ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

বেজীৰ আগৰ সমান মাটিও কোনেও দখল কৰিব নোৱাৰে! অৰুণাচলত গৈ চীনক প্ৰত্যাহ্বান অমিত শ্বাহৰ

নিউজ ডেস্কঃ

News Desk by News Desk
April 10, 2023
Reading Time: 1 min read
A A
0
বেজীৰ আগৰ সমান মাটিও কোনেও দখল কৰিব নোৱাৰে! অৰুণাচলত গৈ চীনক প্ৰত্যাহ্বান অমিত শ্বাহৰ

RELATED POSTS

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

চীন (China)ৰ ভাবুকি উপেক্ষা কৰি অৰুণাচল (Arunachal Pradesh)ত উপস্থিত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ (Home Minister Amit Shah)। সোমবাৰে ভাৰত-চীন প্রকৃত নিয়ন্ত্রণৰেখাৰ (এলএচি) নিকটৱৰ্তী কিবিথুত কেন্দ্রীয় চৰকাৰৰ ‘ভাইব্ৰেণ্ট ভিলেজ প্র’গ্রাম’ (Vibrant Village Program) উদ্বোধন কৰিবলৈ গৈ কঠোৰ ভাষাৰে বেজিঙক তেওঁ প্ৰত্যুত্তৰ দিয়ে।

সোমবাৰে অমিত শ্বাহে কয়, ‘‘আগতে যিকোনোৱে ভাৰতীয় ভূখণ্ডত অনুপ্রবেশ আৰু বেদখল কৰিব পাৰিছিল। বৰ্তমান ভাৰতীয় সূচ্যগ্র ভূখণ্ডও কোনোৱে কাঢ়িব নোৱাৰে।’’ আনহাতে, ১৯৬২ চনত চীনা ফৌজৰ আগ্রাসনৰ বিৰুদ্ধে অৰুণাচলবাসীৰ অনমনীয় মনোভাবৰ প্রশংসা কৰি তেওঁ কয়, ‘‘এই মনোভাবৰ বাবেই তেতিয়া আক্ৰমণকাৰীক পিছু ৱাই যাবলৈ বাধ্য কৰিছিল।’’ ১৯৬২ চনৰ যুদ্ধত কিবিথুত চীনা আক্ৰমণত নিহত ভাৰতীয় সেনাসকলৰ প্রতি শ্রদ্ধা প্রদর্শন কৰে অমিত শ্বাহে।

উল্লেখ্য, সোমবাৰে পুৱা অমিত শ্বাহৰ দুদিনীয়া অৰুণাচল ভ্ৰমণৰ পূৰ্বে প্রতিবাদ জনাইছিল চীনৰ বিদেশ মন্ত্ৰালয়ে। এক বিবৃতিত কয়, ‘‘এই পদক্ষেপ (শ্বাহৰ ভ্ৰমণ) দ্বিপাক্ষিক শান্তি প্রক্রিয়াৰ পৰিপন্থী। আমাৰ আঞ্চলিক সার্বভৌমত্বত হস্তক্ষেপ সহ্য কৰা নহ’ব।’’

কিন্তু চীনৰ ভাবুকিক উপেক্ষা কৰি উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যখন ভ্ৰমণলৈ আহি কেন্দ্রীয় গৃহমন্ত্রীয়ে কয়, ‘‘নৰেন্দ্র মোদী চৰকাৰৰ কাৰ্যকালত চিন্তাৰ সলনি আহিছে। কেন্দ্রই বৰ্তমান সীমান্তৱর্তী অঞ্চলৰ উন্নয়নক সৰ্বাধিক গুৰুত্ব দিব বিচাৰে। সীমান্তৱর্তী গাঁওবোৰ এতিয়া আৰু ‘শেষ গাঁও’ নহয়, ‘প্রথম গাঁও’। এইটোৱে চিন্তাৰ পৰিৱৰ্তন।’’

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Amit ShahArunachalঅৰুণাচলমিত শ্বাহ
Share4Tweet3Send

Related Posts

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও
NORTHEAST

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

by News Desk
September 14, 2026
50
Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪
NORTHEAST

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

by News Desk
September 12, 2026
55
Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ
NORTHEAST

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

by News Desk
September 11, 2026
52
Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য
NORTHEAST

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

by News Desk
September 4, 2026
52
Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike
NORTHEAST

Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike

by News Desk
August 31, 2026
60
Assam Rifles Busts Rs 1.87 Cr Heroin Near Myanmar Border in Mizoram
NORTHEAST

Assam Rifles Busts Rs 1.87 Cr Heroin Near Myanmar Border in Mizoram

by News Desk
August 30, 2026
55
ADVERTISEMENT
Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা
DIPHU

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

September 14, 2026
50
Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা
Assam

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

September 14, 2026
50
Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ
National-International

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

September 14, 2026
50
Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’
Assam

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

September 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

September 14, 2026
Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

September 14, 2026
Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

September 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d