ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Karnataka Elections I কৰ্ণাটকৰ নিৰ্বাচনৰ প্ৰথমখন তালিকা প্ৰকাশ বিজেপিৰ

নিউজ ডেস্কঃ

News Desk by News Desk
April 12, 2023
Reading Time: 1 min read
A A
0
Karnataka Elections I কৰ্ণাটকৰ নিৰ্বাচনৰ প্ৰথমখন তালিকা প্ৰকাশ বিজেপিৰ

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

কৰ্ণাটক (Karnataka)ত প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ (first phase of assembly elections) প্ৰাৰ্থীৰ তালিকা প্ৰকাশ (List of BJP candidates released) কৰিলে বিজেপিয়ে। ৰাজ্যখনৰ ২২৪টা বিধানসভা সমষ্টিৰ ভিতৰত ১৮৯টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে। ইয়াৰ ভিতৰত নতুন মুখৰ সংখ্যা ৫২। দিল্লীত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰি কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে তালিকাত নতুন প্ৰজন্মৰ নেতৃত্বক অন্তৰ্ভুক্ত কৰা হৈছে।

যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ধাৰাবাহিকভাৱে মহিলা সবলীকৰণৰ কথা কৈ আহিছে, তথাপিও বিজেপিৰ ১৮৯ জন প্ৰাৰ্থীৰ ভিতৰত মহিলাৰ সংখ্যা মাত্ৰ ৮! কিন্তু পদ্ম-শিবিৰে দক্ষিণ ভাৰতৰ ৰাজ্যখনৰ জটিল জাতিগত সমীকৰণটো মনত ৰাখিছে। দলৰ সাধাৰণ সম্পাদক অৰুণ কুমাৰে কয় যে এই তালিকাত ৩২ জন পিছপৰা শ্ৰেণী (অ’বিচি), ৩০ জন অনুসূচিত জাতি আৰু ১৬ জন অনুসূচিত জনজাতিৰ প্ৰাৰ্থী আছে।

কৰ্ণাটকৰ নিৰ্বাচন
কৰ্ণাটকৰ নিৰ্বাচনৰ প্ৰথমখন তালিকা প্ৰকাশ বিজেপিৰ:

বিজেপিয়ে ধৰৱাদ জিলাৰ পুৰণি আসন শ্বিগাৱেৰ পৰা মুখ্যমন্ত্ৰী বাসৱৰাজ বোমাইক প্ৰাৰ্থী কৰিছে। ২০০৮ চনৰ পৰা উক্ত সমষ্টিত একেৰাহে ৩টা বিধানসভা নিৰ্বাচনত জয়ী হৈছে। প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েডুৰাপ্পাৰ সমষ্টি শিমোগা জিলা শিকাৰিপুৰাত তেওঁৰ পুত্ৰ বিজয়েন্দ্ৰক প্ৰক্ষেপ কৰিছে। বিজেপিৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক চিটি ৰবি। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰৰ বিৰুদ্ধে কনকপুৰাত প্ৰতিদ্বন্দ্বিতা কৰিছে ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি তথা মন্ত্ৰী আৰ অশোকে।

অহা ১০ মেʼত কৰ্ণাটকত অনুষ্ঠিত হʼব বিধানসভা নিৰ্বাচন। ১৩ মে’ত ফলাফল ঘোষণা। ২৯ মাৰ্চত ভোটদানৰ দিন ঘোষণা কৰে নিৰ্বাচন আয়োগে। তাৰ ৩ দিন আগতে প্ৰথম পৰ্যায়ত কংগ্ৰেছে ৰাজ্যৰ ১২৪টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। পিছলৈ দ্বিতীয় পৰ্যায়ত আৰু ৪১খন আসনৰ ঘোষণা কৰিব। ইতিমধ্যে প্রাক্তন প্রধানমন্ত্রী এইচ ডি দেৱগৌড়াৰ জনতা দলে (চেকুলাৰ) প্রার্থীৰ অধিকাংশ প্রার্থী ঘোষণা কৰিছে৷ কিন্তু আভ্যন্তৰীণ যুঁজৰ বাবে ৰাজ্যখনত প্ৰাৰ্থী ঘোষণা কৰিবলৈ বিজেপিৰ শীৰ্ষ নেতৃত্বৰ ইমান সময় লাগিল বুলি ধাৰণা কৰা হৈছে।

Tags: KarnatakaList of BJPকৰ্ণাটকতালিকা বিজেপিৰ
Share4Tweet3Send

Related Posts

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

by News Desk
July 22, 2026
50
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

by News Desk
July 22, 2026
50
JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত
National-International

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

by News Desk
July 22, 2026
50
CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী
National-International

CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

by News Desk
July 22, 2026
50
SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

by News Desk
July 22, 2026
50
Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত
National-International

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

by Staff Reporter
July 22, 2026
50
ADVERTISEMENT
Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত
Assam

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

July 23, 2026
50
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত
Assam

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

July 23, 2026
50
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
50
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

July 23, 2026
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

July 23, 2026
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx