীয়া হিচাবে থকা শাহুয়েকৰৰ ঘৰত নিশা ভাত-পানী খাই নিজ গৃহ অভিমুখে গৈ থকা অৱস্থাত এই দুৰ্ঘটনাটো সংঘটিত হয়।

ইপিনে দুৰ্ঘটনাগ্ৰস্ত বাহনখনে গছত প্ৰচণ্ড খুন্দা মৰা বিকট শব্দ শুনিবলৈ পাই একাংশ স্থানীয় ৰাইজ ঘটনাস্থলীকৈ আহি দুৰ্ঘটনাতগ্ৰস্ত বাহন খনৰ তলা বন্ধ দৰ্জাখনক লোৰ চিপাঙেৰে ভাঙি গাড়ীৰ ভিতৰৰ পৰা থকা শিশুটোক উদ্ধাৰ কৰি তিনিজনকে চিকিৎসালয়ত ভৰ্তি কৰাৰ ব্যৱস্থা কৰে যদিও স্বামী-স্ত্ৰীৰ মৃত্যু হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Road Accident
Share4Tweet3Send

Related Posts

Assam 30th October blast : অভিশপ্ত ৩০ অক্টোবৰ, ১৮ বছৰ পাছতো সজীৱ শোকৰ ছাঁ, আজিও কঁপি উঠে অসমীয়াৰ বুকু
Assam

by News Desk
October 30, 2026
50
Silchar-Guwahati passenger : শিলচৰ-গুৱাহাটী পেচেঞ্জাৰ ৰে’লৰ ইঞ্জিন লাইনচ্যুত
Assam

Silchar-Guwahati passenger : শিলচৰ-গুৱাহাটী পেচেঞ্জাৰ ৰে’লৰ ইঞ্জিন লাইনচ্যুত

by News Desk
October 29, 2026
51
Human-elephant conflict : তামুলপুৰ ভূটান সীমান্তত ভয়ংকৰ ৰূপত হাতী-মানুহৰ সংঘাত
Assam

Human-elephant conflict : তামুলপুৰ ভূটান সীমান্তত ভয়ংকৰ ৰূপত হাতী-মানুহৰ সংঘাত

by News Desk
October 28, 2026
51
Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ
Assam

Child marriage : বাল্যবিবাহ বিৰোধী অভিযানত কাছাৰত গ্ৰেপ্তাৰ ২৭ জন

by News Desk
October 28, 2026
52
Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ
Assam

Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ

by News Desk
October 27, 2026
51
Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ
Assam

Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ

by News Desk
October 26, 2026
51
ADVERTISEMENT
Uttarakhand Copter crash : বদ্ৰীনাথৰ পৰা ৫ যাত্ৰী লৈ যোশীমঠলৈ উভতাৰ পথত হেলিকপ্টাৰ দুৰ্ঘটনা
National-International

Joshimath copter crashed : যোশীমঠৰ সমীপত হেলিকপ্টাৰ দুৰ্ঘটনাত ৬ জনৰ মৃত্যু, উত্তৰাখণ্ডত ১০ বছৰত ১৩টা দুৰ্ঘটনাত ২৭ জনৰ মৃত্যু

October 30, 2026
50
Assam 30th October blast : অভিশপ্ত ৩০ অক্টোবৰ, ১৮ বছৰ পাছতো সজীৱ শোকৰ ছাঁ, আজিও কঁপি উঠে অসমীয়াৰ বুকু
Assam

Assam 30th October blast : অভিশপ্ত ৩০ অক্টোবৰ, ১৮ বছৰ পাছতো সজীৱ শোকৰ ছাঁ, আজিও কঁপি উঠে অসমীয়াৰ বুকু

October 30, 2026
50
Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

Mock Parliament : শেষ মুহূৰ্তত স্থগিত জ্ঞানেশ কুমাৰৰ অপসাৰণত আয়োজন কৰা ‘নকল সংসদ’
National-International

Mock Parliament : শেষ মুহূৰ্তত স্থগিত জ্ঞানেশ কুমাৰৰ অপসাৰণত আয়োজন কৰা ‘নকল সংসদ’

October 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Uttarakhand Copter crash : বদ্ৰীনাথৰ পৰা ৫ যাত্ৰী লৈ যোশীমঠলৈ উভতাৰ পথত হেলিকপ্টাৰ দুৰ্ঘটনা

Joshimath copter crashed : যোশীমঠৰ সমীপত হেলিকপ্টাৰ দুৰ্ঘটনাত ৬ জনৰ মৃত্যু, উত্তৰাখণ্ডত ১০ বছৰত ১৩টা দুৰ্ঘটনাত ২৭ জনৰ মৃত্যু

October 30, 2026
Assam 30th October blast : অভিশপ্ত ৩০ অক্টোবৰ, ১৮ বছৰ পাছতো সজীৱ শোকৰ ছাঁ, আজিও কঁপি উঠে অসমীয়াৰ বুকু

Assam 30th October blast : অভিশপ্ত ৩০ অক্টোবৰ, ১৮ বছৰ পাছতো সজীৱ শোকৰ ছাঁ, আজিও কঁপি উঠে অসমীয়াৰ বুকু

October 30, 2026
Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

October 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d