ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Tinsukia Kendriya Vidyalaya I ইছৰোৰ যুৱ বিজ্ঞানী কাৰ্যসূচীৰ বাবে নিৰ্বাচিত তিনিচুকীয়াৰ ছাত্ৰ

নিউজ ডেস্কঃ

News Desk by News Desk
April 14, 2023
Reading Time: 1 min read
A A
0
Tinsukia Kendriya Vidyalaya I ইছৰোৰ যুৱ বিজ্ঞানী কাৰ্যসূচীৰ বাবে নিৰ্বাচিত তিনিচুকীয়াৰ ছাত্ৰ

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

অসমৰ বাবে গৌৰৱৰ এক মুহূৰ্ত। তিনিচুকীয়া কেন্দ্ৰীয় বিদ্যালয়ৰ (Tinsukia Kendriya Vidyalaya) দশম শ্ৰেণী (Class X)ৰ ছাত্ৰ অংগৰাগ বৰকাকতী (Angarag Barkakati) ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (Indian Space Research Organisation) (ISRO) (ইছৰো) দ্বাৰা আয়োজিত সন্মানীয় “যুৱ বিজ্ঞানী কাৰ্যসূচী” YUVIKA-ৰ বাবে নিৰ্বাচিত (Selected) হৈছে।

এই কাৰ্যসূচীৰ লক্ষ্য হৈছে মহাকাশ প্ৰযুক্তি, মহাকাশ বিজ্ঞান আৰু মহাকাশ প্ৰয়োগৰ মৌলিক জ্ঞান প্ৰদান কৰি নৱপ্ৰজন্মক মহাকাশ কাৰ্যকলাপৰ প্ৰতি আগ্ৰহী কৰি তোলা। সমগ্ৰ দেশৰ পৰা মুঠ ৩৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক এই কাৰ্যসূচীৰ বাবে নিৰ্বাচিত কৰা হৈছে। ইয়াৰে ভিতৰত অন্যতম হৈছে অংগৰাগ বৰকাকতী।

ইছৰো
ইছৰোৰ যুৱ বিজ্ঞানী কাৰ্যসূচীৰ বাবে নিৰ্বাচিত তিনিচুকীয়াৰ ছাত্ৰ:

তেওঁৰ বাছনিৰ খবৰে তেওঁৰ পৰিয়াল, বিদ্যালয়, আৰু সমগ্ৰ তিনিচুকীয়া জিলালৈ আনন্দ কঢ়িয়াই আনিছে। কেন্দ্ৰীয় বিদ্যালয় তিনিচুকীয়াৰ অধ্যক্ষ সুৰজিৎ ​​সিঙে ছাত্ৰগৰাকীৰ এই সাফল্যত গৌৰৱ প্ৰকাশ কৰি কয় যে ইছৰোৰ উদ্যোগত আয়োজিত যুৱ বিজ্ঞানী কাৰ্যসূচীৰ বাবে আমাৰ ছাত্ৰজনক নিৰ্বাচিত কৰাটো আমাৰ বাবে গৌৰৱৰ বিষয়।

উল্লেখযোগ্য যে তিনিচুকীয়াৰ অতিৰিক্ত জিলা উপাযুক্ত মঞ্জীত বৰকাকতী আৰু স্বপ্নালী বৰকাকতীৰ পুত্ৰ হৈছে অংগৰাগ বৰকাকতী। ১৪ মেʼৰ পৰা ২৭ মেʼলৈ বেংগালুৰুৰ ইউ আৰ ৰাও চেটেলাইট চেণ্টাৰত অনুষ্ঠিত হʼবলগীয়া প্ৰশিক্ষণ কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিব।

Tags: ISROYUVIKAইছৰোযুৱ বিজ্ঞানী
Share4Tweet3Send

Related Posts

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

by News Desk
May 26, 2026
50
Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

by Staff Reporter
May 20, 2026
50
Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ
Assam

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

by Staff Reporter
May 14, 2026
50
HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

by Staff Reporter
May 13, 2026
50
HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ
Assam

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

by Staff Reporter
May 12, 2026
50
Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক
Assam

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

by News Desk
May 11, 2026
50
ADVERTISEMENT
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

May 26, 2026
50
Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ
National-International

Karnataka Govt. : কৰ্ণাটকত কংগ্ৰেছৰ নাটক : শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে প্ৰিয়ংকাই

Grenade attack : মহিলা থানা লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিকল্পনা : ২ পাকিস্তানী নাগৰিকসহ ৯ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

May 26, 2026
Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ

Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ

May 26, 2026
Karnataka Govt. : কৰ্ণাটকত কংগ্ৰেছৰ নাটক : শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে প্ৰিয়ংকাই

Karnataka Govt. : কৰ্ণাটকত কংগ্ৰেছৰ নাটক : শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে প্ৰিয়ংকাই

May 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT