ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Arunachal wine I বোকাজানৰ শান্তিপুৰত অবৈধ অৰুণাচলী সুৰাৰ ট্ৰাক জব্দ

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
March 30, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

বিগত জানুৱাৰী মাহত অৰুণাচলৰ কুখ্যাত সুৰা(Arunachal wine)মাফিয়া অজয় ৰঞ্জন মহাৰাজক কাৰবি আংলং জিলা আৰক্ষীয়ে আটক কৰাৰ পাছতেই অসমৰ মাজেৰে অবৈধ অৰুণাচলৰ সুৰাৰ সৰবৰাহ কিছু পৰিমানে স্তিমিত হব বুলি আশা প্ৰকাশ কৰা হৈছিল যদিও দিন বাগৰাৰৰ লগে লগে অৰুণাচলৰ সুৰা সৰবৰাহ চক্ৰ অধিক শক্তিশালীহে হৈ উঠিছে ৷ সুৰা নিষিদ্ধ ৰাজ্য মণিপুৰ আৰু নাগালেণ্ডত অবৈধ বাবে সুৰাৰ এখন ৰমৰমীয়া বজাৰ গঢ়লৈ উঠিছে ৷

বোকাজান
বোকাজানৰ শান্তিপুৰত অবৈধ অৰুণাচলী সুৰাৰ ট্ৰাক জব্দ:

এই বজাৰত সুৰাৰ দৰ অত্যাধিক হোৱাৰ বাবেই অসাধু সুৰা ব্যৱসায়ীয়ে অসমতকৈ বহুগুণে কম মূল্যৰ অৰুণাচলৰ সুৰা অসমৰ মাজেৰে মণিপুৰ -নাগালেণ্ডলৈ ব্যাপক মুনাফা আদায় কৰি আহিছে ৷ সুৰামুক্ত মণিপুৰ- নাগালেণ্ডলৈ যিকোনো প্ৰকাৰে অৰুণাচলৰ সুৰা সৰবৰাহ অব্যাহত ৰাখিছে দুষ্ট চক্ৰই ৷ যোৱা ২৬ মাৰ্চ তাৰিখে বোকাজান মহকুমাৰ শান্তিপুৰ- বৰপথাৰ আৰক্ষী থানাত চিমেণ্টৰ বেগৰ তলত লুকুৱাই অনা অৱস্থাত এখন অৰুণাচলৰ সুৰা ভৰ্তি ট্ৰাক আৰক্ষীয়ে জব্দ কৰাৰ পাছতে আজি পুণৰ এক ট্ৰাক অৰুণাচলৰ সুৰা জব্দ কৰে বৰপথাৰ আৰক্ষীয়ে ৷

অৰুণাচলৰ সুৰা সৰবৰাহৰ খবৰ লাভ কৰি বৰপথাৰ আৰক্ষী থানাৰ আৰক্ষীয়ে আজি পুৱাই খাকৰাজান স্থিত আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত প্ৰতিখন বাহনত ব্যাপক তালাচী অভিযান চলায় ৷ তেনে সময়তে গুৱাহাটীৰ পৰা আলু-পিয়াজ কঢ়িয়াই অনা এন এল ০১ এচি ৪৬৬৫ নম্বৰৰ ট্ৰাকখনত তালাচী চলাই আলু-পিয়াজৰ বস্তাৰে ঢাকি অনা অৱস্থাত ৭৬১ কাৰ্টুন অৰুণাচলৰ সুৰা জব্দ কৰে ৷ সৰবৰাহকাৰীয়ে সুৰাৰ কাৰ্টুনৰ ওপৰত ১০৪ বস্তা আলু আৰু ৫২ বেগ পিয়াঁজৰ বস্তা দি জাপি আনিছিল যদিও বৰপথাৰ আৰক্ষীৰ নিচ্ছিদ্ৰ পহৰাৰ বাবেই সুৰা সমূহ সৰবৰাহ কৰাত ব্যৰ্থ হয় ৷

সুৰা সমূহ সৰবৰাহকাৰীয়ে ইম্ফললৈ সৰবৰাহৰ চেষ্টা কৰিছিল ৷ আৰক্ষীয়ে ট্ৰাকখনৰ চালক শুৱালকুছিৰ আশ্ৰফী ৰায়ক আটক কৰিছে ৷ তাতপৰ্যপূৰ্ণ কথা যে, পূৰ্বতে অবৈধ সুৰা সৰবৰাহকাৰীয়ে অৰুণাচলৰ নাহৰলগুন, বান্দৰদোৱাৰ পৰা মণিপুৰ-নাগালেণ্ডলৈ অৰুণাচলী সুৰা সৰবৰাহ কৰিছিল যদিও এইবাৰ অৰুণাচলৰ সুৰাৰ সৰবৰাহ কৰা হৈছে গুৱাহাটীৰ পৰা ৷

ট্ৰাক চালকজনে প্ৰকাশ কৰা মতে গুৱাহাটীৰ লখৰাৰ এটা পাৰ্কিঙত সুৰা সমূহ ট্ৰাক খনত উঠোৱা হৈছিল ৷ ট্ৰাকখনত উঠাবৰ বাবে কোনো এক গোপন স্থানৰ পৰা এখন ৪০৭ বাহনত দুবাৰকৈ অনা হৈছিল সুৰা সমূহ ৷ বৰপথাৰ আৰক্ষীয়ে আজি জব্দ কৰা সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় ১৭ লাখ টকা হব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷

Tags: অবৈধ অৰুণাচলী সুৰাৰ ট্ৰাক জব্দবোকাজানৰ শান্তিপুৰত
Share4Tweet3Send

Related Posts

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
ADVERTISEMENT
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য
National-International

Ram Mandir controversy । ৰাম মন্দিৰৰ চুৰিকাণ্ডত উত্তৰ প্ৰদেশ চৰকাৰ আৰু ট্ৰাষ্টলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ, এছআইটিৰ পৰা ৰিপ’ৰ্ট তলব

July 14, 2026
50
Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক
National-International

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

July 14, 2026
50
Rajya Sabha Elections I ২৭ ফেব্ৰুৱাৰীত ৫৬ খন ৰাজ্যসভা আসনৰ নিৰ্বাচন
National-International

Rajya Sabha I আৰু মাত্ৰ ৬ সাংসদ, চাৰি দশকৰ পাছত পুনৰ ৰাজ্যসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিয়ে

July 14, 2026
50
Tragic Pilgrimage: School Trip to India Marred by Illness and Loss :
National-International

Indian Railway I ৰে’লৱেৰ ১০০০ হেক্টৰোধিক ভূমি বেদখল

July 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য

Ram Mandir controversy । ৰাম মন্দিৰৰ চুৰিকাণ্ডত উত্তৰ প্ৰদেশ চৰকাৰ আৰু ট্ৰাষ্টলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ, এছআইটিৰ পৰা ৰিপ’ৰ্ট তলব

July 14, 2026
Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

July 14, 2026
Rajya Sabha Elections I ২৭ ফেব্ৰুৱাৰীত ৫৬ খন ৰাজ্যসভা আসনৰ নিৰ্বাচন

Rajya Sabha I আৰু মাত্ৰ ৬ সাংসদ, চাৰি দশকৰ পাছত পুনৰ ৰাজ্যসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিয়ে

July 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx