ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই
ইছৰোৰ (ISRO) কোনো ব্যক্তিগতকৰণ নহয়। সংস্থাটোৰ গুৰুত্বও কোনো ধৰণে কমি নাযায়। বিতৰ্ক আৰু উৰাবাতৰিৰ মাজতে এইবাৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ...













