ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Senior ACS Officer Accused of Physical Assault I এচিএছ বিষয়া মুকুল কাথাৰৰ কাণ্ডই জোকাৰিছে ডিফু আৰক্ষীৰ তদন্ত আৰম্ভ সাতটা সংগঠনৰ সংবাদমেলযোগে তীব্ৰ গৰিহণা

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
April 23, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

কালি সন্ধিয়া পাৰিবাৰিক সংঘাতৰ পৰিণতিত ডিফু চহৰৰ নিজৰ পত্নীৰ বা‌য়েকক মাৰপিট কৰাৰ লগতে পত্নীৰ পিতৃ গৃহলৈ গৈ ভাবুকি দিয়াৰ লগতে নিজৰ পিষ্টলেৰে গুলী চলাই সন্ত্ৰাস চলোৱা জেষ্ঠ এচিএছ বিষয়া মুকুল কাথাৰৰ এই কাণ্ডই (Senior ACS Officer Accused of Physical Assault )এতিয়া ডিফু চহৰত জোকাৰণি তুলিছে। উল্লেখযোগ্য যে, কালি সন্ধিয়া মুকুল কাথাৰৰ পত্নীৰ বা‌য়েকে কাথাৰে ডিফু চহৰৰ এলবিজ বেকাৰীৰ সন্মুখত গাড়ীৰ ভিতৰত তেওঁক মাৰপিট কৰাৰ গোচৰ ডিফু থানাত দখল কৰিছিল।

এচিএছ বিষয়া
এচিএছ বিষয়া মুকুল কাথাৰৰ কাণ্ডই জোকাৰিছে ডিফু:

আনহাতে, আজি পুৱা কাথাৰৰ পত্নীৰ পৰিয়ালৰ লোকে ডিফু থানাত পুনৰ গুলী চালনাৰ সন্দৰ্ভতো এখন এজাহাৰ দাখিল কৰে। ডিফু থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি আজি কাথাৰৰ শহুৰেকৰ ঘৰত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। উল্লেখযোগ্য যে, কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ শীৰ্ষ পদত থকা এচিএছ বিষয়াগৰাকীৰ এনে কাণ্ডই এতিয়া সমগ্ৰ ডিফু চহৰত চৰ্চাৰ বিষয় হৈ পৰা পৰিলক্ষিত হৈছে।

আনহাতে, আজি ডিফু প্ৰেছ ক্লাবত আইৱাইইউকেএ, কেএৱাইপিঅ, এছছৱাইচিঅ, ইউপিকেএ, কেৱাইডিএ, কেইউআৰৱাইচি, এলৱাইডিচি নামৰ সামাজিক সংগঠনকেইটাই এক সংবাদমেল অনুষ্ঠিত কৰি কাথাৰৰ এনে কাণ্ডৰ তীব্ৰ গৰিহণা দিয়ে। সংগঠনকেইটাই এনে ঘটনা অবাঞ্চিত আখ্যা দি মুকুল কাথাৰৰ দৰে পৰিষদৰ এগৰাকী শীৰ্ষ বিষয়াই এনে কাম কৰিলে সাধাৰণ জনতাই কিদৰে গ্ৰহণ কৰিব বুলিও প্ৰশ্ন উত্থাপন কৰে।

এনে ঘটনাৰ পুনৰাবৃত্তি নকৰিবলৈ সকিয়াই দি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যক ভৱিষ্যতে এনে কৰিলে কাথাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ইপিনে, আৰক্ষীয়ে এতিয়ালৈকে কাথাৰক আটক কৰি জেৰা কৰিবলৈ সক্ষম নোহোৱা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সংগঠনকেইটাই। ডিফু আৰক্ষীয়ে কাথাৰৰ বিৰুদ্ধে ৪৩/২০২৩ গোচৰ ৰুজু কৰি আইপিচিৰ ৩৪১/৩২৩/৫০৬ ধাৰা সন্নিৱিষ্ট কৰিছে।

Tags: আৰক্ষীৰ তদন্ত আৰম্ভ সাতটা সংগঠনৰ সংবাদমেলযোগে তীব্ৰ গৰিহণাএচিএছ বিষয়া মুকুল কাথাৰৰকাণ্ডই জোকাৰিছে ডিফু
Share4Tweet3Send

Related Posts

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
ADVERTISEMENT
Rajya Sabha Elections I ২৭ ফেব্ৰুৱাৰীত ৫৬ খন ৰাজ্যসভা আসনৰ নিৰ্বাচন
National-International

Rajya Sabha I আৰু মাত্ৰ ৬ সাংসদ, চাৰি দশকৰ পাছত পুনৰ ৰাজ্যসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিয়ে

July 14, 2026
50
Tragic Pilgrimage: School Trip to India Marred by Illness and Loss :
National-International

Indian Railway I ৰে’লৱেৰ ১০০০ হেক্টৰোধিক ভূমি বেদখল

July 14, 2026
50
Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

July 14, 2026
50
Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured
NORTHEAST

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

July 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajya Sabha Elections I ২৭ ফেব্ৰুৱাৰীত ৫৬ খন ৰাজ্যসভা আসনৰ নিৰ্বাচন

Rajya Sabha I আৰু মাত্ৰ ৬ সাংসদ, চাৰি দশকৰ পাছত পুনৰ ৰাজ্যসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিয়ে

July 14, 2026
Tragic Pilgrimage: School Trip to India Marred by Illness and Loss :

Indian Railway I ৰে’লৱেৰ ১০০০ হেক্টৰোধিক ভূমি বেদখল

July 14, 2026
Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

July 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx