ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Maoists I দুমাহ আগতে পোতা হৈছিল বিস্ফোৰক! ছত্তীশগড়ত আৰক্ষীৰ হত্যাত ‘কমাণ্ড আইইডি’ৰ ব্যৱহাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
April 29, 2023
Reading Time: 1 min read
A A
0
Maoists I দুমাহ আগতে পোতা হৈছিল বিস্ফোৰক! ছত্তীশগড়ত আৰক্ষীৰ হত্যাত ‘কমাণ্ড আইইডি’ৰ ব্যৱহাৰ

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST

RELATED POSTS

CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ

Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী

Delhi bomb threat : স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লা, দিল্লী বিমানবন্দৰসহ‌ বহু ঠাই বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

মাওবাদী (Maoists)য়ে ‘কমাণ্ড আইইডি’ (Command IED) ব্যৱহাৰ কৰি ছত্তীশগড়ৰ দণ্ডেৱাড়াত (Dandewada in Chhattisgarh) ১০জন আৰক্ষীক হত্যা কৰিছিল নেকি? আক্ৰমণৰ প্ৰকৃতি দেখি আৰক্ষীয়ে অন্তত সেইটোৱেই দাবী কৰিছে। যোৱা বুধবাৰে মাওবাদীয়ে আৰক্ষীৰ কনভয়ত আক্ৰমণ চলাইছিল। জিলা ৰিজাৰ্ভ গাৰ্ডৰ ১০ জন জোৱান নিহত হয়। বিস্ফোৰণত ৫০ কিলোগ্ৰাম ওজনৰ ইম্প্ৰভাইজড এক্সপ্লোছিভ ডিভাইচ (আইইডি) ব্যৱহাৰ কৰা হয়।

আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে, দুমাহমান পূৰ্বে পথৰ তলত পুতি থোৱা হৈছিল আইইডি। ফলত প্ৰশ্ন উত্থাপন হয়, ইমান দিনৰ পাছতো আৰক্ষীয়ে বিস্ফোৰকটোৰ স্থান কিয় বিচাৰি নাপালে? আৰু এইটোৱেই মাওবাদীৰ আক্ৰমণৰ প্ৰিয় পথ। যাক কোৱা হয় ‘Command IED’ বা ‘Wired IED’। নিৰাপত্তা বাহিনীক আক্ৰমণৰ এইটোৱেই মাওবাদীৰ পুৰণি কৌশল।

ছত্তীশগড়
ছত্তীশগড়ত আৰক্ষীৰ হত্যাত ‘কমাণ্ড আইইডি’ৰ ব্যৱহাৰ:

চিআৰপিএফৰ প্ৰাক্তন ডি জি কুলদীপ সিঙে সংবাদ মাধ্যমৰ আগত কয়, “যুগ যুগ ধৰি মাওবাদীয়ে এনেধৰণৰ আক্ৰমণ চলাই আহিছে। তেওঁলোকৰ আক্ৰমণৰ আটাইতকৈ সহজ উপায় হʼল আইইডি পুতি থোৱা। কেৱল সেয়াই নহয়, মাওবাদীয়ে এই কামত স্থানীয় লোকৰো সহায় লাভ কৰিছিল। পথ নিৰ্মাণ বা পথ ৰক্ষণাবেক্ষণৰ সময়ত ৪-৫ ফুটৰ গাঁত বনাই তাত বিস্ফোৰক বস্তু ৰাখি ভালদৰে পুতি থোৱা হয়। তাৰ ওপৰত এটা ৰাস্তা নিৰ্মাণ কৰা হয়। ফলত বিস্ফোৰকসমূহ খনি ধৰা পেলোৱা সঁজুলিৰ দ্বাৰা ধৰা পেলাব পৰা নাই।” বুধবাৰে দন্তেৱাড়াত সংঘটিত হোৱা আক্ৰমণত মাওবাদীয়েও একেধৰণৰ কৌশল গ্ৰহণ কৰিছিল।

‘কমাণ্ড আইইডি’ বা ‘তাঁৰযুক্ত আইইডি’ হৈছে বিস্ফোৰকসমূহক দূৰৰ পৰা ‘ডিটোনেট’কৰা। ২০০-৩০০ মিটাৰ দূৰত্বৰ পৰা কেবলৰ জৰিয়তে সংঘটিত হয় এই বিস্ফোৰণ। বস্তাৰ ৰেঞ্জৰ আৰক্ষী মহাপৰিদৰ্শক সুন্দৰৰাজ পিয়ে কয়, ‘বিস্ফোৰক সামগ্ৰীৰ লগত সংলগ্ন তাঁৰডাল পথৰ পৰা বহু দূৰলৈ মাটিৰ তললৈ টানি নিয়া হয়। সেই মাটিত বন, ঘাঁহ আদি গজা বাবে তাঁৰডাল চিনাক্ত কৰিব পৰা নাযায়। ফলত মাওবাদীসকলৰ বাবে কামটো সহজ হৈ পৰে।

সম্প্ৰতি জম্মু-কাশ্মীৰৰ উগ্ৰপন্থীয়েও মাওবাদীৰ এই কৌশল গ্ৰহণ কৰিছে। ‘কমাণ্ড আইইডি’ ব্যৱহাৰ কৰি সেনাবাহিনীক আক্ৰমণ কৰিছে।অৱশ্যে মাওবাদী আৰু উগ্ৰপন্থীৰ আক্ৰমণৰ মাজত পাৰ্থক্য আছে বুলি কয় চিআৰপিএফৰ প্ৰাক্তন ডি জি কুলদীপে। তেওঁৰ ভাষাত, “মাওবাদী উগ্ৰপন্থীৰ পৰা পৃথক। লগৰীয়াক প্ৰশিক্ষণ দিয়ে। কেৱল সেয়াই নহয়, যাতে তেওঁলোকে নিৰাপত্তাৰক্ষীৰ সৈতে প্ৰত্যক্ষ সংঘাতত নামিব নালাগে, যাতে তেওঁলোকে কোনো সংগী হেৰুৱাব নালাগে, এই ধৰণৰ আক্ৰমণ চলায়।”

Tags: ChhattisgarhCommand IEDMaoistsকমাণ্ড আইইডিছত্তীশগড়মাওবাদী
Share4Tweet3Send

Related Posts

CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ
National-International

by News Desk
August 14, 2026
50
Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী
National-International

Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী

by News Desk
August 14, 2026
50
Delhi bomb threat : স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লা, দিল্লী বিমানবন্দৰসহ‌ বহু ঠাই বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি
National-International

Delhi bomb threat : স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লা, দিল্লী বিমানবন্দৰসহ‌ বহু ঠাই বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

by News Desk
August 14, 2026
50
NEET Row : নীট প্ৰশ্নকাকত ফাদিল গোচৰত ফাষ্ট ট্ৰেক আদালতত গৃহীত চিবিআইৰ অভিযোগনামা
National-International

NEET Row : নীট প্ৰশ্নকাকত ফাদিল গোচৰত ফাষ্ট ট্ৰেক আদালতত গৃহীত চিবিআইৰ অভিযোগনামা

by News Desk
August 14, 2026
50
Uttarakhand tunnel accident : উত্তৰাখণ্ডত আন এক সুৰংগ দুৰ্ঘটনাত কমেও ৭ জনৰ মৃত্যু
National-International

Uttarakhand tunnel accident : উত্তৰাখণ্ডত আন এক সুৰংগ দুৰ্ঘটনাত কমেও ৭ জনৰ মৃত্যু

by News Desk
August 14, 2026
50
Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক
National-International

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

by News Desk
August 13, 2026
50
ADVERTISEMENT
Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা
Assam

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

August 14, 2026
50
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰী উদ্বোধন ডঃ তুলিৰাম ৰংহাঙৰ
DIPHU

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰী উদ্বোধন ডঃ তুলিৰাম ৰংহাঙৰ

August 14, 2026
50
CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ
National-International

CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ

August 14, 2026
50
Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী
National-International

Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী

August 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

August 14, 2026
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰী উদ্বোধন ডঃ তুলিৰাম ৰংহাঙৰ

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰী উদ্বোধন ডঃ তুলিৰাম ৰংহাঙৰ

August 14, 2026
CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ

CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ

August 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT