ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Milk war hots up in Karnataka! কৰ্ণাটকত বৰ্জনৰ আহ্বান ‘আমুল’ গাখীৰ, নিৰ্বাচনৰ পূৰ্বে ৰাজনীতি তুংগত

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 10, 2023
Reading Time: 1 min read
A A
0
Milk war hots up in Karnataka! কৰ্ণাটকত বৰ্জনৰ আহ্বান ‘আমুল’ গাখীৰ, নিৰ্বাচনৰ পূৰ্বে ৰাজনীতি তুংগত

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ

Karnataka Govt. : কৰ্ণাটকত কংগ্ৰেছৰ নাটক : শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে প্ৰিয়ংকাই

Grenade attack : মহিলা থানা লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিকল্পনা : ২ পাকিস্তানী নাগৰিকসহ ৯ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল

নিৰ্বাচনমুখী কৰ্ণাটকত (Karnataka) দুগ্ধ-যুদ্ধ শিখৰত উপনীত হৈছে। ইতিমধ্যে তাত ৰাজনীতিৰ ৰং লাগিছে । এইবাৰ কৰ্ণাটকৰ হোটেল মালিক সন্থাই ঘোষণা কৰে যে তেওঁলোকে কৰ্ণাটকৰ চৰকাৰী গাখীৰ আঁচনি ‘নন্দিনী’ৰ (Nandini)  গাখীৰ ব্যৱহাৰ কৰিব। সংগঠনটোৱে আমুল বৰ্জনৰ আহ্বান জনাইছে। উল্লেখ্য, ১০ মেʼত কৰ্ণাটকত বিধানসভা নিৰ্বাচন। তাৰ আগতে কৰ্ণাটকৰ গাখীৰক লৈ কাজিয়াই চৰম সীমাত উপনীত হয়। হঠাৎ নৰেন্দ্ৰ মোডী (Narendra Modi), অমিত শ্বাহৰ (Amit Shah) গুজৰাট হৈ পৰিছে কৰ্ণাটকৰ নিৰ্বাচনত সৰ্ববৃহৎ ইছ্যু।

Milk Company

এই গোলমালৰ সূত্ৰপাতহয় গুজৰাটৰ ৰেডিকেল ডেইৰী কোম্পানীৰ এটা বিজ্ঞাপনত। আমুলে (Amul) কয় যে তেওঁলোকে বাংগালুৰুত অনলাইন গাখীৰ ডেলিভাৰী আৰম্ভ কৰিবলৈ ওলাইছে। কৰ্ণাটকৰ নিজা গাখীৰ সংস্থা ‘কৰ্ণাটক মিল্ক ফেডাৰেচন’-এ (Karnataka Milk Fedaration) (কে এম এফ) ষড়যন্ত্ৰৰ গোন্ধ পায়। কিয়নো তেওঁলোকৰ এটা ব্ৰেণ্ড ‘নন্দিনী’য়ে সমগ্ৰ কৰ্ণাটকতে ব্যাপক ব্যৱসায় কৰি আছে।

গুজৰাটৰ দুগ্ধ কোম্পানী আমুলক একচেটিয়া অধিকাৰ দিবলৈ বিজেপিয়ে নন্দিনীক আমুলৰ লগত মিহলাই দিয়াৰ পৰিকল্পনা কৰা বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছ, জেডিএছ-এ। তেতিয়াৰ পৰাই আমুলৰ গাখীৰক লৈ ৰাজ্যত অশান্তিৰ সৃষ্টি হৈছে। কানাড়া ৰাজনীতিবিদৰ এটা অংশই অমিত শ্বাহক এই সন্দৰ্ভত হস্তক্ষেপ কৰিবলৈ আহ্বান জনায়। তেওঁলোকৰ দাবী, শ্বাহে কৰ্ণাটকত গণভোট কৰক। চাওক নন্দিনীক কিমান মানুহে ভোট দিয়ে।

এই দিশত এই ঘটনাক কেন্দ্ৰ কৰি ছচিয়েল মিডিয়াত পোষ্টৰ বান উঠিছে। টুইটাৰত ট্ৰেণ্ড চলিল বয়কট আমুল আৰু গো-বেক আমুল হেজটেগ। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই (Siddaramaiah) ৰাজ্যবাসীক আমুলৰ দ্বাৰা নিৰ্মিত সকলো সামগ্ৰী বৰ্জন কৰিবলৈ আহ্বান জনায়।

তেওঁ কয়, “হিন্দী চপাই দিয়াৰ মাজতে হিন্দী আগ্ৰাসনৰ পিছত এইবাৰ বিজেপি চৰকাৰে দুগ্ধ ব্যৱসায়ৰ কাম গুজৰাট কোম্পানীক গতাই দিব বিচাৰিছে। নন্দিনীয়ে লাখ লাখ লোকক খাদ্য যোগান ধৰে। গুজৰাট কোম্পানীক একচেটিয়া অধিকাৰ দিলে সেই মানুহবোৰে কি কৰিব!”

শেহতীয়াকৈ কৰ্ণাটকত ‘ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষ’ক (এফ এছ এছ এ আই) তুলাধূনা দিয়া হয়। কাৰণ FSSAI-এ ফৰমান জাৰি কৰিছিল, নন্দিনীৰ দৈৰ পেকেটত ‘দহি’ শব্দটো লিখিব লাগিব৷

ইয়াৰ পিছত বিভিন্ন কানাড়া গোটে হিন্দী জাপি দিয়াৰ অভিযোগ উত্থাপন কৰে। ব্যাপক প্ৰতিবাদৰ সন্মুখত এফ এছ এছ এ আইয়ে এই নিৰ্দেশ প্ৰত্যাহাৰ কৰে। ইয়াৰ পিছত আমুলৰ বিজ্ঞাপনটোৱে এবাৰতে উত্তেজনা আৰু বৃদ্ধি কৰিলে। গাখীৰৰ এই প্ৰতিবাদৰ কি প্ৰভাৱ পৰিব ইভিএমৰ ওপৰত? শাসক, বিৰোধী দুয়ো পক্ষৰ এতিয়া সেয়াই অঙ্ক।

Tags: Karnataka
Share4Tweet3Send

Related Posts

Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ
National-International

by News Desk
May 26, 2026
50
Karnataka Govt. : কৰ্ণাটকত কংগ্ৰেছৰ নাটক : শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে প্ৰিয়ংকাই
National-International

Karnataka Govt. : কৰ্ণাটকত কংগ্ৰেছৰ নাটক : শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে প্ৰিয়ংকাই

by News Desk
May 26, 2026
50
Grenade attack : মহিলা থানা লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিকল্পনা : ২ পাকিস্তানী নাগৰিকসহ ৯ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল
National-International

Grenade attack : মহিলা থানা লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিকল্পনা : ২ পাকিস্তানী নাগৰিকসহ ৯ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল

by News Desk
May 26, 2026
50
AIADMK MLA : ‎এআইএডিএমকেলৈ আন এক আঘাত : চতুৰ্থজন বিধায়কৰ পদত্যাগ, টিভিকেত যোগদান কৰিবলৈ সাজু

‎Israeli airstrike : ইজৰাইলৰ বিমান আক্ৰমণত গাজাত ৭ পেলেষ্টাইনী নিহত

Amit Shah : অনুপ্ৰৱেশৰ বাবে জনগাঁথনিৰ ওপৰত প্ৰভাৱ অধ্যয়ন কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ কমিটী গঠন

ADVERTISEMENT
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

May 26, 2026
50
Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ
National-International

Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ

May 26, 2026
50
Karnataka Govt. : কৰ্ণাটকত কংগ্ৰেছৰ নাটক : শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে প্ৰিয়ংকাই
National-International

Karnataka Govt. : কৰ্ণাটকত কংগ্ৰেছৰ নাটক : শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে প্ৰিয়ংকাই

May 26, 2026
50
Grenade attack : মহিলা থানা লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিকল্পনা : ২ পাকিস্তানী নাগৰিকসহ ৯ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল
National-International

Grenade attack : মহিলা থানা লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিকল্পনা : ২ পাকিস্তানী নাগৰিকসহ ৯ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল

May 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

May 26, 2026
Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ

Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ

May 26, 2026
Karnataka Govt. : কৰ্ণাটকত কংগ্ৰেছৰ নাটক : শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে প্ৰিয়ংকাই

Karnataka Govt. : কৰ্ণাটকত কংগ্ৰেছৰ নাটক : শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে প্ৰিয়ংকাই

May 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT